Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছয়গাঁৱৰ বনগাঁৱত উত্তাল প্ৰতিবাদ, শতাধিক মহিলাৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ

সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও

publisher by publisher
February 17, 2022
in Assam, India, News
Reading Time: 1 min read
0
ছয়গাঁৱৰ বনগাঁৱত উত্তাল প্ৰতিবাদ, শতাধিক মহিলাৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

Bajpai Bhawan:মহানগৰীৰ বাজপেয়ী ভৱনৰ সন্মুখত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ

Lurinjyoti Gogoi: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মহানগৰীৰ চচলত অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ কাৰ্যসূচী

আমাৰ খেতি নাই । আমাৰ চাকৰি নাই । আমি মুঢ়া বনাই কেজি হিচাপত চাউল কিনি খাইছো । নতুন চৰকাৰে আমাক বৰ্বাদ কৰিলে । যোৱা চাৰি মাহ ধৰি প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত প্ৰায় শতাধিক ক্ষোভিত মহিলাই আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

ADVERTISEMENT

ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁও কেম্পত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে । বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ ৭৬খন ৰাজহ গাঁৱৰ AAYৰ ১,৬৭১খন কাৰ্ডৰ বিপৰীতে জনসংখ্যা হৈছে ৭০০১জন । ক্ষোভিত মহিলাসকলে প্ৰথমে বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ পাছত প্ৰায় এঘণ্টা ধৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । একাংশ লোকেও সহযোগ কৰে এই কাৰ্যসূচীত ।

“ৰাজ্য চৰকাৰ হায় হায়”, “আমাক চাউল দিয়ক”, “যোগান বিভাগ হায় হায়”, “সমবায় সমিতি হায় হায়” আদি শ্লোগানেৰে উত্তাল হৈ পৰে বনগাঁও কেম্পৰ ৰাষ্ট্ৰীয় ঘাইপথ । ‘আমি চাৰি মাহ ধৰি চাউল নাপাই বিপদত পৰিছো । দিন হাজিৰা কৰি সন্ধিয়া এসাজৰ বাবে চাউল কিনিছো । চৰকাৰে অতি সোনকালে আমাক চাউলৰ ব্যৱস্থা কৰি দিব লাগে । নহ’লে আমি পুনৰ প্ৰতিবাদ কৰা বাবে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ম ।’, এই মন্তব্য প্ৰতিবাদী মহিলাসকলৰ ।

উত্তাল প্ৰতিবাদৰ মাজতে ঘটনাস্থলীত উপস্থিত হৈ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱা, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৰোজ সোনোৱাল আৰু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগু । একেদৰে, উপস্থিত হয় খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক বিদ্যাধৰ ডেকা ।

ক্ষোভিত মহিলাসকলৰ দাবীক ৰাজ্য চৰকাৰৰ ওচৰত অৱগত কৰাৰ আশ্বাস প্ৰদান কৰে আৰক্ষী প্ৰশাসনৰ দলটোৱে । একেদৰে পৰিদৰ্শকগৰাকীয়ে অতি সোনকালে হিতাধিকাৰীসকলে চাউল পাব বুলি আশ্বাস দিয়ে । তেওঁ কয় যে পুনৰ পূৰ্বৰ দৰে হিতাধিকাৰীসকলে চাউল লাভ কৰিব । যোগান বিভাগে কাৰ্য ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ।

একেদৰে বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক ভূষণ ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত কয়, “ৰাইজক চাউল দিব নোৱাৰি আমি খুবেই দুঃখিত । বিগত ২৮ মাহ ধৰি পৰিবহণ আৰু গৌদান ঘৰৰ নামত চৰকাৰৰ পৰা ধন পোৱা নাই । এক কোটি ২৪ লাখ টকা চৰকাৰৰ পৰা পাব লগা আছে । আমি ব্যক্তিগতভাৱে ধাৰত পুত গৈ হাৰাশাস্তি খাই আছো । বকেয়া ধন আদায়ৰ বাবে চৰকাৰক আহ্বান জনাই আহিছো । যদি ধন আদায় নিদিয়ে তেন্তে আমি চাউল উঠোৱাৰ পৰা বিৰত থাকিম ।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ProtestSoigaon
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d