Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

মেৰুদণ্ড-হাত ভাঙি টুকুৰা-টুকুৰ হোৱাৰ পাছতো অতিক্ৰম কৰিছিল সাত হেজাৰ ফুট পাহাৰীয়া পথ

publisher by publisher
September 15, 2026
in Crime, News
Reading Time: 4 mins read
0
Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Middle east war:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:শৰীৰ ক্ষত-বিক্ষত, মেৰুদণ্ড আৰু হাত ভাঙি প্রায় গুড়ি হৈছে, চৌদিশে কেৱল মৃত্যুভয় আৰু মূৰৰ ওপৰত শত্রুদেশৰ সেনাৰ কঠোৰ দৃষ্টি। এনে চৰম প্ৰতিকূল পৰিস্থিতিতো হাৰ নমনা এক অদম্য মানসিকতাৰ অবিশ্বাস্য কাহিনী সম্প্রতি পোহৰলৈ আহিছে। ইৰানৰ ভূখণ্ডত যুদ্ধবিমান ধ্বংস হোৱাৰ পাছত ভঙা হাড়কে সমল কৰি প্ৰায় সাত হেজাৰ ফুট পাহাৰীয়া পথ অতিক্রম কৰি প্ৰায় অলৌকিকভাৱে নিজৰ প্ৰাণৰক্ষা কৰিলে এজন আমেৰিকান সেনা বিষয়াই। একেৰাহে ৫০ ঘণ্টাৰো অধিক সময় ধৰি চলা এই অলৌকিক জীৱন ৰক্ষাৰ সংগ্ৰামে হয়তো যিকোনো হলিউদী থ্রিলাৰ ছবিৰ কাহিনীকো চেৰ পেলাব।
সম্প্রতি প্রায় সুস্থ হৈ উঠা সেনা বিষয়াজনে সদৰী কৰিছে তেওঁৰ এই অভাৱনীয় সংগ্ৰামৰ কথা। যোৱা এপ্ৰিলত ইৰানৰ ইছফাহানৰ সমীপত ড্র’ন আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ এটা কাৰখানাত অভিযানৰ সময়ত আমেৰিকান বিমানবাহিনীৰ এখন এফ-১৫ই স্ট্রাইক ঈগল যুদ্ধবিমান কান্ধত লৈ এৰা ক্ষেপণাস্ত্ৰৰ আঘাতত ধ্বংস হয়। বিমানত থকা দুই বিষয়াৰ ভিতৰত পাইলট ‘কল ছাইন আলফা’ই পেৰাছুট লৈ নিৰাপদে নামি কিছুসময়ৰ ভিতৰতে উদ্ধাৰ পায়।
বিপৰীতে, বিপত্তি ঘটে বিমানৰ ৱেপন্স ছিষ্টেমছ অফিচাৰৰ, যাক নিৰাপত্তাৰ স্বাৰ্থত ‘ডুড ৪৪ ব্রেভো’ বুলি চিহ্নিত কৰা হৈছে। তেওঁৰ পেৰাছুট ক্ষেপণাস্ত্ৰৰ আঘাতত ক্ষতিগ্রস্ত হৈছিল। ওপৰৰ পৰা তেওঁ দেখিলে যে পেৰাছুটটো ভালদৰে খোল খোৱা নাই। প্রায় ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগত তেওঁ আহি শিলাময় মাটিত আছাৰ খাই পৰে। এইদৰে বহু ওপৰৰ পৰা পৰাৰ পাছত এজন লোক জীৱিত থকাৰ কথা কল্পনাই কৰিব নোৱাৰি; কিন্তু ‘ডুড ৪৪ ব্রেভো’ৰ ক্ষেত্রত দেখা গ’ল ভিন্ন ছবি। চিকিৎসকৰ মতে, এই ভয়াৱহ পতনত তেওঁৰ পিঠিৰ হাড় বা মেৰুদণ্ড, কান্ধ আৰু হাত ভাঙি চূৰমাৰ হয়। লগতে মুখতো গভীৰ ক্ষতৰ সৃষ্টি হয়।
কিছু সময়ৰ পাছত যেতিয়া জ্ঞান ঘূৰি আহিল, তেতিয়া তেওঁ বুজিব পাৰিলে যে সেই বিমান ভূপতিত হোৱা স্থানতে পৰি থাকিলে নির্ঘাত মৃত্যু বা ইৰানী সেনাৰ হাতত বন্দী হ’ব লাগিব। পাইলটৰ পৰা প্ৰায় পাঁচ মাইল দূৰৰ মৰুভূমিৰে ঘেৰা এক গিৰিখাতত তেওঁ অকলে পৰি আছিল। প্রচণ্ড শাৰীৰিক যন্ত্রণা সত্ত্বেও মার্কিন সেনা বিষয়াজনে সিদ্ধান্ত লয় যে যিকোনো মূল্যতে তেওঁ ওখ স্থানত উপস্থিত হ’ব লাগিব। ভঙা শৰীৰটোক টানি-আঁজুৰি তেওঁ থিয় শিলৰ দেৱাল বগাই উঠিবলৈ আৰম্ভ কৰে প্ৰায় সাত হেজাৰ ফুট ওখ পাহাৰৰ শৈলচূড়ালৈ।
সম্প্রতি এক সাক্ষাৎকাৰত ব্ৰেভোৱে কয়, ‘নিজৰ মনৰ জোৰহেৰুৱাই ইৰানী টেলিভিছনৰ পৰ্দাত যুদ্ধবন্দীৰূপে মুখ দেখুৱাব বিচৰা নাছিলো, সেই ইচ্ছাটোৱেই মোক আগুৱাই যোৱাত শক্তি যোগাইছিল।’
সেই পাহাৰত দুটা দিন আৰু নিশা তেওঁৰ বাবে দুঃস্বপ্নৰ দৰে আছিল। খাদ্য বা পানীৰ কোনো ব্যৱস্থা নাছিল, আছিল কেৱল হাড় কঁপোৱা ঠাণ্ডা বতাহ। তলত সশস্ত্র ইৰানী সেনা আৰু স্থানীয় সশস্ত্র সংগঠনৰ সদস্যসকলে তেওঁক বিচাৰি ফুৰিছিল, আনকি একাধিকবাৰ তেওঁলাকে সেনা বিষয়াজনে লুকাই থকা স্থানৰ কেইশ মিটাৰ্মান দূৰত্বতো উপস্থিত হৈছিল। ইয়াৰ মাজতে তেওঁ অত্যন্ত সতর্কতাৰে নিশাৰ অন্ধকাৰত মার্কিন কন্ট্রোললৈ এটা সৰু বাৰ্তা প্ৰেৰণ কৰে- ‘আই এম হার্ট, আই এম মুভিং’ (মই আহত, কিন্তু আগুৱাই গৈ আছো) আৰু ‘গড ইজ গুড’।
অৱশেষত চিআইএ আৰু মার্কিন স্পেচিয়েল ফ’ৰ্চৰ সমন্বয়ত আৰম্ভ হয় সাম্প্রতিক ইতিহাসৰ অন্যতম বৃহৎ উদ্ধাৰ অভিযান। বিগত ৪৬ বছৰত প্ৰথমবাৰলৈ প্রায় ৯২জন মার্কিন কমাণ্ডোৱে পোনপটীয়াকৈ ইৰানৰ মাটিত ভৰি ৰাখে। মার্কিন বোমাৰু বিমান আৰু ড্ৰ’নৰ জৰিয়তে চাৰিওকাষৰ ৰাস্তা পৰিষ্কাৰ কৰি অৱশেষত বিশেষ পেৰা-ৰেছকিউ দলে সেই সাত হেজাৰ ফুট ওখ পাহাৰত উপস্থিত হৈ প্রায় ৫০ ঘণ্টাৰ পাছত অতি গুৰুতৰভাৱে আহত অৱস্থাত ব্ৰেভোক উদ্ধাৰ কৰে। দীর্ঘ সংগ্ৰামৰ অন্তত জীৱন্ত অৱস্থাত ঘূৰি আহি ব্রেভোৱে জনায় যে জীৱিত অৱস্থাত উভতি অহাটো এক আধুনিক অলৌকিক ঘটনা হ’লেও মার্কিন বাহিনীৰ ‘কাকো পথাৰত পেলাই নহাৰ প্ৰতিশ্রুতি আৰু সম্মিলিত সংগ্ৰামৰ বাবেই তেওঁ নতুন জীৱন লাভ কৰিছে।
#LatestNews #MiddleEastWar #USIranWar #rescuedpilots #aircraft
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aircraftlatest newsMiddle East Warrescued pilotsUSI ran War
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d