Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Santiago Flight 513 : আকাশ মাৰ্গত যাত্ৰা আৰম্ভ কৰি ৩৫ বছৰ পাছত মাটি নামিছিল ফ্লাইট ৫১৩ ! ভিতৰত শাৰী শাৰী কংকাল, ৰহস্যত আজিও

publisher by publisher
December 16, 2021
in International, News
Reading Time: 1 min read
0
Santiago Flight 513 : আকাশ মাৰ্গত যাত্ৰা আৰম্ভ কৰি ৩৫ বছৰ পাছত মাটি নামিছিল ফ্লাইট ৫১৩ ! ভিতৰত শাৰী শাৰী কংকাল, ৰহস্যত আজিও
11
SHARES
109
VIEWS
ShareShareShareShare

RelatedPosts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

জাৰ্মানীৰ গুৰুদ্বাৰত সংঘৰ্ষ, আহত কমেও ১১ জন

লাইনচ্যুত যাত্রিবাহী ট্রেন !বহুতো মৃত্যুৰ আশংকা 

আগতেই কোৱা প্ৰয়োজনীয় যে ঘটনাটো কালিকা লগা । অবিশ্বাসীসকলে ইয়াৰ ব্যাখ্যা বিচাৰি পোৱা নাই । বিশ্বাস কৰা সকলে আজিও সুযোগ পালেই এই গল্প শুনায় । অৱশ্যে যিয়ে যি নক‌ওক, ছেন্টিয়াগোৰ ফ্লাইট নম্বৰ ৫১৩ আজিও উত্তৰবিহীন ।

ADVERTISEMENT

১৯৫৪ৰ চাৰি ছেপ্টেম্বৰত ছেন্টিয়াগো এয়াৰলাইন্সৰ ৫১৩ নম্বৰ বিমানে আকাশ মাৰ্গত যাত্ৰা আৰম্ভ কৰে । তাৰ পাছত বিমানখন হঠাৎ নিৰুদ্দেশ হৈ যায় ।

জার্মানীৰ পশ্চিম প্রান্তৰ চহৰ আকেনৰ পৰা ব্রাজিলৰ পোর্তো অলেগ্রিলৈ যাত্ৰা আৰম্ভ কৰিছিল বিমানখনে । এই যাত্ৰা ১৮ ঘণ্টাৰ । কিন্তু ফ্লাইট নম্বৰ ৫১৩ গন্তব্য স্থানত উপস্থিত হ’ল ৩৫ বছৰ পাছত !

তাৰ আগতে অন্তিমবাৰ বিমানখনক ১৯৫৪ৰ চাৰি ছেপ্টেম্বৰত দেখা গৈছিল, উৰনৰ কিছু ঘণ্টাৰ পাছত । অন্তিম খবৰ অনুযায়ী, আতলান্তিক মহাসাগৰৰ ওপৰেৰে গৈছিল বিমানখন । ইয়াৰ পাছতেই সন্ধানহীন হয় বিমানখন ।

নিখোজ বিমানখনৰ দুবছৰ ধৰি সন্ধান চলোৱা হয় । ডুবাৰুসকলক সমুদ্রত নমোৱা হয় । কিন্তু ফ্লাইট ৫১৩-ৰ এটা টুকুৰাৰো সন্ধান পোৱা নাযায় ।

বিমান চালক আৰু ক্রু সদস্যসহ ৯২ জন আৰোহী আছিল বিমানখনত । বিমানৰ স’তে তেওঁলোকো সন্ধানহীন হয় ।

ইয়াৰ পাছত কে’বা দশক পাৰ হৈ যায় । বিমানখন নিখোজ হোৱাত ব্যৱসায় বন্ধ কৰিবলৈ বাধ্য হয় ছেন্টিয়েগো এয়াৰলাইন্সে । সন্ধান চলোৱাও বন্ধ কৰা হয় ।

অৱশেষত সন্ধান পোৱা যায় বিমানখনৰ । ৩৫ বছৰ পাছত বিমানখনক ব্রাজিলৰ পোর্তো অলেগ্রিৰ বিমানবন্দৰত দেখা যায় । ৰানৱেত নিখুঁত অৱতৰণো কৰে ছেন্টিয়েগো এয়াৰলাইন্সৰ বিমানে । অথচ বাস্তৱত ছেন্টিয়েগো এয়াৰলাইন্সৰ কোনো অস্তিত্বই নাই ।

বিমানবন্দৰৰ তৰফৰ পৰা বিমানচালকৰ স’তে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় । কিন্তু কোনো প্ৰতিক্ৰিয়া পোৱা নাযায় । বাধ্য হৈয়েই নিৰাপত্তাৰক্ষীসকলক লৈ বিমানখনৰ দুৱাৰ খোলা হয় । ভিতৰৰ দৃশ্য দেখি শিয়ৰি উঠে পোর্তো অলেগ্রি বিমানবন্দৰৰ কর্মীসকল ।

বিমানখনৰ প্রতিটো আসনত ছিটবেল্ট বন্ধা অৱস্থাত বহি আছিল শাৰী শাৰী কংকাল । তদুপৰি নিখোজ বিমানৰ কেপ্টেইন মিগেল ভিক্টৰ কাৰিও কংকালৰূপতেই । চালকৰ আসনত বহি থকা কংকালৰ হাত সেই সময়তো ককপিটৰ কন্ট্র’ল বটনতে আছে ।

এই বিৱৰণ ১৯৮৯ত ছপা অক্ষৰত প্রকাশিত হৈছিল এক স্থানীয় সংবাদপত্রত । সাপ্তাহিক কাকতখনৰ নাম উইক্‌লি ৱর্ল্ড নিউজ । তাৰ প্রথম পৃষ্ঠাত গোটা গোটা আখৰেৰে শিৰোনাম দিয়া হয় ‘৯২ টা কংকালক লৈ অৱতৰণ কৰিলে ৫০ৰ দশকৰ বিমানে’ ।কিন্তু ঘটনাটো সত্য নে ? যুক্তিবিদসকলে ভুৱা প্রমাণ কৰিবৰ বাবে তিনিটা যুক্তি দিছে ।

প্রথম কাৰণ, উইক্‌লি ৱর্ল্ড নিউজ সংবাদপত্রটো ভুৱা খবৰ প্রকাশৰ বাবে কুখ্যাত আছিল । ইয়াৰ আগতেও এটা নিখোজ বিমানক লৈ ভুৱা খবৰ প্রকাশ কৰিছিল তেওঁলোকে । তাৰ প্রমাণো পাইছে অনেকে ।

দ্বিতীয়, যুক্তিবিদসকলৰ মতে গল্পটৌ হুবহু এখন চলচ্চিত্ৰৰ গল্পৰ আধাৰিত । ১৯৬১ৰ চলচ্চিত্ৰ ‘টুইলাইট জোন’-দ্য অ’ডিচি অৱ ফ্লাইট ৩৩’ নামে আছিল গল্পটো ।

তৃতীয়, ঘটনাটোৰ কোনো প্রমাণ নাই । এটা সংবাদপত্রৰ কাটিঙৰ ওপৰতে বিশ্বাস কৰা বা নকৰাৰ বিষয়টো নির্ভৰশীল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AeroplaneAircraftGermanySantiago Flight 513
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d