Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তিনিমাহ সম্পূৰ্ণ চাৰি স্বায়ত্বশাসিত পৰিষদৰ, ঘোষিত এক কোটি নাপালে

publisher by publisher
December 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
তিনিমাহ সম্পূৰ্ণ চাৰি স্বায়ত্বশাসিত পৰিষদৰ, ঘোষিত এক কোটি নাপালে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

তিনিমাহ পূৰ্বে টনা আঁজোৰাৰ মাজেৰে অসম চৰকাৰে গঠন কৰা চাৰিখন স্বায়ত্বশাসিত পৰিষদে পুঁজিৰ বাবে এতিয়া লৰা-ঢপৰা কৰিবলগীয়া হৈছে । অথচ চৰকাৰে কমতাপুৰ, মৰাণ, মটক আৰু বড়ো-কছাৰী (উপগ্ৰহীয়) পৰিষদকেইখনৰ বাবে এক কোটি টকাকৈ ধাৰ্য কৰা বুলি ঘোষণা কৰিছিল । তদুপৰি বিধানসভাৰ সদ্যসমাপ্ত শীতকালীন অধিবেশনত অনুমোদনৰ বাবেও পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছিল; কিন্তু কোনো ব্যৱস্থাই আজিলৈকে গ্ৰহণ কৰা নহ’ল । ফলত পৰিষদকেইখনৰ ব্যৱসায়ীসকলে কাৰ্যভাৰ গ্ৰহণতে দায়-দায়িত্ব সীমাবদ্ধ ৰাখিবলগীয়া হৈছে । ইয়াৰ ফলত যোৱা তিনিমাহ বিষয়ববীয়াসকলে হামিয়াই-হিকটিয়াই থাকিবলগীয়া হোৱা বুলি সদৰী কৰে পৰিষদৰ সূত্ৰ‌ই ।

ADVERTISEMENT

লগতে সূত্ৰটোৱে কয় যে পৰিষদ গঠনৰ সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে কাৰ্যবাহী সদস্যসকলক শীঘ্ৰে উন্নয়নমূলক আঁচনিৰ প্ৰস্তাৱ দাখিল কৰিবলৈ কৈছিল । সেই মতে প্ৰস্তাৱো দাখিল হয় । উদাহৰণস্বৰূপে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পৰা ২৮ কোটি টকাৰ প্ৰস্তাৱ দাখিল কৰা হয় । কিন্তু এক কোটিৰ লগতে প্ৰস্তাৱৰ ধনো চৰকাৰৰ বিবেচনাৰ আওতাত নোসোমাল । সেয়েহে প্ৰয়োজনীয় পুঁজি চৰকাৰক মোকলাই দিবলৈ জনগোষ্ঠীকেইটাৰ বিভিন্ন সংগঠনে চৰকাৰক দাবী জনাইছে ।

প্ৰসংগক্ৰমে উল্লেখ্য যে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ দেওবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাতো স্বায়ত্বশাসিত পৰিষদক প্ৰয়োজনীয় পুঁজি চৰকাৰক মোকলাই দিবলৈ অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । জনগোষ্ঠীটোৰ বিকাশৰ বাবে উন্নয়নমূলক কাম-কাজ কৰিব পৰাকৈ পুঁজি মোকলোৱা প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ সভাই চৰকাৰক আহ্বান জনায় । অথচ সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ উন্নয়নৰ লক্ষ্যৰে শেহতীয়া পৰিষদকেইখন গঠন কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Autonomous CouncilHimanta Biswa Sarma
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d