Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

 ঘৰৰ পেলনীয়া সামগ্ৰীৰ মাজত ওলাল ৮৫ কোটিটকীয়া পেইন্টিং

publisher by publisher
February 19, 2022
in International, News
Reading Time: 1 min read
0
 ঘৰৰ পেলনীয়া সামগ্ৰীৰ মাজত ওলাল ৮৫ কোটিটকীয়া পেইন্টিং
1
SHARES
11
VIEWS
ShareShareShareShare

আমি সকলােৱে ঘৰৰ পেলনীয়া সামগ্ৰীৰ যিসমূহ বিক্ৰী কৰিব পাৰি বিক্ৰী কৰি দিও আৰু বিক্ৰী নােযােৱাবােৰ পেলাই দিও। অলপতে মেছাচুচেটছ নিবাসী এজন লােকে ঘৰৰ পেলনীয়া সামগ্রী হিচাপে এখন অতি পুৰণি পেইন্টিং মাত্র ৩০ মার্কিন ডলাৰত অর্থাৎ ভাৰতীয় মূল্য প্রায় ২,৫৫০ টকাত বিক্ৰী কৰিছিল।

ADVERTISEMENT

কিন্তু পাছত জানিব পৰা মতে, উক্ত পেলনীয়া হিচাপে বিবেচিত পেইন্টিংখনৰ প্রকৃত মূল্য আছিল এক কোটি ডলাৰ। ভাৰতীয় মুদ্রাত ৮৫ কোটি টকাৰৰ অধিক হ’ব।

RelatedPosts

জাৰ্মানীৰ গুৰুদ্বাৰত সংঘৰ্ষ, আহত কমেও ১১ জন

লাইনচ্যুত যাত্রিবাহী ট্রেন !বহুতো মৃত্যুৰ আশংকা 

জাৰ্মানীৰ এখন চিকিৎসালয়ত বিধ্বংসী অগ্নিকাণ্ড , ধোঁৱাত মৃত্যু তিনিজন ৰোগী, আহত ৫০

আচলতে এই ছবিখন অংকন কৰিছিল জার্মানীৰ এসময়ৰ বিশ্বখ্যাত চিত্রশিল্পী আলব্রেখট ডুৰাৰে। ১৫২৮ত মৃত্যু হৈছিল আলব্রেখটৰ।

নৱজাগৰণ যুগৰ সবাতােকৈ খ্যাতনামা চিত্রশিল্পী আৰু বুদ্ধিজীৱীৰ অন্যতম এজন আছিল আলব্রেখট। পেলনীয়া সামগ্ৰীৰ মাজত উদ্ধাৰ হােৱা আলব্রেখটৰ ছবিখনৰ নাম আছিল ‘দ্য ভার্জিন এণ্ড চাইল্ড’।

১৫০৩ বৰ্ষত আলব্রেখটে এইখন ছবি আঁকি সমাপ্ত কৰিছিল। সম্প্রতি আলব্রেখটৰ এইখন ছবি লণ্ডনৰ এগনিউছ গেলেৰী নামৰ এটি নিলামকাৰী প্রতিষ্ঠানৰ সংগ্ৰহত আছে।

এই গেলেৰীৰ উপদেষ্টা ক্লিফ’র্ড ছ’ৰাৰে প্ৰকাশ কৰা মতে ২০১৯ত তেওঁ মাছাচুচেটছত এটা পার্টিলৈ যােৱাৰ সময়ত এখন কিতাপৰ দোকানৰ উপহাৰ কিনিবলৈ সসামােৱাত বিপণীৰ গৰাকীয়ে কৈছিল যে তেওঁৰ বন্ধুৰ হাতত আলব্রেখটৰ ছবি এখন আছে আৰু ইচ্ছা কৰিলে সেইখনাে উপহাৰ হিচাপে কিনিব পাৰিব।

লগে লগে ক্লিফ’র্ডে উক্ত ব্যক্তিৰ ঘৰত উপস্থিত হৈ আলব্রেখটৰ পেইন্টিংখন ক্রয় কৰিছিল। সেই সময়ত ছবিখন সঁচাকৈ আলব্রেখটে অংকন কৰাৰ কথা নিশ্চিত হােৱা নাছিল যদিও তিনি বছৰৰ পাছত পেইন্টিংখন অৰিজিনেল বুলি প্রমাণিত হ’ল।

নিলামত আলব্রেখটৰ এই ছবিখনৰ মূল্য এক কোটি ডলাৰৰাে অধিক হ’ব বুলি ক্লিফ’র্ডে জানিবলৈ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArtArt HistoryAuctionsChristlanityDrawingGermany
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d