Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

    অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

    ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

    ব্রিক্‌ছৰ বাবে সাত জহেজাৰ নিৰাপত্তাৰক্ষী, পাঁচ হেজাৰ আৰক্ষীৰ বেহুত দিল্লী

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    বানসাহায্য নাপালে দিছপুৰ ঘেৰাওৰ ভাবুকি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সৌৰ ছাদৰ ৰাজসাহায্য আচনি

২০ বছৰলৈকে লাভ কৰক বিনামূলীয়া বিদ্যুৎ

publisher by publisher
December 12, 2021
in India, News
Reading Time: 1 min read
0
সৌৰ ছাদৰ ৰাজসাহায্য আচনি
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Goalpara:গোৱালপাৰাৰ কালপানী চান্দামাৰী গাঁও পঞ্চায়তত ৪ বছৰেও সম্পূৰ্ণ নহল ৮৬ লাখ টকীয়া নদী বান্ধ

LIC : অতিমাৰীত দিব পৰা নাই কিস্তি ,বন্ধ বীমা পুনৰ আৰম্ভৰ সুযোগ দিছে এলআইচি য়ে

ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে প্রধানমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন

বজাৰত কয়লাৰ মূল্য প্রতিনিয়ত বৃদ্ধি পাইছে। দেশৰ কয়লাৰ ভাণ্ডাৰাে লাহে লাহে সমাপ্ত হ’বলৈ আহিছে। তাৰ উপৰি গােলকীয় উষ্ণতা হ্রাস কৰাৰ উদ্দেশ্যে সমগ্র বিশ্বই সন্মিলিতভাৱে নেট জিৰাে অৰ্জনৰ অর্থাৎ জীৱাশ্মজাত ইন্ধন দহন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ পণ লৈছে।

ADVERTISEMENT

ভাৰতেও অহা ২০৭০ৰ ভিতৰত নেট জিৰাে অর্জনৰ লক্ষ্য স্থিৰ কৰিছে। এই লক্ষ্যত উপনীত হ’বৰ বাবেই কয়লা বা তাপ বিদ্যুতৰ পৰিৱর্তে আন বিকল্প উপায়েৰে সৌৰশক্তি প্রয়ােগ কৰি বিদ্যুৎ উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে ।

কয়লাৰ পৰিৱর্তে ব্যৱহাৰ কৰিব পৰা অন্যান্য শক্তি বিকল্পসমূহৰ ভিতৰত আছে জলবিদ্যুৎ আৰু সৌৰশক্তি। সমগ্র দেশতে ইতিমধ্যে সৌৰ বিকল্প চাহিদা বৃদ্ধি পাইছে। শেহতীয়াকৈ, কেন্দ্রীয় চৰকাৰে ঘৰৰ চালত সৌৰ পেনেল স্থাপন কৰি প্রায় ২০ বছৰৰ বাবে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰিব পৰা এক আঁচনি আৰম্ভ কৰিছে যাতে জনসাধাৰণৰ মাজত সৌৰশক্তিৰ জনপ্রিয়তা বৃদ্ধি কৰিব পাৰি।

এই আঁচনিখনৰ নাম হৈছে সৌৰ ছাদৰ ৰাজসাহায্য আচনি। আঁচনিখনে আৰম্ভণিতে দৃষ্টি আকৰ্ষণ কৰিছে সকলােৰে। বহুতে ইতিমধ্যে এই আঁচনিৰ সুযােগ লৈ ঘৰৰ চালত সৌৰ পেনেল স্থাপনৰ কাম আৰম্ভ কৰিছে।

আঁচনিখনৰ উদ্দেশ্য :সমগ্র দেশতে সৌৰশক্তিৰ ধাৰণা আৰু বুজাবুজি বৃদ্ধি কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে সৌৰ ৰুফটপ ৰাজসাহায্য আঁচনি নামৰ এই আঁচনিখন আৰম্ভ কৰিছে। আঁচনিখন সমগ্ৰ দেশতে সৌৰশক্তিৰ ব্যৱহাৰক জনপ্রিয়কৰণৰ ওপৰতাে চকু ৰাখিব। অর্থাৎ, আঁচনিখনে দেশৰ বৃহৎ অংশৰ লােকসকলে সৌৰশক্তি ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব।

বিদ্যুতৰ নামত হােৱা ব্যয় ৰাহি হ’ব : মন কৰিব যে ,যদি আপুনি সৌৰশক্তি ব্যৱহাৰ কৰে তেন্তে আপােনাৰ ব্যয় প্রায় ৫০ৰ পৰা ৬০ শতংশ হ্রাস হ’ব। আৰু যদি আপুনি এই ৰাজসাহায্য আঁচনি গ্ৰহণ কৰে, আপুনি কেৱল পাঁচ- ছয়বছৰৰ বাবেহে বিল পৰিশােধ কৰিব লাগিব। তাৰ পাছত ১৯ৰ পৰা ২০ বছৰৰ বাবে সম্পূর্ণ বিনামূলীয়াকৈ বিদ্যুৎ প্রাপ্ত কৰিব পাৰিব।

কম ঠাইতে স্থাপন কৰিব পাৰি: ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰিবলৈ বেছি ঠাইৰ প্ৰয়ােজন নহয়। এক কিলােৱাট ক্ষমতাসম্পন্ন সৌৰ ছাদ স্থাপন কৰিবলৈ ১০ বর্গ মিটাৰ স্থানৰ প্রয়ােজন। ইয়াৰ পৰিৱর্তে, উপভােক্তাই পাব পৰিৱেশ-অনুকূল আৰু সুলভ বিদ্যুৎ ব্যৱহাৰ কৰাৰ সুযােগ। কেনেদৰে পঞ্জীয়ন কব্বি :প্রথমেই solarrooftop.in ৱেবছাইটলৈ যাওক। তাৰ পাছত ‘Apply on Solar Roofing’ বিকল্পত ক্লিক কৰক।

এইবাৰ আপােনাৰ ৰাজ্যৰ নাম বাছনি কৰক

ৰাজ্য বাছনি কৰাৰ পাছত আপােনাৰ স্ক্রীণত সৌৰ ৰুফ এপটো ওলাব। উক্ত এপটোত আপােনাৰ নিজৰ পৰিচয় পত্রকে ধৰি সকলাে প্রামাণিক নথিপত্ৰৰ তথ্য দাখিল কৰিলেহে আপােনাৰ নাম পঞ্জীয়নভুক্ত হব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: schemeSolar Rooftop Yojana
publisher

publisher

Related Posts

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!
India

গৰুতকৈ অধিক পুষ্টিকৰ পঁইতাচোৰাৰ গাখীৰ!

September 11, 2026
ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ
News

ছসপ্তাহৰ ভিতৰতে বয়স কৰিব ছবছৰ

September 11, 2026
আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!
India

আম্বানীৰ বানতাৰাত বাংলাদেশৰ পৰা চোৰাংভাৱে অনা লেমুৰ!

September 11, 2026
হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত
India

হঠাৎ ৮০ৰ দশকৰ নিচাত ডুবিছে নেটজগত

September 11, 2026
অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান
Assam

অসমৰ পৰা দৈনিক শ শ কুইণ্টল ইউৰিয়াৰ বহিঃৰাষ্ট্ৰলৈ চোৰাংচালান

September 11, 2026
ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন
India

ব্ৰিকছ নেতাৰ আপ্যায়নৰ বাবে বিধে বিধে সুস্বাদু খাদ্যৰ আয়োজন

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d