Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এইবাৰ দিপাৱলীত কেৱল ভাৰতীয় সামগ্ৰীৰ বজাৰ ,নাই বিদেশী ফটকা

চীনৰ ৫০হেজাৰ কোটিৰ ক্ষতি

publisher by publisher
October 31, 2021
in India, News
Reading Time: 1 min read
0
এইবাৰ দিপাৱলীত কেৱল ভাৰতীয় সামগ্ৰীৰ বজাৰ ,নাই বিদেশী ফটকা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

দেশৰ দীপাৱলীৰ ফটকা ফুলজাৰিৰ বজাৰৰ দৃশ্য ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে। চীনৰ পৰা আমদানিকৃত ফটকা-ফুলজাৰি আলোকসজ্জাৰ পৰিৱৰ্তে দেশীয়ভাৱে নির্মিত এনেবোৰ সামগ্ৰীৰ প্ৰতি আগ্রহ বৃদ্ধি পাইছে ভাৰতৰ বজাৰত।

ADVERTISEMENT

ফলত এইবাৰ ঠন ধৰি উঠিছে দেশৰ বিভিন্ন প্ৰান্তৰ উৎসৱৰ বজাৰ।শেহতীয়া এক জৰীপে এই কথা প্রতীয়মান কৰিছে। গ্ৰাহক আৰু ব্যৱসায়ী উভয়ে এতিয়া চীনা সামগ্ৰীৰ প্ৰতি আগ্ৰহী নহয়।

ভাৰতীয় বজাৰত মাধমাৰ শোধাই অতি কম মূল্যতে উপলব্ধ চীনা সামগ্ৰীৰ বজাৰখনে সেয়েহে ক্ৰমাৎ গতি হেৰুৱাবলৈ ধৰিছে। এই পৰিপ্ৰেক্ষিততে আত্মনিৰ্ভৰশীলতাৰ দিশলৈ গতি কৰিছে দেশীয়ভাবে প্রস্তুত কৰা উৎসৱৰ বতৰত ব্যৱহৃত সামগ্রী।

মন কৰিবলগীয়া যে আগন্তুক দীপাৱলীৰ বজাৰ ইতিমধ্যে দেশজুৰি ৰমৰমীয়া হৈছে। ক’ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত দীপাৱলী পালন কৰা হোৱা নাছিল যদিও চলিত বৰ্ষত দেশজুৰি ক’ভিড প্ৰট’কলৰ মাজেৰে উদযাপনৰ বাবে সাজু হৈছে ৰাইজ।

এইবাৰ চীনা সামগ্ৰীৰ বৰ্জনৰ ধূম উঠিছে। সেয়েহে ভাৰতত দীপাৱলীৰ পূৰ্বে চীনা সামগ্ৰীয়ে বৃহৎ লোকচানৰ সম্মুখীন হ’ব বুলি ব্যৱসায়ী মহলে সদৰী কৰে। কনফেডাবেছন অব ইন্ডিয়ান ট্রেডাৰ্ছ (টিএআইটি)ৰ মতে চলিত বৰ্ষত চীনা ৰপ্তানি ব্যবসায়ীসকল ৫০ হেজাৰ কোটি টকা পর্যন্ত লোকচানৰ সন্মুখীন হোৱা সম্ভাৱনা প্ৰকট হৈছে।

দেশৰ বজাৰত চীনা সামগ্ৰী বৰ্জনৰ আহ্বানৰ বাবে বিপদত পৰিব এনে সামগ্ৰী ৰপ্তানি কৰা ব্যৱসায়ীসকল। ফলত ভাৰতত উৎপাদিত সামগ্ৰীৰ ভিত্তিত গঢ় লোৱা উদ্যোগ প্রত্যক্ষভাৱে এইবাৰ দীপাৱলীৰ বতৰত লাভৱান হ’ব বুলি আশা কৰা হৈছে।

এক বিবৃতিত ব্যৱসায়ীসকলৰ উক্ত মঞ্চই কয় যে চলিত দীপাৱলীত দেশীয় বজাৰে বৃহৎভাৱে সাৰ-পানী পাব, কিয়নো ভাৰতীয় সামগ্ৰীৰ গ্ৰাহকৰ সংখ্যা বহুগুণে বৃদ্ধি পাবলৈ ধৰিছে।

দীপাৱলীৰ বিক্রীত দেশীয় বজাৰে ঠন ধৰি উঠাৰ ফলত দেশৰ অৰ্থনীতিলৈ দুই লাখ কোটি টকাৰ প্ৰবাহৰ সম্ভাৱনা ব্যক্ত হৈছে। পূৰ্বৰ বছৰৰ দৰে এইবাৰো বাণিজ্য সংস্থাটোৱে চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে আৰু এই কথা নিশ্চিত যে চীন ৫০ হেজাৰ কোটিৰ লোকচানৰ সন্মুখীন হ’ব।

শেহতীয়াভাবে দেখা গৈছে যে দেশৰ আগশাৰীৰ মহানগৰীৰ গ্ৰাহকে চীন সামগ্রী ক্ৰয়ৰ বাবে আগ্রহী নহয়। ফলত ভাৰতীয় সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ সম্ভাৱনা আছে।

শেহতীয়া এক জৰীপ অনুসৰি এই পর্যন্ত দেৱালীৰ ফটকা আৰু অন্যান্য সামগ্ৰীৰ দৰে চীনা সামগ্রী রপ্তানীর পদক্ষেপ লোৱা নাই ভাৰতীয় ব্যবসায়ীসকলে।

দিল্লী, আহমেদাবাদ, বাংলাদেশ, কলকাতা, গুৱাহাটী, চেন্নাই আদিকে ধৰি দেশৰ ২০খন চহৰ নগৰত এই জৰীপ চলোৱা হৈছিল। ৰাখী বন্ধনৰ পৰা আৰম্ভ কৰি নৱবৰ্ষৰ পর্যন্ত উৎসৱৰ বতৰত ভাৰতীয় ব্যৱসায়ীসকলে সাধাৰণতে চীনৰ পৰা ৭০ হেজাৰ কোটিৰ সামগ্রী আমদানি কৰে।

এইবাৰ ইয়াৰ বিপৰীত দৃশ্য দেখা গৈছে। অৱশ্যে অলপতে হৈ যোৱা ৰাখী বন্ধনৰ উৎসৱৰ সময়ত ৰঙা চীনে ভাৰতৰ বজাৰত পাঁচ হেজাৰ কোটি পর্যন্ত লোকচানৰ সন্মুখীন হৈছে আৰু গণেশ চতুর্থীত পাঁচশ কোটিৰ লোকচানৰ সন্মুখীন হৈছে।

দীপাবলীত এই প্রবণতা অব্যাহত থাকিলে এই কথা স্পষ্ট হৈ পৰিব পৰিব যে কেৱল ভাৰতীয় ব্যবসায়ীসকলে নহয় দেশীয় গ্রাহকেও চীনা সামগ্ৰী ক্ৰয়ৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaDiwali 2021diwali crackers
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d