Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক, স্নাতক-স্নাতকোত্তৰ অন্তিম বৰ্ষৰ শ্ৰেণী

প্ৰথমপালি প্ৰতিষেধক ল'লেহে শ্ৰেণীত উপস্থিত থাকিব পাৰিব, হোষ্টেল খুলিবলৈ দুপালি

publisher by publisher
August 27, 2021
in Assam, Education, India, News
Reading Time: 1 min read
0
ছেপ্টেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিক, স্নাতক-স্নাতকোত্তৰ অন্তিম বৰ্ষৰ শ্ৰেণী
3
SHARES
25
VIEWS
ShareShareShareShare

অহা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শ্ৰেণীকোঠাত পাঠদান আৰম্ভ হ’ব । ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ অন্তিম বৰ্ষৰ শ্ৰেণীসমূহ ।

ADVERTISEMENT

কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত ১৮ বছৰৰ অধিক বয়সৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ টিকাকৰণৰ বাবে কাইলৈৰ পৰা পাঁচ ছেপ্টেম্বৰলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় আৰু সকলো বিশ্ববিদ্যালয় চৌহদত ক’ভিড টিকাকৰণ শিবিৰ অনুষ্ঠিত হ’ব ।

RelatedPosts

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বৰাকত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব

কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলত সদৰী কৰে মন্ত্ৰীত্ৰয় কেশৱ মহন্ত, ৰণোজ পেগু আৰু ৰঞ্জিত দাসে । কেবিনেটৰ অনুমোদন অনুসৰি শ্ৰেণীত উপস্থিত থকাৰ বাবে ক’ভিডৰ প্ৰতিষেধকৰ প্ৰথমপালি গ্ৰহণ কৰাটো বাধ্যতামূলক হ’ব । অৱশ্যে হোষ্টেলসমূহ মুকলি কৰাৰ বাবে আৱাসীসকলে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিব লাগিব । শিক্ষানুষ্ঠান পুনৰ মুকলি আৰু ইয়াৰ সম্পৰ্কিত বিষয়সমূহ সামৰি অহা ৩১ আগষ্ট বা তাৰ পূৰ্বে চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিব বুলিও সংবাদমেলত কোৱা হয় ।

ইপিনে, কেবিনেটে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তিনিটা নতুন সংমণ্ডল সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ বাবে ৯৩টা নতুন পদ সৃষ্টিৰ অনুমোদন জনায় । এই সংমণ্ডলকেইটা হৈছে ক্ৰমে – মাজুলী, দক্ষিণ শালমাৰা-মানকাচাৰ আৰু বজালী । সংমণ্ডল তিনিটাৰ মুখ্য কাৰ্যালয় হ’ব ক্ৰমে কমলাবাৰী, হাটশিঙিমাৰী আৰু পাঠশালাত ।

আনহাতে, কেবিনেটে প্ৰতি বছৰে তিনি ছেপ্টেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে । তদুপৰি ক্ৰীড়া পেন্সনৰ পৰিমাণ বৰ্তমানৰ আঠ হেজাৰৰ পৰা ১০ হেজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্তৰ লগতে ক্ৰীড়াবিদসকললৈ আগবঢ়োৱা এককালীন আৰ্থিক সাহায্যৰ পৰিমাণ ৫০ হেজাৰ টকা নিৰ্ধাৰণ কৰে

তদুপৰি কেবিনেটত কালি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলক প্ৰতিমাহে ১০ হেজাৰ টকাকৈ জীৱনজোৰা পেঞ্চন প্ৰদান কৰা হ’ব ।

লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাম-কাজৰ ৰূপায়ণৰ বাবে ৰাজ্যত আঠটা নতুন চক্ৰ, ২০টা নতুন সংমণ্ডল আৰু ২৮টা উপ-সংমণ্ডল সৃষ্টিটো কেবিনেটে অনুমোদন জনায় । তদুপৰি বিভাগটোৰ বাবে ৮০৪টা কাৰিকৰী পদ সৃষ্টিৰ লগতে কেবিনেটে অনুমোদন জনায় । সংবাদমেলত সদৰী কৰা অন্যান্য সিদ্ধান্তসমূহৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ হিচাপে নামকৰণৰ সিদ্ধান্ত ।

সংবাদমেলত কোৱা হয় যে জনসেৱাৰ স্বাৰ্থত তথা চৰকাৰী কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে কৰ্মচাৰীসকলক সংশ্লিষ্ট বিভাগৰ মুৰব্বীৰ স’তে আলোচনা মৰ্মে কনিষ্ঠ অভিযন্তা পদৰ পৰ্যায়লৈ জিলাৰ ভিতৰতে বদলিৰ কৰ্তৃত্ব উপায়ুক্তক প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনাইছে ।

বৈঠকত বিটিএডিৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্ৰী যোগেন মহন আৰু ইউজি ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰা হয় । উল্লেখ্য যে বৈঠকৰ আৰম্ভণিতে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শ‌ইকীয়াৰ দুৰ্ভাগ্যজনক মৃত্যুত কেবিনেটে গভীৰ শোক প্ৰকাশ কৰে । লগতে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙক এই গোচৰৰ দ্ৰুত তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa Sarmajogen mohanKeshab MahantaRanjeet DassRanoj PeguU G Brahma
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d