Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিন দুপৰতে মৰিয়াই মৰিয়াই হত্যা নিৰীহ যুৱকক : গুৰুতৰভাৱে আহত দুই

কাইলৈ আছুৰ ক'লা দিৱস ঘোষণা

publisher by publisher
November 29, 2021
in Assam, India, News
Reading Time: 1 min read
0
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

যোৰহাট নগৰৰ মাজমজিয়াত দিন দুপৰতে এচাম বৰ্বৰ লোকে মৰিয়াই মৰিয়াই এজন ছাত্ৰ সন্থাৰ বিষয়ববীয়াক হত্যা কৰে আৰু এই ঘটনাত এজন সাংবাদিকসহ এজন ছাত্ৰ নেতা গুৰুতৰভাৱে আহত হয় । সাংস্কৃতিক ৰাজধানী যোৰহাটৰ সন্মানক ভূ লুণ্ঠিত কৰা এক ঘটনা সংঘটিত হয় নগৰৰ মাজমজিয়াৰ নিৰ্মল চাৰি আলিত । বিয়লি প্ৰায় এক বজাত ঘটনাটো সংঘটিত হয় । নিহত যুৱকজন হ’ল গোলাঘাট জিলাৰ নিৰীহৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা বিভাগৰ সম্পাদক তথা খূমটাইৰ ১ নং খকণ্ডগুৰি গাঁৱৰ নিবাসী নবীন ভূঞা আৰু বীৰ ভূঞাৰ পুত্ৰ অনিমেষ ভূঞাৰ মৃত্যু হয় ৷ গণ-প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন দুজন যুৱক ক্ৰমে একে অঞ্চলৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা উপ সভাপতি প্ৰণয় দত্ত আৰু বৈদ্যুতিন খুমটাইৰ সাংবাদিক তথা ছাত্ৰ নেতা মৃদুষ্মন্ত বৰুৱা ।

ADVERTISEMENT

ঘটনাৰ বিবৰণি অনুসৰি, তিনিওজন যুৱকে এখন তিনিচকীয়া বাহন লৈ যোৰহাট নগৰৰ মাৰোৱাৰীপট্টিত ঘৰুৱা বজাৰ কৰিবলৈ আহিছিল । তালকৰ আসনত আছিল সাংবাদিক মৃদুষ্মন্ত । মৃত অনিমেষৰ সহপাঠী তথা মৃদুষ্মন্ত বৰুৱাই ‘দৈনিক অগ্ৰদূত’ক জনোৱা মতে, প্ৰায় ১-৩০ বাজিছিল । তিনিও আহি নিৰ্মল চাৰি আলিৰ সমীপতে থকা ট্ৰাক ষ্টেণ্ডৰ কাষতে বাহনখন ৰাখে । গাড়ীখন পার্ক কৰে দুই বন্ধু অনিমেষ আৰু প্ৰণয় দোকানলৈ খোজ লৈছিলহে মাত্ৰ । সেই সময়তে এজন বয়সস্থ লোকে এখন স্কুটি আনি তেওঁলোকৰ বাহনখনৰ ওচৰতে ৰাখে যদিও মদ্যপ অৱস্থাত থকা লোকজন মুহূৰ্ততে পৰি যায় । মানুহজন পৰি যোৱা দেখি মৃদুষ্মন্তই তেওঁক দাঙি ধৰাত মূৰৰ পৰা তেজ ওলোৱা প্ৰত্যক্ষ কৰে । তিনিও লগ লাগি বৃদ্ধজনক পানী খুৱাই শুশ্ৰূষা কৰিবলৈ লওঁতেই ঘটি গ’ল উক্ত নৃশংস ঘটনা ।

এই বুলি উল্লেখ কৰি গুৰুতৰভাৱে আহত মৃদুষ্মন্তই কয়, ‘যিজন মানুহক আমি দাঙি ধৰি সহায় কৰি আছো, তেওঁ চিঞৰিবলৈ ধৰিলে ইহঁতে মোক খুন্দিয়াই পেলাই দিলে । এই বুলি কৈ আমাক আক্ৰমণ কৰিবলৈ ধৰে । হাতৰ মুঠিত স্কুটিৰ চাবি পাত লৈ মোক আঘাত কৰে । মই কি হ’ল টলকিবই নোৱাৰিলো । মুহূৰ্ততে বহুত মানুহ গোট খাই গ’ল আৰু প্ৰায় ৫০-৬০ জন লোকে আমাক আগুৰি ধৰি উপৰ্যুপৰি চৰ-গোৰ-ঘোচাৰে আক্ৰমণ কৰিবলৈ ধৰিলে । ইপিনে, অনিমেষ লেবেজান হৈ পৰিছে । তাৰ পাছতো তাক চোঁচৰাই চোঁচৰাই মাৰিয়ে আছে । মই বচাবলৈ গৈয়ো ৰক্ষা কৰিব নোৱাৰিলো । এটা সময়ত আমি নিৰ্মল চাৰি আলিৰ ট্ৰেফিক পুলিচ কেইজনৰ সহায় ভিক্ষা কৰি তেওঁলোকক সাৱটি ধৰিলোগৈ । তাৰ পাছতো আমাক আক্ৰমণ কৰিবলৈ নেৰিলে । পুলিচেও আমাক সিহঁতৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ।’

দুখত ভাঙি পৰা মৃদুষ্মন্তই কান্দি কান্দি কয়, ‘দুই এজন লোকে আমাৰ হৈ মাত মাতিছিল যদিও বেছি ভাগ লোকে আমাক অপৰাধী সজাই দূৰৰ পৰা ৰংহে চাই থাকিল। প্ৰায় ২০-২৫ মিনিট আমাক আক্ৰমণ কৰিয়ে থাকিল । মাৰি মাৰি নিৰ্মল চাৰিআলি পোৱালেহি, তাতে তিনিজন ট্ৰেফিক পুলিচে এখন অট’ত উঠাই আঁতৰাই নিবলৈ চেষ্টা কৰে যদিও তাতো আমি ৰক্ষা পৰা নাছিলো ।’

ইপিনে আৰক্ষীয়ে জনোৱা মতে, অট’ত উঠিয়ে গাড়ীৰ মজিয়াত বেহুচ হৈ পৰি যায় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অনিমেষ ভূঞা । পাছত তিনিওকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও অনিমেষক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে, দুই সতীৰ্থ মৃদুষ্মন্ত বৰুৱা আৰু প্ৰণয় দত্তক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হয় । দুয়োৱে শৰীৰৰ বিভিন্ন ঠাইত আঘাত পাইছে যদিও সম্প্ৰতি বিপদমুক্ত বুলি জনাইছে ।

উল্লেখযোগ্য যে যিজন লোকৰ বাবে এই নাৰকীয় ঘটনাৰ সূত্ৰপাত হ’ল, তেওঁ হৈছে নগৰৰ সমীপৰ বড়িগাঁৱৰ মোহন চন্দ্ৰ বৰা (৬৩) । দিন দুপৰতে মদ খাই মাতাল হৈ আহি তেওঁ ভাৰসাম্য ৰাখিব নোৱাৰি স্কুটীসহ বাগৰি পৰে । তাৰ পাছতে আৰম্ভ হয় তেওঁৰ নাটক। সহায় কৰিবলৈ যোৱা তিনি যুবকক দোষী সজাই নিজে আক্ৰমণ কৰাৰ উপৰি আনকো প্ৰৰোচিত কৰে আৰু নিজৰ দুই পুত্ৰকো মাতি আনে।  তেওঁৰ দুই পুত্ৰ ক্ৰমে নিৰজ দাস ওৰফে কুলাই ল’ৰা আৰু অকণি দাসে আহি সমগ্ৰ ঘটনাটো অধিক উত্তপ্ত কৰি তোলে । তেওঁলোক দুজনে লগত একে গাঁৱৰে আন যুৱকক মাতি আনে বুলি স্থানীয় সূত্ৰই জনাইছে ।

ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া

নাৰকীয় ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই কাইলৈ আছুৱে ক’লা দিৱস ঘোষণা কৰিছে । এক বিবৃত্তিত কয় যে যোৰহাটত সংঘটিত হোৱা এনে জঘন্য কাণ্ডৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কাইলৈ দিনৰ ১১ বজাৰ পৰা মুখত ক’লা কাপোৰ মাৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব । ঘটনাৰ গৰিহণা দি যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়, ‘সাংস্কৃতিক ৰাজধানী, শৈক্ষিক নগৰী, বৌদ্ধিক চিন্তা-চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি আমি সততে ফিতাহি মাৰি থকা যোৰহাট বাসীয়ে আজি লজ্জানত হৈ শিৰ উচ্চ কৰিব পৰা নাই । আমাৰ দর্পচূৰ্ণ হ’ল । এচাম মানৱৰূপী পশু, পিশাচৰ কাৰণে যোৰহাটৰ ঐতিহ্যত কালিমা সানিলে । এইসকল পিশাচৰ কাৰণে আজি আমাৰ মুখৰ ভাষা হেৰাই যাব লগা এটা বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈছে ।’

জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয়, ‘যোৰহাট আৰক্ষীৰ ফোঁপোলা স্বৰূপ ইতিমধ্যে উদং খাই গৈছে । কিদৰে নগৰৰ মাজমজিয়াত দিনৰ পোহৰত তিনিজন যুৱকক এচাম দানৱে আক্ৰমণ কৰি এজন যুৱকক হত্যা কৰিলে এয়া অত্যন্ত দুৰ্ভাগ্যৰ বিষয় । ইতিমধ্যে এই নাৰকীয় ঘটনাৰ তদন্ত আৰু দোষীক কৰায়ত্ত কৰাৰ দাবীত জিলা ছাত্ৰ সন্থাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । যোৰহাট আৰক্ষীক আমি জিলা ছাত্ৰ সন্থাই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছো, ২৪ ঘণ্টাতকৈ যদি এক ছেকেণ্ড সময় অতিক্ৰম কৰে তেন্তে যোৰহাট সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ’ব ।’

যোৰহাট চিকিৎসা মহাবিদ্যালয় চৌহদত আছুৰ কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন গোস্বামী, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালৰ নেতৃত্বত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল উপস্থিত হয় । চিকিৎসা মহাবিদ্যালয়খনত এক শোকস্তব্ধ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে এই ঘটনাক একেমুখে গৰিহণা দিছে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি কৰি যোৰহাটৰ সকলো দল-সংগঠনে চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ঘটনাটোক গৰিহণা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Animesh BhuyanJORHATMurder
publisher

publisher

Related Posts

আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d