Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বঙাইগাঁৱে ৰূপায়ণ কৰা শক্তি সংৰক্ষণ সন্দৰ্ভত সজাগতা অভিযানৰ বাৰ্তা প্ৰচাৰ

publisher by publisher
December 15, 2021
in Assam, News
Reading Time: 1 min read
0
বঙাইগাঁৱে ৰূপায়ণ কৰা শক্তি সংৰক্ষণ সন্দৰ্ভত সজাগতা অভিযানৰ বাৰ্তা প্ৰচাৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

এনটিপিচি, বঙাইগাঁৱে কোকৰাঝাৰৰ সকলো লোককে অন্তৰ্ভুক্তকৰণেৰে সামগ্ৰিক ভাৱে ইয়াৰ সাত দিনীয়া শক্তি সংৰক্ষণ সজাগতা সপ্তাহৰ সামৰণি মাৰে। শক্তি দক্ষতা ব্যৱস্থাপনা গোটে ইয়াৰ সকলো অভ্যন্তৰীণ আৰু বাহ্যিক অংশীদাৰক অন্তৰ্ভুক্ত কৰি শক্তি সংৰক্ষণ সপ্তাহ অনুষ্ঠিত কৰিছিল। ২০২১ ৰ আঠ ডিচেম্বৰৰ পৰা ইয়াৰ আৰম্ভ হৈছিল আৰু আজি ১৪ ডিচেম্বৰত পৰিসমাপ্তি ঘটে।

ADVERTISEMENT

এনটিপিচি, বঙাইগাঁৱে ইয়াৰ কৰ্মচাৰীসকলৰ মাজত ৱাকাথনৰে সপ্তাহটো আৰম্ভ কৰিছিল। ইয়াৰ ফ্লেগ অফ কৰে এনটিপিচি, বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলে। জিএম (অ’এণ্ডএম) টি. ৰবিন্দৰ, জিএম (এফএম আৰু তত্বাৱধান) শ্ৰী উমেশ সিং, জিএম (সুৰক্ষা) শ্ৰী ডি.পি. পাত্ৰ, জিএম (সুৰক্ষা) শ্ৰী অমিতাভ সাহা আৰু ষ্টেচনটোৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

পাছত প্ৰকল্পটোৰ ভিন্ন স্থানত শক্তি সংৰক্ষণৰ সংকল্প পাঠ কৰোৱা হয়। কোকৰাঝাৰৰ ভিন্ন মহাবিদ্যালয়ত শক্তি সংৰক্ষণ সপ্তাহ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা যায়। চিআইটি কোকৰাঝাৰ, চালাকাটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু জুনিয়ৰ কলেজ, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়, বিটিপিএছ উচ্চ মাধ্যমিক বিদ্যালয়, ঢোলমাৰা উচ্চ মাধ্যমিক বিদ্যালয় আৰু সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এনটিপিচি, বঙাইগাঁৱে আয়োজন কৰা পেপাৰ কুইজ, প’ষ্টাৰ মেকিং, চিত্ৰাংকন আৰু শ্ল’গান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

এনটিপিচি, বঙাইগাঁৱৰ ৱাৰ্ডকে ধৰি স্থানীয় সমাজ আৰু কোকৰাঝাৰৰ ৫০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষসকলে শ্ৰী সুশুবন দাস নেতৃত্বাধীন ইইএমজি গোট আৰু ষ্টেচনটোৰ বিষয়াসকলৰ সহযোগত বিজয়ীসকলক প্ৰমাণপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰে। এই উদযাপনৰ প্ৰতি দিনাই ক্ষেত্ৰ কৰ্মী, চুপাৰভাইজাৰৰ লগতে বয়লাৰ হাউচকিপিং কৰ্মীসকলৰ স’তে শক্তি সংৰক্ষণ সন্দৰ্ভত উৎসাহমূলক বাৰ্তালাপ (pep talks) কৰা হয়।

এই কাৰ্য্যক্ৰমৰ অংশ হিচাপে, চিআইটি, কোকৰাঝাৰৰ সহকাৰী অধ্যাপক শ্ৰী মনোময় গোস্বামী আৰু শ্ৰী অমিত কুমাৰ দেৰদ্বাৰা ষ্টেচনটোৰ অভিযন্তাসকলৰ বাবে এক বিশেষ কাৰিকৰী অধিৱেশনৰ জৰিয়তে জল সংৰক্ষণৰ ভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয় আৰু এনটিপিচিক উপলব্ধ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিভিন্ন উপায় আৰু সেইবোৰৰ সৰ্বোত্তম ব্যৱহাৰ কেনেদৰে কৰিব লাগে তাৰ পৰামৰ্শ প্ৰদান কৰে। শ্ৰী টি. ৰবিন্দৰে তদুপৰি বক্তাসকলক এনটিপিচিয়ে শক্তি সংৰক্ষণৰ অৰ্থে গ্ৰহণ কৰা ভিন্ন পদক্ষেপৰাজি সন্দৰ্ভত অৱগত কৰে। এই উপলক্ষে শক্তি সংৰক্ষণ সন্দৰ্ভত এখনি অনলাইন কুইজ, শক্তি সংৰক্ষণৰ অৰ্থে পৰামৰ্শ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত কৰা হয় য’ত কৰ্মচাৰীসকলৰ অংশগ্ৰহণ আছিল আশাব্যঞ্জক।

১২ ডিচেম্বৰত অনুষ্ঠিত দুই কিলোমিটাৰ আৰু পাঁচ কিলোমিটাৰ দূৰত্বৰ এক মাৰাথনত চিআইএছএফ আৰু এনটিপিচিৰ কৰ্মচাৰীসকলে ভিন্ন শ্ৰেণী যথাঃ প্ৰবীণ, শিশু, মহিলা আৰু কৰ্মচাৰীত অংশগ্ৰহণ কৰে। ষ্টেচনটোৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এনটিপিচি বঙাইগাঁৱৰ ইডি শ্ৰী সুব্ৰত মণ্ডলে টাউনশ্বিপৰ ভিতৰত ইয়াৰ ফ্লেগ অফ কৰে।

কৰ্মচাৰীসকলৰ মাজত ভিন্ন সজাগতা অভিযান চলোৱাৰ উপৰিও, ক্ষেত্ৰ কৰ্মী, চুপাৰভাইজাৰৰ লগতে বয়লাৰ হাউচকিপিং কৰ্মীসকলৰ স’তে শক্তি সংৰক্ষণ সন্দৰ্ভত উৎসাহমূলক বাৰ্তালাপ কৰা হয়।

এনটিপিচি, বঙাইগাঁৱে কোকৰাঝাৰৰ যুৱ প্ৰজন্মক শক্তি সংৰক্ষণৰ বিষয়ে সজাগ কৰাটো নিশ্চিত কৰে যাতে বৃহত্তৰ জনসাধাৰণৰ জৰিয়তে বাৰ্তাটোৱে ৰাষ্ট্ৰখনক অৱগত কৰাৰ বৃহত্তৰ উদ্দেশ্য পূৰণ কৰিব পাৰে। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ লগনত শক্তি সংৰক্ষণৰ এই কাৰ্য্যসূচী এক বিস্তৃত ধৰণে অনুষ্ঠিত কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KokrajharNTPC
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d