Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Fumio Kishida : জাপানত জয়ী কিশ্বিদাৰ দল

publisher by publisher
November 1, 2021
in International, News, Politics
Reading Time: 1 min read
0
Fumio Kishida : জাপানত জয়ী কিশ্বিদাৰ দল
2
SHARES
15
VIEWS
ShareShareShareShare

চলিত মাহৰ আৰম্ভণিতে ইয়োশ্বিহিদে ছুগাৰ ঠাইত জাপানৰ প্রধানমন্ত্রী পদত বহিছিল ফুমিয়ো কিশ্বিদাই । কিন্তু দায়িত্ব লাভৰ পাছতেই নির্বাচনৰ আহ্বান জলায় কিশ্বিদাই । আজি দেশৰ পৰৱর্তী প্রধানমন্ত্রী নিৰ্বাচনৰ বাবে ভোট দিলে জাপানৰ জনসাধাৰণে । শাসক দল লিবাৰেল ডেমোক্রেটিক পার্টি (এলডিপি)য়ে পুনৰ জাপানৰ পার্লিয়ামেন্টৰ নিম্ন কক্ষত নিজৰ সংখ্যা গৰিষ্ঠতা বজায় ৰাখিব পাৰিব নে নাই, সেইটোৱে আছিল আটাইতকৈ ডাঙৰ প্রশ্ন । শংকা কৰা হৈছিল, কিশ্বিদাৰ দলে এই নির্বাচনত পৰাজিত হ’লে জাপানত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ’ব । অৱশ্যে দিনৰ শেষত ভোট গণনা কৰি দেখা গৈছে, কিছু সংখ্যক আসনত সংখ্যা গৰিষ্ঠতা বজায় ৰাখিবলৈ সক্ষম হৈছে কিশ্বিদাৰ দল।

ADVERTISEMENT

২০২০ত শ্বিনজো আবেই প্রধানমন্ত্রীৰ দায়িত্ব ত্যাগ কৰাৰ পাছৰ পৰা ৰাজনৈতিক অনিশ্চয়তা চলিছে জাপানত । তেওঁৰ ঠাইত প্রধানমন্ত্রী হয় ইয়োশ্বিহিদে ছুগা । কিন্তু পূর্বসূৰী আবেৰ দৰে জনপ্রিয় নাছিল ছুগা । ফলত কেইবছৰমানৰ ভিতৰতে তেওঁক প্ৰত্যাহাৰ কৰি কিশ্বিদাক প্রধানমন্ত্রী পদত অধিস্থিত কৰে তেওঁৰ দলে ।

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

কিন্তু সায়াও ফলপ্ৰসূ নহয় । উলোটাই কৰ’না অতিমাৰী নিয়ন্ত্ৰণ কৰিবলৈ এই নতুন প্রধানমন্ত্রী চূড়ান্ত ব্যর্থ বুলি অভিযোগ উত্থাপিত হয় দেশজুৰি । ৬৪ বছৰীয়া কিশ্বিদাই অতিমাৰীত বিপর্যস্ত দেশৰ অর্থনীতি সুচল কৰিবলৈ ইতিমধ্যে কে’বা হেজাৰ কোটি ডলাৰৰ পেকেজ ঘোষণা কৰিছে । তৎস্বত্ত্বেও দেশৰ জনসাধাৰণ খুব এটা সন্তুষ্ট নহয় । জনমত সমীক্ষাত ধৰা পৰিছিল এলডিপি-ৰ জনপ্রিয়তা হেৰুৱাৰ ছবি ।

সেয়ে শংকা হৈছিল, বহু আসন হেৰুৱাব পাৰে কিশ্বিদাৰ দলে । সেই শংকা সামান্য সত্যও হৈছে । ভাৰতীয় সময় গভীৰ নিশা পর্যন্ত পোৱা খবৰ অনুযায়ী, এতিয়াও প্ৰায় ৪০খন আসনৰ ফলাফল ঘোষণা বাকী আছে । অৱশ্যে কোমেয়িতোৰ স’তে যুটিয়াভাৱে এলডিপি-য়ে ৪৬৫ আসনৰ নিম্ন কক্ষত ২৭৪টা আসনত জয়ী হৈছে । এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ২৪৭টা আসন লাভ কৰিছে কিশ্বিদাৰ দলে । কোমেয়িতোৱে ২৭টা আসন লাভ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fumio KishidaJapan
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d