Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাবুলৰ মছনদত বহিব নেকি মোল্লা বেৰাডৰ ? জল্পনা কল্পনা আৰম্ভ

publisher by publisher
August 22, 2021
in News
Reading Time: 1 min read
0
কাবুলৰ মছনদত বহিব নেকি মোল্লা বেৰাডৰ ? জল্পনা কল্পনা আৰম্ভ
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

তালিবানৰ অন্যতম প্রতিষ্ঠাতা মােল্লা আব্দুল গণি বেৰাডৰ আফগানিস্তানৰ পৰৱর্তী ৰাষ্ট্ৰপতিৰ শাসনত অধিষ্ঠিত হ’ব নেকি। ডােহাত আমেৰিকাৰ প্রতিনিধিসকলৰ স’তে আলােচনা সামৰি কাটাৰ বিমান বাহিনীৰ বিশেষ বিমানেৰে কান্দাহাৰলৈ উভতিল দুর্ধর্ষ তালিবান নেতা মােল্লা আব্দুল গণি বেৰাডৰ। সম্প্রতি তেওঁ কাবুলত আছে। এই পৰিস্থিতিত আফগানিস্তানৰ নতুন তালিবান নেতৃত্বাধীন চৰকাৰত তেওঁৰ কর্তৃত্ব তালিবান বিৰােধী শক্তি সক্রিয়

ADVERTISEMENT

পনশ্বিৰ আৰু পাৰৱানৰ পাছত এইবাৰ বাগােন প্রদেশত তালিবান বাহিনীৰ ওপৰত প্রত্যাঘাত কৰিলে বিৰােধী ঐক্যই। কালি উত্তৰ-মধ্য আফগানিস্তানৰ বাগলান প্রদেশৰ তিনিখন জিলা তালিবানৰ দখলমুক্ত কৰিছে। প্রাক্তন উপ-ৰাষ্ট্রপতি আমৰুল্লা ছালেহৰ অনুগত বাহিনীয়ে। স্থানীয় সূত্রত প্রকাশ যে তীব্র খুঁজৰ পাছত শুকুৰবাৰে পনশ্বিৰ সংলগ্ন বাগলান প্রদেশৰ বান্ধ, পলু-ই-হিসাৰ আৰু দে ছালাহ জিলা পুনৰুদ্ধাৰ কৰিছে বিৰােধী জোঁটে। সংঘর্ষত ১৫জন তালিবান যােদ্ধা নিহত হৈছে। কে’বাজনাে আহত হৈছে।

দাবী অনুসৰি ছালেহৰ অনুগত যােদ্ধাৰ দলে ৰাজধানী পুল-ই-খুমৰিত উপস্থিত হৈছে বুলিও দাবী কৰা হৈছে। যােৱা বুধবাৰে মধ্য-উত্তৰাংশৰ পাৰৱান প্রদেশৰ ৰাজধানী চাৰিকাৰসহ কিছু অঞ্চল হস্তগত কৰে তালিবান বিৰােধী বাহিনীয়ে। বাগােন প্রদেশৰ বাহিনীৰ কমাণ্ডাৰ আব্দুল হামিদে কালি কয়, ‘শীঘ্ৰে উত্তৰ আফগানিস্তানৰ আৰু কিছু অঞ্চল আমি দখল কৰিম।’ ইতিমধ্যে ছালেহৰ স’তে হাত মিলাইছে পনশ্বিৰ প্ৰদেশৰ প্ৰভাৱশালী তাজিক নেতা আহমেদ মাছুদে। পনশ্বিৰ অঞ্চলত মাছুদৰ অনুগত যােদ্ধাৰ সংখ্যা প্রায় ১০ হেজাৰ।

আন এজন প্রাক্তন উপ-ৰাষ্ট্রপতি তথা উত্তৰ-পশ্চিম আফগানিস্তানৰ যুদুপতি’ (বার্ড) আব্দুল ৰছিদ দোস্তম আছে এই বিৰােধী মিত্ৰতাত এইজন উজবেক। নেতাৰ জ্যেষ্ঠ পুত্র য়াব মহম্মদ দোস্তামে প্রায় আঠ হেজাৰ যােদ্ধাসহ তালিবান বিৰােধী যুদ্ধত চামিল হােৱাৰ বাতৰি আহিছে। পাৰৱান আৰু বাগলান প্রদেশ দখল কৰিলে উত্তৰ আফগানিস্তানৰ বৃহত্তম চহৰ মাজাৰ-ই-শ্বৰিত অৱস্থানৰত তালিব বাহিনীৰ স’তে ৰাজধানী কাবুলৰ যােগাযােগ বিচ্ছিন্ন হ’ব পাৰে বুলি সামৰিক পর্যবেক্ষকসকলে ধাৰণা কৰিছে।

প্রথম তালিবানী ফতােৱা

দিন যােৱাৰ লগে লগে নিজৰ প্রকৃত চৰিত্র প্রকট কৰি তােলা তালিবানে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়, কলেজ-বিশ্ববিদ্যালয়ত ল’ৰা-ছােৱালী একেলগে পঢ়া-শুনা কৰিব নােৱাৰিব বুলি হেৰাটত ফতােৱা জাৰি কৰিছে। শুকুৰবাৰে প্রদেশখনৰ চৰকাৰী আৰু বেচৰকাৰী বিভিন্ন স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ স’তে আলােচনাৰ পাছতে সংগঠনৰ নেতৃত্বই এই সিদ্ধান্ত লৈছে বুলি সূত্রত প্রকাশ। হেৰাটৰ চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয়সহ সকলাে শিক্ষানুষ্ঠানৰ অধ্যাপকসকলৰ স’তে তিনি ঘণ্টাজোৰা বৈঠকৰ পাছত তালিবান নেতা মােল্লা ফৰিদে কয়, ‘সমাজত পচন ধৰাৰ মূলতে হৈছে ল’ৰা-ছােৱালীৰ একেলগে শিক্ষাগ্রহণ। ল’ৰা-ছােৱালীৰ একেলগে পঢ়া-শুনা বন্ধ কৰিব লাগিব। বিকল্প
কোনাে পথ নাই। মহিলা অধ্যাপিকাই কেৱল মাত্র মহিলাসকলকে পঢ়াব পাৰিব।’

আফগান মহিলাৰ দুর্দশা

ঘৰে ঘৰে গৈ তেওঁলােকৰ বাবে খাদ্য প্রস্তুত কৰিবলৈ বাধ্য কৰিছে।তালিবান যােদ্ধাই। খাদ্য পছন্দৰ নহ’লে শৰীৰত অগ্নিসংযােগ কৰি হত্যা কৰা হৈছে। এই দাবী আফগানিস্তানৰ প্ৰাক্তন বিচাৰপতি নাজলা আয়ুবিৰ। এক সাক্ষাৎকাৰত তেওঁ কয়, ‘বিগত কিছুদিন ধৰি আফগানিস্তানৰ প্ৰচুৰ মানুহৰ স’তে কথা পাতিছাে। যি শুনিছাে সেয়া কল্পনাৰ অতীত। বলপূর্বক সৰু সৰু কন্যাক তালিবান যােদ্ধাৰ স’তে বিবাহ কৰােৱা হৈছে। আফগান তৰুণীসকলক যৌনদাসী কৰি কফিনবন্দী কৰি চুবুৰীয়া দেশত পাচাৰ কৰা হৈছে বিগত কিছু সপ্তাহ ধৰি। দীর্ঘদিন ধৰি নাৰী আন্দোলনৰে যুক্ত আয়ুবিয়ে ভাবুকিৰ মুখত পৰি আমেৰিকাত আশ্রয় গ্রহণ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanMullah Abdul Ghani BeradarTaliban
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d