Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

বলিউডত বিয়াৰ বতৰ : নায়িকাৰ প্ৰথম পছন্দ কম বয়সীয়া চেলিব্ৰেটি

publisher by publisher
December 13, 2021
in Entertainment
Reading Time: 1 min read
0
বলিউডত বিয়াৰ বতৰ : নায়িকাৰ প্ৰথম পছন্দ কম বয়সীয়া চেলিব্ৰেটি
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

বিজ্ঞাপন দিও কন্যাৰ বাবে পাত্ৰ বিচাৰি পোৱা নাই পি চি সৰকাৰ জুনিয়ৰে

‘কইনাৰ মূল্য’ৰূপে প্ৰদান কৰিলে দুই কোটি টকা

শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ বহু চৰ্চিত জনপ্ৰিয় দম্পতি ভিকি কৌশল আৰু কেটৰিণা কাঈফ ।বিগত বহু দিনৰ পৰা সামাজিক মাধ্যমত বিশেষ চাঞ্চল‍্যৰ সৃষ্টি কৰি আহিছিল এই বিশেষ বিবাহখনে।

ADVERTISEMENT

অৱশেষত সকলোৰে প্ৰশ্নৰ অন্ত পেলাই বিবাহপাশত আৱদ্ধ হ’ল দুই অভিনেতা অভিনেত্ৰী। ইতিমধ্যে তেওঁলোকৰ বিবাহৰ ফটো সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈছে।

দম্পতিহালৰ বিবাহক লৈ পূৰ্বৰে পৰা বিভিন্ন কথাই চর্চা লাভ কৰি আহিছে। বিবাহৰ পূৰ্বে জাৰি কৰা একাধিক নিৰ্দেশনাৰ পৰা তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ স্থান ,খাদ্য, অতিথিকে ধৰি বিভিন্ন কথা ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

এই সকলোবোৰৰ মাজতে আহি পৰিছে তেওঁলোকৰ বয়সৰ ব্যৱধানৰ বিষয়টো । বলিউডৰ এই জনপ্ৰিয় দম্পতি কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বয়সৰ ব্যৱধান হৈছে পাঁচ বছৰ ?

বলিউদত কেৱল কেটৰিণা বা ভিকি কৌশলয়ে নহয় । বলিউডত আৰু বহুতো দম্পতি আছে যিয়ে নিজতকৈ কম বয়সৰ পুৰুষৰ লগত বিয়াত বহিছে ।এনে কেইগৰাকীমান অভিনেত্ৰীৰ নাম তলত উল্লেখ কৰা হ’ল

কেটৰিনা কাঈফ আৰু ভিকি কৌশল:  কেটৰিনা কাঈফৰ বয়স ৩৮ বছৰ আৰু তেওঁ ৩৩ বছৰীয়া বিকি কৌশলৰ লগত বিয়াত বহে । দম্পতীহালৰ পাঁচ বছৰ বয়সৰ ব্যৱধান । দুয়োজনৰ ন ডিচেম্বৰত ৰাজস্থানৰ যােধপুৰত সম্পন্ন হ’ল বিবাহ।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ: প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ বয়সৰ ব্যৱধান ১০ বছৰৰ । ২০২১ এক ডিচেম্বৰত প্ৰিয়ংকা আৰু নিকে তেওঁলোকৰ তিনি বছৰীয়া বাৰ্ষিকী উদযাপন কৰে ।

ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চন:  ২০০৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্যৰ ৰায় আৰু অভিষেক বচ্চন।বিবাহৰ সময়ত ঐশ্বৰ্যৰ বয়স আছিল ৩৪ আৰু অভিষেকৰ ৩১ ।

ছোহা আলি খান আৰু কুনাল খেমু: ছোহা আলী খান আৰু কুনাল খেমুৱে ২০০৯ চনত ধুণ্ডে ৰেহ জাওগেৰ ছেটত ইজনে সিজনক লগ পাইছিল। ছোহা আলি খান ৩৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল ৩২বছৰীয়া কুনালৰ স’তে । বিয়া হোৱাৰ পূৰ্বে দম্পতীহাল কিছু সময়ৰ বাবে লিভ-ইন সম্পৰ্কত আছিল।

নেহা ধুপিয়া আৰু অংগদ বেদী : নেহাৰ স্বামী অংগদ তেওঁতকৈ দুবছৰ সৰু । প্ৰতিটো সময়তে নেহা সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱা দেখা যায়।

নম্ৰতা শিৰুদকাৰ আৰু মহেশ বাবু:  নম্ৰতা স্বামী মহেশ বাবুতকৈ তিনি বছৰ ডাঙৰ। তেওঁলোক এহাল আকৰ্ষণীয় দম্পতী। অনুৰাগীসকলে তেওঁলোকক আদৰ কৰে।

অমৃতা সিং আৰু ছেইফ আলি খান : যদিও ছেইফ আৰু অমৃতাই পৃথক হৈ বৰ্তমান নিজৰ জীৱন সুখেৰে জীয়াই আছে, দুয়োজনৰ মাজত ১৩ বছৰ বয়সৰ ব্যৱধান এসময়ত চৰ্চাৰ বিষয় হৈ পৰিছিল।

বিপাশা বসু আৰু কৰন সিং গ্ৰ’ভাৰ :অভিনেত্ৰী বিপাশা তেওঁৰ স্বামীতকৈ তিনি বছৰ ডাঙৰ । ২০১৬ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল ।

নাৰ্গিছ আৰু সুনীল দত্ত: এক চিৰন্তন প্ৰেমকাহিনী, যদি আপুনি ক’ব বিচাৰে । যেতিয়া তেওঁলোকৰ বিয়া হৈছিল তেতিয়া নাৰ্গিছ আছিল সুনীল দত্ততকৈ এবছৰ ডাঙৰ। আমোদজনক ভাৱে, নাৰ্গিছ আনকি ব্লকবাষ্টাৰ চলচ্চিত্ৰ মাদাৰ ইণ্ডিয়াত সুনীলৰ অন-স্ক্ৰীণ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

ফাৰহান আখতাৰ আৰু অধুনা ভৱানী: ২০০০ চনত যেতিয়া ৩৩ বছৰ বয়সত অধুনা বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া তেওঁৰ স্বামী ফাৰহানৰ বয়স আছিল ২৬ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Katrina KaifVicky KaushalWedding
publisher

publisher

Related Posts

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

October 3, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d