Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ত্ৰিফলাৰ স্বাস্থ্যৰ উপকাৰিতা

publisher by publisher
September 19, 2021
in Lifestyle
Reading Time: 1 min read
0
ত্ৰিফলাৰ স্বাস্থ্যৰ উপকাৰিতা
19
SHARES
188
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

★হজম বৃদ্ধি কৰে

পেটৰ সমস্যা বা কোষ্ঠকাঠিন্যত ভুগি থকা সকলে ত্ৰিফলা খোৱা আৰম্ভ কৰিব পাৰে । ইয়াৰ পৰা উপকাৰ পাব। ৰাতি শুবলৈ যোৱাৰ আগত এক চাহ চামুচ ত্ৰিফলা পাউডাৰে হজমৰ সমস্যাৰ পৰা সকাহ দিব পাৰে । ৰাতিপুৱা সাৰ পাই পেটৰ বিকাৰ।

★ দৃষ্টিশক্তি উন্নত কৰে

ত্ৰিফালাই চকুৰ সুস্থতা বজাই ৰাখে আৰু দৃষ্টিশক্তি উন্নত কৰে ।চকুৰ যিকোনো সংক্ৰমণ আঁতৰাবলৈ ত্ৰিফলা খাব পাৰে বা চকু ধুব পাৰে। চকুৰ জ্বলা-পোৰা,অস্বস্তি, পানী ওলোৱা আদিৰ পৰা সকাহ পাবলৈ ত্ৰিফলাৰ আই ড্ৰপে ভালদৰে কাম কৰে।

★ ওজন হ্ৰাস কমোৱা/অতিৰিক্ত চৰ্বি হ্ৰাস কৰা

শৰীৰত অতিৰিক্ত চৰ্বি জমা হৈছে নেকি ? প্ৰতিদিনে ৰাতিপুৱা নেমু পানী, শৰীৰ চৰ্চা, ডায়েট কৰি ফলাফল পোৱা নাই? এইবাৰ ব্যৱহাৰ কৰক ত্ৰিফলা পাউডাৰ । বিভিন্ন অধ্যয়নে দেখুৱাইছে যে ত্ৰিফলাই ওজন হ্ৰাস কৰিবলৈ যাদুৰ দৰে কাম কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট সমল আৰু হাইড্ৰক্সিল আৰু নাইট্ৰিক অক্সাইড ৰেডিকেলে ওজন হ্ৰাস কৰাত সহায় কৰে। নিয়মীয়া ত্ৰিভলা পাউডাৰে হজম উন্নত কৰে, শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাৰ আশংকা হ্ৰাস কৰে। স্বাভাৱিকতে ওজন হ্ৰাস হ’বলৈ আৰম্ভ কৰে।

★কোষ্ঠকাঠিন্য দূৰ কৰে

কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে প্ৰতি নিশা ৰাতি এগিলাচ কুহুমীয়া পানীত দুই চাহ চামুচ ত্ৰিফলা মিহলাই খাব। খোৱাৰ পাছত আন একো নাখাব। যদি আপুনি বিচাৰে তেন্তে আধা ঘণ্টাৰ পাছত পানী খাব পাৰে।এনে কৰিলে খুব কম দিনৰ ভিতৰতে আপুনি ভাল ফলাফল পাব।

★ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে

যিসকল লোকৰ ৰক্তচাপ প্ৰায়ে উঠা-নমা হয় তেওঁলোকে নিয়মীয়াকৈ ত্ৰিফলা খাওক। কেইদিনমানৰ ভিতৰতে ভাল ফলাফল দেখিব, ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব। এই মিশ্ৰণটোত লিনোলিক এচিড অন্তৰ্ভুক্ত থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★ ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণ প্ৰতিহত কৰে

ভাইৰেল বা বেক্টেৰিয়াই যিকোনো বেক্টেৰিয়াৰ সংক্ৰমণৰ প্ৰতিৰোধক হিচাপে কাম কৰে।

★ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

বিভিন্ন পৰীক্ষাই দেখুৱাইছে যে ত্ৰিফলা নিয়মীয়াকৈ খোৱাৰ ফলত শৰীৰত পুষ্টিৰ স্তৰ বৃদ্ধি হয় আৰু লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। ই সঘনাই হোৱা ৰোগৰ আশংকাও হ্ৰাস কৰে।

★ ডায়েবেটিচ

ত্ৰিফালাই ডায়েবেটিচৰ বিৰুদ্ধে কাম কৰে। ইনচুলিনে হৰমনৰ ওপৰত কাম কৰে। তেজৰ প্ৰবাহত গ্লুকোজ জমা হোৱা আৰু মুকলি কৰাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে ।

★ ৰক্ত সঞ্চালন বজাই ৰাখে।

ত্ৰিফলাই ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰে।

★হাড় আৰু গাঁঠিৰ বিষ

আৰ্থ্ৰাইটিছৰ সমস্যা হ্ৰাস কৰে: আঁঠুৰ বিষ বা আৰ্থ্ৰাইটিছৰ বিষত ভুগি থকা সকলে নিয়মীয়াকৈ ত্ৰিভলা খোৱা আৰম্ভ কৰক। ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট উপাদানবোৰে বিষৰ পৰা সকাহ দিয়ে।

★দাঁতৰ সমস্যা

ত্ৰিফালা এণ্টিঅক্সিডেণ্ট,এণ্টিইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰোবাইল উপাদানে দাঁতৰ সমস্যা দূৰ কৰাত আৰু দাঁতৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

★উদ্বেগ হ্ৰাস কৰে

প্ৰতিদিনে নিয়মীয়াকৈ খালী পেটত ত্ৰিফলা খোৱাৰ ফলত শৰীৰত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ স্তৰ বৃদ্ধি হয়। যি মস্তিষ্কৰ প্ৰদৰ্শন বৃদ্ধি কৰে, লগতে মানসিক ভাগৰ হ্ৰাস কৰে ।

★কৰ্কট ৰোগ প্ৰতিৰোধ

ADVERTISEMENT

অধ্যয়নত দেখুৱা হৈছে যে খালী পেটত ত্ৰিফলা নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

★ চুলিৰ স্বাস্থ্য ভালদৰে বজাই ৰাখে।

চুলি সৰাৰ সমস্যা হৈছে নেকি ? ত্ৰিভলা ব্যৱহাৰ কৰক। নাৰিকল তেলৰ স’তে ত্ৰিফলা পাউডাৰ মিহলি কৰক আৰু ৰাতি শুবলৈ যোৱাৰ আগতে ইয়াক আপোনাৰ চুলিত প্ৰয়োগ কৰক। পিছদিনা ৰাতিপুৱা চেম্পুৰে আপোনাৰ চুলি পৰিষ্কাৰ কৰক। এই ভেষজ ঔষধৰ নিয়মীয়া ব্যৱহাৰে কেৱল চুলি সৰা হ্ৰাস নকৰে কিন্তু চুলি শক্তিশালী কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsTriphala
publisher

publisher

Related Posts

হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d