Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Conflict between two management committees at Batadrava Than: দুখন সমিতিৰ অৰিয়া-অৰিত স্থৱিৰ বটদ্ৰৱা থানৰ উন্নয়ন

এপ্ৰিলৰ পৰাই মাননিৰ ধন পোৱা নাই ২৫ জন সেৱকে

publisher by publisher
July 18, 2025
in Assam, News
Reading Time: 1 min read
0
Conflict between two management committees at Batadrava Than: দুখন সমিতিৰ অৰিয়া-অৰিত স্থৱিৰ বটদ্ৰৱা থানৰ উন্নয়ন
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Guwahati:কংগ্ৰেছীৰ সংস্থাপনৰ বাবে পাখি কটা গ’ল বিধায়কৰ, দীঘলীয়া হৈছে তালিকা

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

Conflict between two management committees at Batadrava Than:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ ইতিহাস প্রসিদ্ধ শ্রীশ্রী বটদ্ৰৱা থানৰ পৰিচালনা সমিতি কেন্দ্রিক সংঘাত অব্যাহত আছে। দুখনকৈ পৰিচালনা সমিতিয়ে নিজকে বৈধ বুলি ঘোষণা কৰি পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ থকাত থানখনৰ প্ৰকৃত উন্নয়নত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

দুয়োখন সমিতিয়ে সমান্তৰালকৈ তৎপৰতা অব্যাহত ৰখাত থানখনত কৰ্মৰত সেৱক সকলো চৰম বিভ্রান্ত হৈ পৰা পৰিলক্ষিত হৈছে। থান পৰিচালনাকেন্দ্ৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত থানখনৰ উন্নয়ন মূলক আঁচনিসমূহৰ কাম সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে। তদুপৰি এই পৰিচালনা সমিতিকেন্দ্রিক সংঘাতৰ দুর্ভোগ ভুগিব লগা হৈছে বটদ্ৰৱা থানত নিযুক্ত হৈ সেৱা আগবঢ়াই থকা ২৫জনকৈ সেৱকে।

এই খেলিমেলিৰ বাবেই ২৫জনকৈ সেৱকে ন্যূনতম মাননিৰ ধনৰ পৰা যোৱা এপ্ৰিলৰ পৰাই বঞ্চিত হৈ থাকিব লগা হৈছে। ফলত থানৰ এই কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে বটদ্ৰৱা থানত নিয়োজিত অধিকাংশ কৰ্মচাৰীৰ ঘৰৰ অৱস্থা অতিশয় শোচনীয়। ন্যূনতম তিনি চাৰি হেজাৰ টকাৰ মাননিৰ বিনিময়ত দিনটোৰ ১০-১২ ঘণ্টাৰ অধিক সময় থানত সেৱা আগবঢ়াব লাগে তেওঁলোকে।

যোৱা মার্চলৈকে পূৰ্বৰ সমিতিয়ে দৰমহাৰ ধন মোকলাই দি আহিছিল যদিও যোৱা এক মে’ত এখন তদর্থ সমিতিয়ে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা এই পর্যন্ত এই কর্মচাৰী (সেৱক) সকলে প্রাপ্য মাননিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে বুলি জানিব পৰা গৈছে।

স্মর্তব্য যে শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ পৰিচালনা সমিতিকেন্দ্রিক সংঘাত সুদীর্ঘ দিন ধৰি অব্যাহত আছে। এখন তদর্থ সমিতি আনখন নির্বাচিত সমিতি। কিন্তু তদর্থ সমিতিক ন্যায়ালয়ে বৈধতা প্রদান কৰাত সেই সমিতিখনে কাৰ্যনিৰ্বাহ কৰি আছে যদিও আনখন সমিতিয়ে ও নিজকে বৈধ বুলি দাবী কৰি আহিছে। দুর্ভাগ্যজনক কথাটো হ’ল বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সময় কাহানিবাই পাৰ হৈছে যদিও এই পর্যন্ত সাধাৰণ সভা অনুষ্ঠিত কৰি এখন সর্বসম্মত পূর্ণাংগ সমিতি গঠনৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভহোৱা নাই।

ইতিহাস প্রসিদ্ধ থান খনিত পৰিচালনা সমিতি কেন্দ্রিক সংঘাতৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক ৰূপক শৰ্মা আৰু জিলা আযুক্ত দেৱাশীষ শর্মাক বিশেষ পদক্ষেপ গ্রহণ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজে আহ্বান জনাইছে।

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা (তদর্থ) সমিতিখনে অহা ২৭জুলাইত এখন সাধাৰণ সভা আহ্বান কৰিছে। ইপিনে, ইয়াৰ মাজতে নিজকে বৈধ বুলি দাবী কৰি অহা আনখন সমিতি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই শ্রীশ্রী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক টিকেন্দ্রজিৎ দেৱ গোস্বামীৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত গোচৰ তৰা কাৰ্যই থান পৰিচালনা সমিতিৰ বিতৰ্কই নতুন মোৰ লৈছে।

সভাপতিজনে বটদ্ৰৱা আৰক্ষী থানাত সাধাৰণ সম্পাদক গোস্বামীৰ বিৰুদ্ধে দিয়া এজাহাৰত বিত্তীয় খেলিমেলি, নিয়ম অনুসৰি কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত নকৰা আদি বিষয়সমূহ উল্লেখ কৰিছে। সম্প্রতি তেওঁ থান পৰিচালনা সমিতিৰ সভাপতি আদিৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখা নাই। তেওঁলৈ কে’বাখনো পত্ৰ দিয়াৰ পাছতো থান পৰিচালনা সমিতিৰ ওচৰত হিচাপ দাখিলৰ কোনো ব্যৱস্থা নকৰিলে।

এজাহাৰত উল্লেখ কৰা হৈছে যে সাধাৰণ সম্পাদক গোস্বামীয়ে থান পৰিচালনা সমিতিৰ সংবিধান উলংঘা কৰি কাম কৰি আছে। সেয়ে সমগ্র বিষয়টো তদন্ত কৰি আইনী ব্যৱস্থা ল’বলৈ বটদ্ৰৱা আৰক্ষী থানাৰ আৰক্ষীক আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Batadrava ThanConflicttwo management committees
publisher

publisher

Related Posts

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d