Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

সুস্বাস্থ্যৰ বাবে নিৰ্ভয়ে খাওক ফুলকবি

publisher by publisher
November 8, 2021
in Health, Lifestyle
Reading Time: 1 min read
0
সুস্বাস্থ্যৰ বাবে নিৰ্ভয়ে খাওক ফুলকবি
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ফুলকবিত কি কি উপাদান কিমান পৰিমাণৰ থাকে

এশ গ্রাম ফুলকবিত সাধাৰণতে যিবােৰ উপাদান পােৱা যায় সেইবােৰে এগৰাকী ব্যক্তিক সুস্থ কৰি ৰখাত সহায় কৰে। কেলৰি ২৫, কার্বোহাইড্রেট ১৯.৩, চর্বি ০.৮ প্র’ষ্টিম ৪.৮,কেলছিয়াম ২২ মিলিগ্রাম, আয়ৰণ ০.৪ মিলিগ্রাম, মেগনেছিয়াম ১৫ মিলিগ্রাম, ফছফৰাছ ৪৪.০ মিলিগ্রাম, পটাছিয়াম ৩০৩ মিলিগ্রাম, ছ’ডিয়াম ৩০ মিলিগ্রাম, জিংক বা দস্তা ০.৩ মিলিগ্রাম, মেংগানিজ ০.২ মিলিগ্রাম, ছেলেনিয়াম ০.৬ মাইক্ৰ’গ্রাম, ফ্ল’ৰাইড ১.০ মাইক্রগ্রাম, ভিটামিন ‘এ’ ১৩.০ আন্তর্জাতিক ইউনিট বিটা কেৰােটিন ৮.০ মাইক্র’গ্রাম, ভিটামিন ‘চি’ ৪৬.৪ মিলিগ্রাম, ভিটামিন ই’ ০.১ মিলিগ্রাম, গামাটোকো ফেৰেল ০.২ মিলিগ্রাম ভিটামিন ‘কে’ ১৬.০ মাইক্ৰ’গ্রাম, থিয়ামিন ০.১ মিলিগ্রাম, ৰাইব’ ফ্লেভিন ০.১ মিলিগ্রাম নিয়ামিন ০.৫ মিলিগ্রাম, ভিটামিন বি৬ ০.২ মিলিগ্রাম, ফেলেট ৫৭.০ মাইক্র’গ্রাম, পেন্টোথেনিক এচিড ০.৭ মিলিগ্রাম, কলিন ৪৫.২ মিলিগ্রাম পােৱা যায়। তদুপৰি প্রটিন ২.০ গ্রাম, জলীয় ভাপ ৯১.৯ গ্রাম, কার্বোহাইড্রেট ৫.৩ গ্রাম, ফাইবাৰ ২.৫ গ্রাম, ওমেগাত ফেটী এচিড ৩৭.০ মিলিগ্রাম, ওমেগ্রা-৬ ফেটী এচিড ১১.৬ মিলিগ্রাম পােৱা যায়। ইমানবােৰ শৰীৰৰ বাবে উপকাৰী উপাদান একেলগে লাভ কৰাটো কম কথা নহয়।

ফুলকবি খালে কিয় হয় গেছ

ফুলকবিত কিছু পৰিমাণে জটিল কার্বোহাইড্রেট থাকে। এয়া সহজে হজম নােহােৱাৰ ফলত ক্ষুদ্রান্ত্র আৰু বৃহদন্ত্রত গেছ উৎপন্ন হয়। তদুপৰি ইয়াত থকা ছালফাৰ বাবে গেছ দুর্গন্ধময় হয়। যদিহে এনে ধৰণৰ সমস্যাৰ সৃষ্টি হয় তেতিয়াহ’লে এইবিধ পাচলি খাব নালাগে।

এন্টি অক্সিডেন্ট সমৃদ্ধ গুণ

ফুলকবিত থাকে এন্টিঅক্সিডেন্ট। তদুপৰি ফাইটো নিউণ্টিয়েন সমৃদ্ধ পাচলি। এই দুয়ােবিধ উপাদানে কৰ্কটৰােগ প্রতিৰােধত সহায় কৰে। বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাত এইটো
প্রমাণিত হৈছে যে ফুলকবি নিয়মীয়াকৈ খালে খাদ্যনলী, স্তন্য প্রষ্টেট, হাওঁফাঁও, কলনত হােৱা কর্কটৰােগ প্ৰতিৰােধ হয়। দৰাচলতে ফুলকবিত থকা ইন্তোলথ্রি-কাৰ্বির্নল ছালফোৰেফেনে কৰ্কট ৰােগ প্ৰতিৰােধ কৰিব পৰা ক্ষমতা আছে। সেইবাবে বতৰৰ পাচলিবিধ নিয়মীয়াকৈ খাব লাগে।

প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে

সাধাৰণতে শীতকালত হােৱা পাচলিত যিবােৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে সেইবােৰৰ ভিতৰত অন্যতম হ’ল ফাইবাৰ। এই পাচলিসমূহৰ ভিতৰত আকৌ ফুলকবিত ফাইবাৰ প্ৰচুৰ পৰিমাণে পােৱা যায়। সেইবাবে ইয়াক আঁহযুক্ত খাদ্য বুলি কোৱা হয়। এনে উপাদানসমৃদ্ধ পাচলি খালে কোষ্ঠ-কাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। এনে খাদ্য খােৱাৰ পাছতে ভােক সােনকালে নােহােৱা হয়।ফাইবাৰ সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খালে ওজন বৃদ্ধি হােৱাৰ আশংকা নাথাকে। অতিসম্প্রতি বিশ্বত মেদবহুল লােকৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ ফুলকবি খােৱা উচিত।

ৰােগ-প্রতিবােধ ক্ষমতা নিয়ন্ত্রণ কৰে

ফুলকবি খালে ৰােগ প্ৰতিৰােধ ক্ষমতা স্বাভাৱিক হৈ থাকে। ইয়াত থকা বিভিন্ন উপাদান ৰােগ প্ৰতিৰােধী ক্ষমতা নিয়ন্ত্রণ কৰে বুলি গৱেষকসকলে মন্তব্য কৰিছে। যেতিয়া মানুহৰ ৰােগ প্ৰতিৰােধ ক্ষমতা স্বাভাৱিক হৈ থাকে তেতিয়া বিভিন্ন ৰােগৰ ভাইৰাছ বেক্টেৰিয়াই আক্রমণ কৰিবলৈ সহজে সুযােগ নাপায়।

ভিটামিন ‘কে’ৰ ভঁৰাল

ফুলকবিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘কে’ থাকে। ইয়াত থকা কেলছিয়ামে এইবিধ ভিটামিন হজম কৰাত সহায় কৰে। কেলছিয়ামে হাড় শক্তিশালী কৰাত সহায়ক। সেয়েহে অষ্টিঅ’পৰােছিছ বা হাড় থুনুকা হােৱাৰ পৰা হাত সাৰিব পাৰি। এইবিধ পাচলিত থকা উপাদানে হাড় শক্তিশালী কৰাত সহায় কৰে বাবে সৰুৰে পৰাই খুৱাব পাৰি।

কি কি উপাদান থাকে

ADVERTISEMENT

ফুলকবিত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে উপকাৰী বিভিন্ন উপাদান থাকে। ভিটামিন ‘চি’,ভিটামিন ‘কে’, ভিটামিন বি-৬ ফলিক এডিচ,বায়ামিন,ৰাইবােফ্লেভিন, নিয়াচিন, আয়ৰণ,পেন্টোথেনিক এচিড, কেলচিয়াম মেগনেছিয়াম,ফছফৰাছ, পটাছিয়াম আৰু মেংগানিজ পােৱা যায়। সেইবাবে ফুলকবি নিয়মীয়াকৈ খােৱা উচিত।

এইচ পাইলৰীৰ পৰা ৰক্ষা কৰে

এইচ পাইলৰী নামৰ বেক্টেৰিয়াবিধৰ আক্ৰমণৰ পৰা পাকস্থলীক ৰক্ষা কৰে। এইবিধ বেক্টেৰিয়াই যদি কেনেবাকৈ পাকস্থলীত বাহ লয় তেতিয়াহ’লে পাকস্থলীত আলচাৰ, আনকি কর্কটৰােগ পর্যন্ত হােৱাৰ আশংকা থাকে।

শৰ্কৰা-চর্বি বৃদ্ধি নকৰে

ফুলকবি খালে তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি নকৰে। তদুপৰি চর্বি জমা হ’বলৈ নিদিয়ে। গতিকে ডায়েবেটিছত আক্রান্তয়াে ফুলকবি খােৱাত বাধা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsCauliflowerHealth
publisher

publisher

Related Posts

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d