Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Navjot Singh Sidhu : ইমৰান ‘জ্যেষ্ঠ ভাতৃ’, পুনৰ বিতর্কত সিধু

publisher by publisher
November 21, 2021
in India, News, Politics
Reading Time: 1 min read
0
Navjot Singh Sidhu : ইমৰান ‘জ্যেষ্ঠ ভাতৃ’, পুনৰ বিতর্কত সিধু
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

তিনি বছৰ আগতে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানৰ শপতগ্রহণ অনুষ্ঠানত গৈ পাক সেনা প্রধান জেনেৰেল কমৰ জাভেদ বাজৱাক আলিংগন কৰি বিতর্কত পৰিছিল । বিগত ছেপ্টেম্বৰত মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ দিয়াৰ সময়তো পঞ্জাৱৰ বিদায়ী কংগ্রেছ নেতা অমৰেন্দৰ সিঙে তেওঁক পাক প্রধানমন্ত্রীৰ বন্ধু বুলি কটাক্ষ কৰিছিল । সেই পাক প্রধানমন্ত্রীক লৈও মন্তব্য কৰি পুনৰ বিতর্কত পৰিছিল পঞ্জাৱৰ কংগ্রেছ প্রধান তথা প্রাক্তন ক্রিকেটাৰ নভজোৎ সিং সিধু । আজি পুৱা কৰতাৰপুৰ কৰিডৰেৰে পাক পঞ্জাৱৰ দৰবাৰ ছাহিব গুৰুদ্বাৰ দর্শনত গৈছিল সিধু । তাতেই কিছু পাক বিষয়াৰ সন্মুখত তেওঁ কয়, ইমৰান তেওঁৰ ‘জ্যেষ্ঠ ভাতৃ’-ৰ দৰে ।

ADVERTISEMENT

আজি পুৱা পাক পঞ্জাৱ প্রদেশৰ এই গুৰুদ্বাৰ দর্শনত যায় সিধু । বিজেপি নেতাৰ ২১ জনীয়া এটা প্রতিনিধি দলেও আজি এই গুৰুদ্বাৰ দর্শনত যায় । বিজেপি নেতাসকলৰ নেতৃত্বত আছিল পঞ্জাৱৰ বিজেপি সভাপতি অশ্বিনী শর্মা । আজ বিজেপি নেতা অমিত মালবীয় সিধুৰ এটা ভিডিঅ’ টুইট কৰে । ভিডিঅ’ত দেখা গৈছে, সিধুক মালা দি সম্বর্ধনা জনাইছে কিছু পাক বিষয়াই । তেওঁলোকে সিধুক জনায়, পাক প্রধানমন্ত্রীৰ প্রতিনিধি হৈ তেওঁলোক আহিছে । প্ৰত্যুত্তৰত তেওঁলোকক কোৱা শোনা যায়, “ম‌ই সন্মানিত বোধ কৰিছো । তেওঁ (ইমৰান) মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে । সঁচাকৈ ম‌ই ইমান সন্মানৰ যোগ্য নহয় । কিন্তু আপোনালোকক ধন্যবাদ ।” লগতে কৰতাৰপুৰ কৰিডৰ খোলাৰ বাবে দুই দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইমৰান খানক ধন্যবাদ জনাইছে সিধুৱে ।

কৰতাৰপুৰ কৰিডৰৰ সেই বিতর্কিত ভিডিঅ’ ভাইৰেল হ’বলৈ বেছি সময় নালাগিল । অমিত মালবীয়‌ই সামাজিক মাধ্যমত সিধুৰ সেই ভিডিঅ’ টুইট কৰি লিখে, “ৰাহুল গান্ধীৰ প্রিয় নভজোৎ সিং সিধুৱে ইমৰান খানক জ্যেষ্ঠ ভাতৃ বুলি সম্বোধন কৰিছে । ইয়াত আচৰিত হ’বলগীয়া একো নাই যে গান্ধী ভাতৃ-ভগ্নীসকলে প্রবীণ অমৰেন্দৰ সিঙৰ পৰিৱৰ্তে সিধুক নিৰ্বাচিত কৰিছে ।” কংগ্রেছ তথা ৰাহুল গান্ধীক কটাক্ষ কৰি বিজেপিৰ মুখপাত্র সম্বিত পাত্রৰ মন্তব্য, “বিৰোধী দলে আইএছ-ৰ দৰে সন্ত্ৰাস গোষ্ঠীৰ মাজতহে হিন্দুত্ব দেখা পায় আৰু খানৰ মাজত ভাই জান (জ্যেষ্ঠ ভাতৃ) ।”

কংগ্রেছ নেতাৰ একাংশও বিষয়টোক ক্ষুব্ধ । কংগ্রেছ নেতা মনীশ তিৱাৰিয়ে প্ৰত্যক্ষভাৱে সিধুক কটাক্ষ কৰি কয়, “ইমৰান খান কাৰো জ্যেষ্ঠ ভাতৃৰ দৰে হ’ব নোৱাৰে । কিন্তু ভাৰতৰ বাবে তেওঁ সেই টোপ, যাৰ মাধ্যমত আইএছআই আৰু পাক সেনা ড্র’নৰ মাধ্যমত পঞ্জাৱ সীমান্ত পাৰ হৈ মাদক আৰু নিয়ন্ত্রণ ৰেখাৰে অস্ত্র আৰু সন্ত্ৰাসবাদী ভাৰতত সৰবৰাহ কৰে ।” তেওঁ আৰু প্রশ্ন কৰে, “পুঞ্চত ভাৰতীয় সেনা-জৱানসকলৰ আত্মবলিদান কি আমি ইমান সোনকালে পাহৰি গ’লো ?”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressImran khanNavjot Singh Sidhu
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d