Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

“অসমীয়া বিজেপি বার্তা”ৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন

publisher by publisher
November 1, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
“অসমীয়া বিজেপি বার্তা”ৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এটা অনুষ্ঠানত বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তাৰ” ৫৯ সংখ্যক সংস্কৰণ উন্মােচন কৰা হয়। দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক উপ সভাপতি জয়ন্ত কুমাৰ দাসে আলােচনীখন উন্মােচন কৰে।

ADVERTISEMENT

ভাষণ প্রসংগত দাসে কয় যে “অসমীয়া বিজেপি বার্তা” দলৰ নীতি আদর্শ তথা দর্শনৰ দাপােন স্বৰূপ ৷ তেওঁ কয় যে মুখপত্ৰখনৰ দায়িত্বত থকা কার্যকর্তাসকলৰ প্ৰচেষ্টাত এই আলােচনীখনে নতুন গতি লাভ কৰিছে। উপ সভাপতিগৰাকীয়ে বিভিন্ন প্রত্যাহ্বানকো নেওচি আলােচনীখন নিয়মিতভাৱে প্ৰকাশ কৰি অহাৰ বাবে “অসমীয়া বিজেপি বাতা”ৰ সম্পাদক ডঃ দেৱদত্ত বৰকটকীক ধন্যবাদ জ্ঞাপন কৰে।

মুখপত্ৰখনৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন কৰাৰ সুযােগ দিয়াৰ বাবে তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকো ধন্যবাদ জ্ঞাপন কৰে । দাসে বিজেপিৰ কাৰ্যকর্তা হিচাপে তেওঁৰ দলীয় কাম-কাজৰ স্মৃতি ৰােমন্থন কৰি কয় যে বিজেপিয়ে হৈছে এনে এটা দল যিয়ে ব্যক্তিগত স্বার্থতকৈ ৰাষ্ট্ৰ আৰু দলীয় স্বার্থক সদায় উৰ্দ্ধত ৰাখে । বিদেশীমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত বিজেপি দল দৃঢ় প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি উপ সভাপতিগৰাকীয়ে কয় যে অনাগত দিনসমূহত বিজেপিয়ে সমাজ কল্যাণৰ বাবে আৰু অধিক শক্তিশালী ৰূপত কাম কৰি যাব ।

অনুষ্ঠানত বক্তব্য ৰাখি ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি ভৱেশ কলিতাই ন ন তথ্য সমৃদ্ধ “অসমীয়া বিজেপি বার্তা” নিয়মিতভাৱে প্ৰকাশ কৰাৰ বাবে কার্যকর্তাসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই ক্ষেত্ৰত আৰু অধিক কর্মস্পৃহাৰে আগুৱাই যােৱাৰ বাবে আহ্বান জনায় ।

উল্লেখযােগ্য যে পৰৱর্তী ৬০ সংখ্যক সংস্কৰণত আলােচনীখনে প্ৰকাশৰ পাঁচটা বছৰ সম্পূৰ্ণ কৰিব । দলীয় কার্যকর্তাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আলােচনীখনত, টুইটাৰ আৰু ফেচবুকত প্রকাশ পােৱা দলীয় নেতৃত্বৰ বিশেষ কিছু বার্তা সন্নিৱিষ্ট কৰা হৈছে । নিষ্ঠা, সততা আৰু সমর্পণৰ মনােভাৱেৰে ৰাষ্ট্ৰ আৰু দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ তথ্য সমৃদ্ধ লিখনিও আলােচনীখনত সন্নিৱিষ্ট কৰা হৈছে ।

অসমীয়া বিজেপি বার্তাৰ সম্পাদক ডঃ দেৱদত্ত বৰকটকীয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত জ্যেষ্ঠ নেত্রী তথা সাংসদ কুইন ওজাৰ লগতে দলীয় বিষয়ববীয়া আৰু কার্যকর্তাসকল উপস্থিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asomiya BJP BartaBhabesh KalitaBJPJayanta Kumar DasQueen Ojaঅসমীয়া বিজেপি বার্তা
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d