Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে প্রধানমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন

publisher by publisher
January 30, 2022
in India, News
Reading Time: 1 min read
0
ভুৱা হিতাধিকাৰীয়ে লাভ কৰিছে প্রধানমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ ধন
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

ক’ভিডৰ প্রথম ঢৌৰ সংক্রমণ ৰােধ কৰিবলৈ দেশজুৰি বলৱৎ হােৱা দীঘলীয়া তলাবন্ধৰ ফলত বাৰুকৈয়ে ক্ষতিগ্রস্ত হােৱা পদপথৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে ২০১৯ৰ পহিলা জুনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আৰম্ভ কৰা ‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি’ত ভুৱা হিতাধিকাৰীৰে ভৰি পৰাৰ গুৰুতৰ অভিযােগ উত্থাপন হৈছে।

ADVERTISEMENT

উল্লেখ্য যে ‘পি এম ষ্ট্রীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে দেশৰ মুঠ ৫০ লাখ পদপথৰ ব্যৱসায়ীক সাঙুৰি ঋণ প্রদানৰ এই ব্যৱস্থা বিগত ২০১৯ৰ জুনৰ পৰা কেন্দ্রীয় চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্রণালয়ে ৰূপায়ণ কৰি আহিছে যদিও অসমত আঁচনিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব নােপােৱাত আৰু আধাৰ কাৰ্ডৰ ব্যৱস্থা সূচল নােহােৱাৰ বাবে প্রথমাৱস্থাত ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ সক্ষম হােৱা নাছিল ৰাজ্যৰ পদপথৰ ব্যৱসায়ীসকল।

তথ্য অনুসৰি এই আঁচনিৰ প্রথম পর্যায়ত অর্থাৎ প্রথমটো কিস্তিত ৯২,৮০৪ জনে যােগ্য আবেদনকাৰী বিবেচিত হৈছিল আৰু ইয়াৰে ভিতৰত ৫০,৮১৯ জন আবেদনকাৰীয়ে ঋণৰ অনুমােদন লাভ কৰাৰ উপৰি ৩৭,২০৭ জনে অনুমােদিত ঋণৰ ধন লাভ কৰে। সমান্তৰালভাৱে প্রথম পর্যায়ত ৭,৪৪৫ জন আবেদনকাৰী অযােগ্য বিবেচিত হৈছিল।

উল্লেখ্য যে এই আঁচনিৰ প্রথম পর্যায়ত মহানগৰীৰ যােগ্যতা অর্জন কৰা ১৯,১৭৮ জন আবেদনকাৰীৰ ভিতৰত ৯,৮৮৭ জনে অনুমােদন লাভ কৰাৰ সমান্তৰালভাৱে ৭,৩০৯ জনেহে ঋণৰ ধন লাভ কৰে। অৱশ্যে এই আঁচনিৰ প্রথম পর্যায়ত ভুৱা হিতাধিকাৰীৰ সংখ্যা নগণ্য যদিও এই আঁচনিৰ দ্বিতীয় পর্যায়ৰ আবেদনত বহু ভুৱা হিতাধিকাৰী অন্তর্ভুক্ত হােৱা বুলি অভিযােগ উত্থাপন কৰিছে সদৌ অসম পদপথ ব্যৱসায়ী সন্থাই।

সন্থাৰ সভাপতি চন্দন গােস্বামীয়ে অভিযােগ কৰা অনুসৰি সংশ্লিষ্ট বিভাগে নির্ধাৰিত টার্গেট পূৰণ কৰাৰ লক্ষ্যৰে পদপথৰ ব্যৱসায় নকৰা একাংশকো এই ঋণ প্রদান কৰিছে। এই ঋণ লাভত সন্থা বিৰােধী নহয়; কিন্তু নীতি বহির্ভূর্তভাৱে ঋণ কিদৰে দিব পাৰে বুলি প্রশ্ন উত্থাপন কৰি গােস্বামীয়ে কয় যে যিসময়ত এই আঁচনি মুকলি কৰা হৈছিল, সেই সময়ত এই আঁচনিৰ সুফল আদায় কৰিবলৈ পদপথৰ ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছিল।

সংশ্লিষ্ট বিভাগক বহুবাৰ সমস্যাসমূহ অৱগত কৰা হৈছিল যদিও কোনাে গুৰুত্ব আৰােপ নকৰাত ৰাজ্যখনৰ নগণ্য সংখ্যক পদপথৰ ব্যৱসায়ীহে এই আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত এই আঁচনিৰে যাতে পদপথৰ ব্যৱসায়ীসকলে সুফল লাভ কৰে তাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ প্রদান কৰাৰ পাছতহে বিভাগে তৎপৰতা আৰম্ভ কৰে বুলি তেওঁ কয়।

ফলত মুখ্যমন্ত্ৰীৰ নির্দেৰ্শৰ পাছত সম্প্রতি পদপথত ব্যৱসায় নকৰা লােকক পদপথৰ ব্যৱসায়ী সজাই এই আঁচনিৰ হিতাধিকাৰী সজোৱা হৈছে বুলি গােস্বামীয়ে অভিযােগ তুলি প্রকৃত পদপথৰ ব্যৱসায়ীয়ে যাতে এই আঁচনিৰ সুফল লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট পক্ষক দাবী জনাইছে। উল্লেখ্য যে এই আঁচনিৰ দ্বিতীয় পর্যায়ত ৰাজ্যৰ ১,২৯৪ জন আবেদনকাৰীয়ে যােগ্যতা লাভ কৰিছে আৰু ইয়াৰে ১,০২৩ জনে অনুমােদন আৰু ৮৮৩ জনে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modischeme
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d