Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন

    নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

    মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

    হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Kanhaiya Kumar : কানহাইয়া কুমাৰৰ কংগ্ৰেছত যোগদান

publisher by publisher
September 28, 2021
in India, News, Politics
Reading Time: 1 min read
0
Kanhaiya Kumar : কানহাইয়া কুমাৰৰ কংগ্ৰেছত যোগদান
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

জল্পনাক সত্য প্ৰমাণিত কৰি কংগ্রেছত যোগ দিলে চিপিআই নেতা কানহাইয়া কুমাৰে । কিন্তু মঙলবাৰে সন্ধিয়া নতুন দিল্লীত কংগ্রেছত যোগ দিয়াৰ পূৰ্বে পটনাৰ চিপিআই দলীয় কার্যালয়ৰ পৰা শীতাতপ নিয়ন্ত্রণ যন্ত্র (এচি) খুলি নিজ গৃহলৈ লৈ যায় কানহাইয়া কুমাৰে । ইয়কে লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে । বিহাৰত চিপিআই-ৰ সাধাৰণ সম্পাদক ৰামনৰেশ পাণ্ডেই কয়, ‘‘আমি আপত্তি কৰা নাই । কাৰণ সেই এচিটো নিজৰ টকাৰে স্থাপন কৰিছিল কানহাইয়াই । সেইটো খুলি নিয়াত আপত্তি কিয় কৰিম ?’’

ADVERTISEMENT

এই বিতর্কৰ মাজতেই মঙলবাৰে নতুন দিল্লীত কংগ্রেছত যোগ দিয়ে । যদিও চিপিআই নেতৃত্ব‌ শেষ মুহূর্ত পর্যন্ত আশাবাদী আছিল যে কানহাইয়াই কংগ্রেছত যোগ নিদিয়ে । কানহাইয়াই যোগ দিয়াৰ আগ মুহূর্ততো ৰামনৰেশে কৈছিল, ‘‘ম‌ই এতিয়াও আশাবাদী কানহাইয়াই কংগ্রেছত যোগ দিয়াৰ সিদ্ধান্ত সলনি কৰিব । কাৰণ কানহাইয়া এজন বামপন্থী মানসিকতাৰ মানুহ । এনে ধৰণৰ মানুহ নিজৰ মতত অটল থাকিব, সেইটোৱেই স্বাভাৱিক ।’’ কিন্তু বাস্তৱত মঙলবাৰে সন্ধিয়া চিপিআই ত্যাগ কৰি কংগ্রেছতেই যোগ দিয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)-ৰ শিক্ষাৰ্থী সংসদৰ প্রাক্তন সভাপতি কানহাইয়াই ।

দল ত্যাগ কৰাৰ সময়ত কানহাইয়াই চিপিআই-ৰ ৰাষ্ট্ৰীয় কর্মসমিতিৰ সদস্য আছিল । পার্টীৰ পৰিকাঠামোত যি সর্বোচ্চ নীতি নির্ধাৰক সমিতি হিচাপে বিবেচিত হয় ।

মঙলবাৰে কানহাইয়াৰ স’তে গুজৰাতৰ নির্দলীয় বিধায়ক জিগ্নেশ মেবাণীয়েও কংগ্রেছত যোগ দিছে বুলি ধাৰণা কৰা হৈছিল । কানহাইয়াৰ যোগদান সভাতো তেওঁক দেখা যায় । কিন্তু পৰৱৰ্তী সময়ত জানিবলৈ পোৱা যায় যে, জিগ্নেশে কংগ্রেছত যোগ দিয়া নাই । এই সন্দৰ্ভত তেওঁ কয়, ‘‘ম‌ই আনুষ্ঠানিকভাৱে কংগ্রেছত যোগ দিব পৰা নাই । কাৰণ, ম‌ই এজন নির্দলীয় বিধায়ক । যদি ম‌ই কোনো দলত যোগ দিওঁ, মোৰ বিধায়ক পদ খাৰিজ হৈ যাব । ম‌ই আদর্শগতভাৱে কংগ্রেছতেই আছো । সমাগত বিধানসভা নিৰ্বাচনত ম‌ই কংগ্রেছৰ প্রতীকত প্ৰতিদ্বন্দিতা কৰিম ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressCPIKanhaiya Kumar
publisher

publisher

Related Posts

খাইবাৰ পাখতুনখোৱাত জৰুৰী অৱস্থা ঘোষণা পাকিস্তানৰ, জাৰি হ’ল ৰাজ্যপালৰ শাসন
International

October 11, 2026
নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত
India

নতুন উপ-নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্ত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026
মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী
India

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত অগ্নিকাণ্ড, পাৱাৰ বেংকৰ বিস্ফোৰণত আতংকিত যাত্ৰী

October 11, 2026
হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হুথি আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ
India

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

October 11, 2026
দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d