Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

অসমীয়া চাহাবৰ ভণ্ডামি

প্রাঞ্জলসেন ডেকা

publisher by publisher
January 3, 2022
in Opinion
Reading Time: 1 min read
0
অসমীয়া চাহাবৰ ভণ্ডামি
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition : 26 Sept 2026

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

ৰাজ্য চৰকাৰৰ নতুন মুখ্য সচিবৰ নাম ঘােষণা হওঁ হওঁ। স্বাভাৱিকতে ৰাজ্য প্রশাসনৰ এই শীর্ষ পদৰ বাবে একাধিক শক্তিশালী প্রার্থী থাকেই। গতিকে পদপ্রার্থীসকলে সম্ভৱপৰ কোনাে চেষ্টা এৰি নিদিয়ে।

ADVERTISEMENT

অৱশেষত যিজনৰ নিযুক্তি নিশ্চিত হ’ল তেওঁ নিজৰ সপক্ষে যুক্তি দিবলৈ তৎপৰ হ’ল। সাধাৰণতে এনে নিযুক্তিৰ সময়ত অসমীয়া, অনা-অসমীয়া ছেণ্টিমেন্ট এটাৰ সৃষ্টি কৰা হয় বিভিন্ন মাধ্যমৰ জৰিয়তে।

যদিহে মূল দাবীদাৰসকল অসমীয়া হয়,তেন্তে আনবােৰ দিশ দাঙি ধৰাৰ চেষ্টা চলে। এইবাৰ আমাক কোৱা হ’ল যে এগৰাকী অনুসূচিত জাতিৰ লােকক মুখ্য সচিবৰ পদত নিযুক্তি দি মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ সিদ্ধান্ত গ্রহণ কৰিলে আৰু তাৰ বাবে মুখ্যমন্ত্রী সাধুবাদৰ পাত্র।

উল্লেখিত আমােলাগৰাকীয়ে আমাক অনুসূচিত জাতিৰ প্ৰসংগটোত জোৰ দি ইয়াক গুৰুত্ব সহকাৰে প্ৰকাশৰ বাবে অনুৰােধ জনালে। বিভিন্ন ধৰণৰ বাতৰি আদি প্ৰকাশৰ বাবে প্ৰতিজন সাংবাদিকেই সততে বিভিন্ন মহলৰ পৰা অনুৰােধ পায়।

গতিকে আমােলাগৰাকীয়ে আমাকো তেনেদৰে অনুৰােধ কৰাত অস্বাভাৱিকতা নাই। কিন্তু প্ৰসংগটো উল্লেখ কৰিলাে এইবাবেই যে তেওঁ কেৱল মুখ্য সচিবৰ পদ লাভৰ বাবেহে অনুসূচিত জাতিৰ পৰা অহা বুলি জোৰ দিলে।

আন সময়ছােৱাত যিকোনাে চাহাব এজনৰ ভাৱ-ভংগী তথা জীৱন যাত্ৰাৰ স’তে তেওঁৰ জীৱন যাত্ৰাৰ সামান্যতমাে হীন-ডেঢ়ি নাই। ৰাজ্যখন ভয়াৱহ দুর্যোগৰ গৰাহত পতিত হােৱাৰ সময়তাে প্রশাসনৰ মুৰব্বীগৰাকীক গল্ফ খেলি চাহাবী ঢং দেখুৱাবলৈ চেষ্টা কৰাহে দেখা গ’ল।

তেৱেঁই আকৌ তেওঁৰ পৰম আকাংক্ষিত পদ লাভৰ বাবে গ্রহণযােগ্যতাৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ কাণ্ডাৰী হৈ পৰাটো ভণ্ডামিৰ বাহিৰে আন কি হ’ব পাৰে? লক্ষ্যণীয় এয়ে যে নিজে অনুসূচিত জাতিৰ প্রতিনিধিৰূপে মুখ্য সচিবৰ পদ দখল কৰিলেও সমাজৰ পিছপৰা লােকসকলৰ বাবে তেওঁৰ কাৰ্যকালত কিন্তু কোনাে অৰিহণা আগবঢ়োৱা দৃষ্টিগােচৰ নহ’ল; বৰঞ্চ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দৰে অবিস্মৰণীয় ব্যক্তিত্বকো প্ৰৱঞ্চনা কৰা বুলিহে দীর্ঘদিন ধৰি এই চাহাবজনৰ সম্পৰ্কত এক অভিযােগ শুনা যায়।

অৱশ্যে নিজৰ পৰিয়ালৰ সদস্যসকলৰ বাবে প্রয়ােজনীয় সকলাে কৰি লােৱাৰ ক্ষেত্ৰত অথবা অৱসৰৰ পাছত লােভনীয় পদ নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁ সদা তৎপৰ।

অকল এয়ে নহয়, সম্প্রতি এচাম অৱসৰপ্ৰাপ্ত আমােলাই বিৰাট অসমপ্রেমীৰ ভাৱত ভূমুকি মৰা পৰিলক্ষিত হৈছে। কেৱল লােভনীয় পদত নিযুক্তি লাভৰ বাবে সকলাে সময় ব্যস্ত থকা সেইসকল আমােলাৰ অধিকাংশই চাকৰি কালত নিয়মীয়া চৰকাৰী কামখিনিও ‘এনেয়ে’ কৰি দিবলৈ ইচ্ছুক নহয়।

তেনেদৰেই বিশাল ধন-সম্পত্তিৰ গৰাকী হৈ পৰা সেইসকল আমােলাই বুজাবুজিৰে যিকোনাে পর্যায়ৰ দুর্নীতি কৰিবলৈ পিছ নােহোঁহকে; অথচ অৱসৰ গ্ৰহণৰ লগে লগে তেওঁলােক একো একোগৰাকী জাতিৰ উদ্ধাৰকৰ্তা, ধৰ্মৰ ৰক্ষক আৰু ভাষা-সংস্কৃতিৰ বৰ পূজাৰী হৈ পৰে।

নিজৰ সন্তানক অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত ভর্তি কৰি সুৰক্ষিত হৈ পৰাৰ পাছত অসমত সেইসকল আমােলাই শিক্ষক নিযুক্তিৰ দৰে কেলেংকাৰি সংঘটিত কৰে। কিছু বছৰ পূৰ্বৰ এটি ঘটনা এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰিছাে।

অসম সাহিত্য সভাত এটা স্থায়ী সচিবালয়ৰ প্রয়ােজন বুলি দীর্ঘদিন ধৰি চৰ্চা চলি অহাৰ পৰিপ্ৰেক্ষিতত অৱশেষত তাক কার্যকৰী কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হ’ল। অসম উদ্ধাৰৰ বাবে সততে সৰৱ হৈ অহা চৰকাৰৰ বিভিন্ন উচ্চ পদত কার্যনির্বাহ কৰা অৱসৰপ্ৰাপ্ত অসমীয়া আই এ এছ বিষয়া এজনক তদানীন্তন সভাপতিয়ে সেই স্থায়ী সচিবৰ পদত দায়িত্ব গ্রহণৰ বাবে আনুষ্ঠানিকভাৱে অনুৰােধ জনালে।

জাতীয় অনুষ্ঠানৰূপে স্বীকৃত হৈ অহা অসম সাহিত্য সভালৈ আগবঢ়োৱা সেৱা স্বেচ্ছামূলক হােৱাৰ উপৰি সেয়া জাতিৰ প্ৰতি আগবঢ়োৱা ব্যক্তি বিশেষৰ বৰঙণি বুলিয়ে গ্রহণ কৰা হয়।

কিন্তু অসম উদ্ধাৰত মন-প্রাণ সপি দিয়া সেই অৱসৰপ্ৰাপ্ত আমােলাগৰাকীয়ে বাতানুকূল কক্ষ, চাৰিজনকৈ সহায়ক, কার্যালয়লৈ আহ-যাহৰ বাবে বাহন তথা ইন্ধনৰ উপৰি এটি স্থায়ী মাননি প্রদানৰ নিশ্চিতি সাপেক্ষেহে সাহিত্য সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো সম্ভৱ হ’ব বুলি জনালে।

তেওঁৰ চৰ্ত শুনি তদানীন্তন সভাপতি প্রমুখ্যে সাহিত্য সভাৰ শীর্ষ বিষয়ববীয়াসকলে তাপ মাৰিবলৈ বাধ্য হ’ল। সেই অৱসৰপ্ৰাপ্ত আমােলাগৰাকীৰ দৰাচলতে তেতিয়ালৈ জীৱনত পাবলগীয়া একো বাকী নাছিল।

চাকৰিসূত্রে ওৰেটো জীৱন স্বাচ্ছন্দ্যৰে কটোৱাৰ পাছত অৱসৰ গ্ৰহণ কৰিও যথেষ্ট পৰিমাণৰ পেঞ্চন আদিকে ধৰি অন্যান্য সা-সুবিধা লাভ কৰি আহিছিল। অৱশ্যে চাকৰিকালত নহ’লেও অৱসৰৰ পাছত অসমৰ বিভিন্ন সমস্যাক লৈ তেওঁ গুৰুত্বপূর্ণ পর্যালােচনা আৰু পৰামর্শ আদি আগবঢ়োৱাৰ লগতে সময়ে সময়ে এনে সম্পর্কীয় ৰাজহুৱা সভা-সমিতিতাে দৃষ্টিগােচৰ হৈছিল।

গতিকে নিজৰ প্রশাসনীয় অভিজ্ঞতাৰ পৰা অসম সাহিত্য সভালৈ কিছু সেৱা আগবঢ়োৱাটো তেওঁৰ বাবে অসুবিধাজনক হােৱাৰ কোনাে কাৰণ নাছিল। কিন্তু তাৰ বিনিময়ত তেওঁ আগবঢ়োৱা চৰ্তসমূহে এইসকল ব্যক্তিৰ সমাজৰ প্রতি দায়বদ্ধতাৰ প্রকৃত স্বৰূপ উদঙাই দিয়ে।

ভাষা-সাহিত্য ৰক্ষাৰ দায়িত্ব কেৱল অসম সাহিত্য সভা অথবা চৰকাৰৰ যে নহয়, সেয়া ইতিমধ্যে বিভিন্নজনে কৈ আহিছে। অসমীয়া ভাষা-সংস্কৃতিৰ ৰক্ষা আৰু বিকাশৰ বাবে আমি প্রতিজনেই দায়বদ্ধ।

অন্যথা নিজে সুবিধাজনক স্থানত থাকি আনলৈ দোষ জাপি অথবা পৰামর্শ দি কোনাে উদ্দেশ্য পূৰণ কৰিব নােৱাৰাে। চাকৰি কালত বৈধ অথবা অবৈধভাৱে সকলাে সা-সুবিধা, ধন-সম্পত্তি আহৰণ কৰি অৱসৰৰ লগে লগে সেইসকলে সমাজৰ বৰ মানুহ বােলাবলৈ এনে ধৰণৰ কৌশল ৰূপায়ণ কৰে; অথচ প্রয়ােজনৰ সময়ত টকা-পইচাৰে সহায় আগবঢ়োৱা দূৰৰে কথা, গাৰে খাটি দিবলৈও ইচ্ছা নকৰে।

এয়া কেইটামান মাত্র উদাহৰণহে। বিগত সময়ছােৱাত এনে দৃশ্য সততে আমাৰ সন্মুখত ভাঁহি আছে। দৰাচলতে ভণ্ডামি প্রদর্শনৰ বাবে অসমৰ দৰে সুবিধাজনক স্থান বােধকৰাে পৃথিৱীৰ আন ক’তাে পােৱা নাযাব।

ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ গুৰুত্বপূর্ণ স্থানত থকা অধিকাংশ লােকেই এনেদৰেই ভণ্ডামি কৰি আহিছে। গতিকে আমােলাসকলনাে তাৰ বাহিৰত থাকিব
কিয়? অৱশ্যে ব্যতিক্রম নথকা নহয় আৰু ব্যতিক্রম আছে বাবেই ব্যৱস্থাটো ভাগি নপৰাকৈ চলি আছে।

অইল-অ’এনজিচি আদি ভাৰত চৰকাৰৰ সংস্থাসমূহৰ ক্ষেত্ৰতাে একে ছবিয়েই দেখিবলৈ পাও। এনেবােৰ সংস্থাৰ শীর্ষ পদত নিযুক্তি লাভৰ সময়তে তেনে পর্যায়ত যে অসমীয়া বিষয়াই কার্যনির্বাহ কৰি আছে সেই বিষয়ে অসমবাসীয়ে জানিব পাৰে; কিয়নাে আকাংক্ষিত পদ লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেহে অসমীয়া, অনা-অসমীয়াৰ প্ৰসংগই ভূমুকি মাৰে।

নিজকে জাতীয় সংগঠন বুলি দাবী কৰা কেতবােৰ সংগঠনে অসমীয়া বিষয়ক শীর্ষ পদত নিযুক্তি দিবই লাগিব বুলি দাবীত সৰৱ হৈ পৰে, অথচ তেনেবােৰ সংস্থাক পৰিচালনা তথা নেতৃত্ব প্রদানৰ বাবে যােগ্যতাহে বিচাৰ কৰা হয়।

অসমীয়া বিষয়াৰ যদিহে যােগ্যতা আছে, তেন্তে তেনে বিষয়াক বঞ্চিত কৰাৰ প্রশ্ন উঠিব নােৱাৰে। কিয়নাে কেন্দ্রীয় চৰকাৰখন কোনােবা বিদেশী শক্তিয়ে পৰিচালনা নকৰে।

আমি ভােট দি জয়ী কৰি প্রেৰণ কৰা সাংসদসকলৰ দ্বাৰাই কেন্দ্রীয় চৰকাৰখন গঠিত। এনেবােৰ পদত নিযুক্তিৰ সময়ত আন ৰাজ্যত তেনে ধৰণৰ বিষয়ক লৈ অযথা বিতর্ক কৰা পৰিলক্ষিত নহয়, অথচ এই অসমীয়া বিষয়াসকলে পদ লাভৰ ক্ষেত্ৰত হঠাৎ পেট্রিয়ট হৈ পৰাৰ বাদে আন সময়ত অসম অথবা অসমীয়াৰ প্রতি কোনাে ধৰণৰ দায়বদ্ধতা দেখা নাযায়।

গতিকে যােগ্যতাৰ ভিত্তিত নিয়ােগ নিশ্চিত হ’বলৈ এৰি দিয়াই বাঞ্ছনীয় নহয় নে? অথচ তেনে ধৰণৰ ভণ্ডামিয়ে বছৰৰ পাছত বছৰ আমি দেখি আহিছাে। চৰকাৰত সংঘটিত হৈ অহা দুর্নীতি-অনিয়মৰ বাবে ক্ষমতাধিষ্ঠিত ৰাজনৈতিক নেতাসকল জগৰীয়া হলেও এই আমােলাসকল কিন্তু তাৰ অন্যতম কুচক্রী।

ৰাজনীতিকসকলে পাঁচ বছৰৰ মূৰে মূৰে ভােটাৰৰ সন্মুখীন হৈ নির্বাচনত জয়ী হ’বলৈ সক্ষম হ’লেহে পুনৰ ক্ষমতাত অধিষ্ঠিত হ’বলৈ সুযােগ লাভ কৰে। অথচ এবাৰ প্ৰশাসনীয় অথবা আৰক্ষী সেৱাৰ চাকৰিত নিয়ােজিত হােৱাৰ পাছত অৱসৰ গ্রহণলৈ এই আমােলাসকল কোনাে জবাবদিহিৰ সন্মুখীন হ’বলগীয়া নহয়।

মন্ত্রী-ৰাজনীতিকক তৈলমর্দন কৰি লােভনীয় পদত নিযুক্তি লাভ কৰাটোৱে তেওঁলােকৰ একমাত্র লক্ষ্য আৰু উদ্দেশ্য। তাৰ পাছতে যেন তেওঁলােকৰ সন্মুখত খােল খাই যায় আলাদ্দিনৰ চাকি! আটাইতকৈ লক্ষ্যণীয় দিশ এয়ে যে অৱসৰ গ্ৰহণৰ সময় অহাৰ লগে লগে এই আমােলাসকলৰ জাতি-দেশ-ধৰ্মৰ প্রেম উথলি উঠে আৰু হাতত কাগজ-কলম লৈ তাক উদ্ধাৰৰ যুদ্ধত নামি পৰে।

চাকৰি কালত নেতা-মন্ত্ৰীক তৈলমর্দনৰ প্রতিযােগিতা, সন্তান তথা নিকটাত্মীয়ৰ সুবিধাজনক সংস্থাপন, ৰাজ্যৰ বাহিৰে-ভিতৰে ধন-সম্পত্তি ক্রয় আদিত ব্যস্ত থাকিবলগীয়া হােৱা হেতুকে তেওঁলােকৰ অসম প্রেম যেনিবা তল পৰি থাকে।

কাকো চিনি নােপােৱা হৈ সোঁৱে-বাঁৱে ধন আহৰণেই হৈ পৰে একমাত্র লক্ষ্য আৰু উদ্দেশ্য। গতিকে অৱসৰৰ পাছত সেইসকলে সমাজক দিশ নির্দেশনা দিব বিচাৰিলে তালৈ কোনােবাই গুৰুত্ব দিব নে ?

বাতৰি কাকতৰ পৃষ্ঠা অবাবত নষ্ট কৰাৰ বাহিৰে সেইসকল চাহাবৰ লেখাই যে আন কোনাে উদ্দেশ্য পূৰণ কৰিব নােৱাৰে তাৰ ব্যাখ্যা নিষ্প্রয়ােজন। তথাপি সমাজত আগস্থান লাভৰ আশাৰে সেইসকলে এনে ভণ্ডামিকে মাধ্যম কৰি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik Agradootpranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d