Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাৰ্বি আংলঙৰ লাহৰীজানত আজি পুনৰ উচ্ছেদ অভিযান

বেদখলকাৰীৰ অভিযোগ উচ্চ ন্যায়লয়ৰ নিৰ্দেশ অৱমাননা কৰিছে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদে

publisher by publisher
December 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
কাৰ্বি আংলঙৰ লাহৰীজানত আজি পুনৰ উচ্ছেদ অভিযান
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

গৰুখুটি আৰু লামডিং সংৰক্ষিত বনাঞ্চলৰ অবৈধ ভূমি বেদখল উচ্ছেদ কৰাৰ পাছতেই কাৰ্বি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ লাহৰীজানৰ দুদু কলনিত চলিল বৃহৎ উচ্ছেদ অভিযান ৷ কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ অধীনৰ এই ভূমিৰ পৰা দুটা পৰ্যায়ত বেদখল উচ্ছেদ কৰে প্ৰশাসনে ৷

ADVERTISEMENT

যোৱা ২০ ডিচেম্বৰত শতাধিক গৃহ উচ্ছেদ কৰাৰ পাছত আজি পুৱাৰ পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে উচ্ছেদ কাৰ্য আৰম্ভ হয় ৷ কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে সংবাদ মাধ্যমক জনোৱা মতে, চাৰিটা দাগ নম্বৰৰ মাটিত ৰৈ যোৱা উচ্ছেদ কাৰ্য আজি সম্পূৰ্ণ কৰা হয় ৷ আজিও শতাধিক গৃহৰ ওপৰত পৰিল ১২খনকৈ এক্সকেভেটৰৰ হাতোৰা ৷

ইপিনে, প্ৰথম দিনা বিনা বাধাই উচ্ছেদ কাৰ্য সম্পন্ন কৰা প্ৰশাসনে আজি উচ্ছেদস্থলীত সন্মুখীন হয় প্ৰতিবাদৰ ৷ হাতে হাতে বেদখলকাৰী প্ৰতিবাদকাৰীয়ে ফেষ্টুন প্ৰদৰ্শন কৰি এয়া অন্যায়ভাৱে বেদখল কৰা হৈছে বুলি প্ৰতিবাদ কৰে ৷ বিশেষকৈ দুদু কলনিত থকা এখন মাদ্ৰাছা উচ্ছেদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হোৱা পৰিলক্ষিত হ’ল ৷ পাছত আৰক্ষীয়ে প্ৰতিবাদৰ নেতৃত্ব লোৱা কে’বাজনো পুৰুষ আৰু মহিলাক প্ৰতিবাদস্থলীৰ পৰা আটক কৰাৰ পাছতহে পৰিস্থিতি শাম কাটে উচ্ছেদ কাৰ্য সম্পাদিত হয় ৷

উল্লেখযোগ্য যে আজি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে যে উচ্চ ন্যায়লয়ে ১১ জানুৱাৰীলৈকে উচ্ছেদকাৰ্য নচলাবলৈ নিৰ্দেশ দি উক্ত ভূমি যে চৰকাৰী ভূমি হয় তাৰ প্ৰমাণ দিবলৈ স্বায়ত্ত্বপৰিষদলৈ জাননী প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ আনহাতে, অসম-নগালেণ্ড সীমান্তৰ এই দুদু কলনি অবৈধ বাংলাদেশীৰ বসতিস্থল বুলি ইতিমধ্যেই কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদমেলত উল্লেখ কৰাৰ উপৰিও অবৈধ ড্ৰাগছ ব্যৱসায়ৰ ঘাটি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EvictionKARBI ANGLONGProtest
publisher

publisher

Related Posts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে
Assam

September 9, 2026
Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d