Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জাতীয় ছহিদৰ নামত বৃহৎ ধন কেলেংকাৰিত জড়িত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নেতৃত্ব

publisher by publisher
February 14, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

জাতীয় ছহিদৰ নামত বৃহৎ ধনৰ কেলেংকাৰিত জড়িত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নেতৃত্ব । বহু লাখ টকাৰ দুৰ্নিতিৰ অভিযোগ । কোচ ৰাজবংশী জাতীয় সংগ্ৰামৰ চিৰ নমস্য ছহিদসকলক লৈ আক্ৰাছুৰ ছহিদ দিৱসত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ তথাকথিত অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত জাতীয় ছহিদৰ স্বীকৃতি আৰু ছহিদ পৰিয়াললৈ অসম চৰকাৰৰ পৰা পাঁচ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ নামত অতি ঘৃননীয় কদৰ্য্য খেল খেলি প্ৰকৃত জাতীয় ছহিদৰ চৰম ত্যাগক ভুলন্ঠিত কৰি উপলুঙা কৰিলে, সেয়া কোচ ৰাজবংশী জাতিটোৰ বাবে এক কলংকিত অধ্যায় বুলি জাউতি যুগলৈ খ্যাতি ৰ’ব বুলি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে এক সংবাদ মেলত উল্লেখ কৰিছে ।

ADVERTISEMENT

আজি বিজনীত অনুষ্ঠিত কৰা এক সংবামেলত বিশ্বজিৎ ৰায় আৰু জাতীয় পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক জগন্নাথ ৰায়ে প্ৰকৃত জাতীয় শ্বহীদক সন্মান জনাই শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকা দিয়া বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই নেতাদ্বয়ে কয় যে, কেএচিৰ তথাকথিত নেতৃবৃন্দই কোচ ৰাজবংশী জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা আৰু অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া ছহিদৰ তালিকাত কোচ ৰাজবংশী জাতীয় সংগ্ৰামৰ লগত কোনো পধ্যেই জড়িত নোহোৱা ব্যক্তিকো জাতীয় ছহিদৰ স্বীকৃতি প্ৰদানৰ লেখিয়া দুস্কাৰ্য্য সংঘটিত কৰা কাৰ্যক তীৰ্য্যক ভাষাৰে গৰিহণা দিয়ে । বিবৃতিটোত নেতাদ্বয়ে কয় যে কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন আৰু দুই এক আক্ৰাছুৰ তথাকথিত নেতাই সম্ভৱতঃ কমিছনৰ অংক আগত ৰাখি কিছু ভুৱা ছহিদৰ নাম ছহিদৰ তালিকাত অন্তৰ্ভুক্তিৰে কে’বা লাখ টকা আত্মসাৎ কৰা বুলি সন্দেহ কৰে ।

নেতাদ্বয়ে উদাহৰণস্বৰূপে কয় যে চিৰাং জিলাৰ হাশ্ৰাওবাৰী নিবাসী প্ৰয়াত হৰিপ্ৰসাদ বৰ্মন বঙাইগাঁও শোধনাগাৰৰ ডিএইচডিটি প্লাণ্টৰ আইটিএম কোম্পানীৰ ৰিগাৰ হিচাপে কাম কৰোতে টেংকিৰ পৰা পৰি মৃত্যু হৈছিল আৰু কোম্পানীৰ পৰা ক্ষতিপূৰণ হিচাপে কে’বা লাখ টকা পৰিয়ালে পাইছিল । প্ৰয়াত হৰিপ্ৰসাদ বৰ্মন আৰু তেওঁৰ পৰিয়ালৰ কোনো ব্যক্তি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰে জড়িত নাছিল । গতিকে তেওঁক কোনে জাতীয় ছহিদৰ স্বীকৃতিৰ প্ৰমাণপত্ৰ দিলে সেয়া গভীৰ ৰহস্য ৷ আনকি জাতীয় ছহিদ স্বীকৃতিৰ নামত মদ্যপান কৰি আৰু গাড়ী দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিৰ নামো জাতীয় ছহিদৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো ধিক্কাৰজনকেই নহয় চৰম লজ্জাজনকো ।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ৰায়ে কয় যে, মই সূদীৰ্ঘকাল আক্ৰাছুৰ সভাপতি হৈ থাকোতে নজনহে আক্ৰাছুৰ সংগ্ৰামত জড়িত থকা ব্যক্তিক জাতীয় ছহিদৰ স্বীকৃতি দিয়া হৈছিল ৷ বৰ্তমানৰ নেতৃত্বৰ দিনত এজনো জাতীয় ছহিদ হোৱা নাই ৷ গতিকে এতিয়া কেএচি আৰু আক্ৰাছুৰ নেতৃত্বই ক’ৰ পৰা ২৫ জনৰ নাম জাতীয় ছহিদৰ স্বীকৃতি দি চৰকাৰৰ পৰা পাঁচ লাখ টকা প্ৰদান কৰিলে সেয়া বৰ্তমানৰ বিভাজিত প্ৰত্যেকটো গোটক ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনালো ৷

তথাকথিত ছহিদৰ নাম জাতীয় ছহিদৰ তালিকাত অন্তৰ্ভুক্ত কৰি হয়তো ব্যাপক পৰিমাণৰ কমিছন ৰাজেৰে বৰ্তমানৰ আক্ৰাছু নেতৃত্ব আৰু কেএচিৰ তথাকথিত অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পাৰিষদে ধনৰ লেনদেনেৰে ভুৱা জাতীয় ছহিদৰ নাম সন্নিবিষ্ট কৰা বুলি সন্দেহ কৰি ৰায়ে কয় যে নিজৰ ব্যক্তিগত ঠিকনা জালিয়াতি কৰি তৈল মৰ্দনৰে পিছ দুৱাৰেদি কেএচিৰ বিষয়বাব লৈ অসম চৰকাৰক আভুৱাভাৰি জাতীয় ছহিদৰ ক্ষেত্ৰতো জালিয়াতি সংঘটিত কৰি কমিছন খোৱা তথাকথিত নেতৃত্বৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী ৰণোজ পেগুৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে চিবিআই নতুবা অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ সংস্থাৰ দ্বাৰা তদন্ত কৰি ভুৱা ছহিদৰ নাম সন্নিৱিষ্ট কৰা সকলক আইনগতভাৱে শাস্তি প্ৰদানৰ লগতে ভুৱা ছহিদৰ নামত প্ৰদান কৰা পাঁচ লাখ টকা উভতাই ল’বলৈ অসম চৰকাৰক দাবী জনায় ।

বিশ্বজিত ৰায় আৰু জগন্নাথ ৰায়ে সজোৰে কয় যে কালিলৈ একো নথকা কেএচিৰ নেতাদ্বয়ে কি আলাউদ্দিনৰ চাকি পালে যে কেএচিৰ বিষয়বাব পোৱাৰ লগে লগে কে’বাখনো বিলাসী গাড়ী, ঘৰ নামি-বেনামী সম্পত্তিৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হ’ল আৰু কেএচিৰ মুখ্য কাৰ্যনিৰ্বাহ পাৰিষদক প্ৰায় ৪০ লাখ টকাৰ কিয়া কম্পেনীৰ গাড়ী চিৰাং জিলাৰ ঠিকাদাৰ জনৈক বসুমতাৰীয়ে কি স্বাৰ্থত উপহাৰ হিচাপে দিলে সেয়াও ৰাজহুৱা কৰক । এটা সময়ত সাৰৰ ক্ষুদ্ৰ দোকান দি পৰিয়াল পোহপাল দিয়া তথা বৰ্তমানৰ কেএচিৰ নেতৃত্বই ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় । বিশ্বজিৎ ৰায় আৰু জগন্নাথ ৰায়ে অনুকিয়াই কয় কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিম বুলি ফিতাহি মাৰি ছহিদৰ নামতো কলংকিত কৰা নেতাই জাতিৰ কি উন্নয়ন সাধিব সেয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজে বিচাৰ্য কৰক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AKRSUGokul BarmanHimanta Biswa SarmaHiteswar BarmanJayanta Malla BaruahKoch RajbongshiRanoj Pegu
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d