Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনৰ আৰ্হিত ড° নিৰুপমা মহন্তৰ উপন্যাস “পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা” উন্মোচন

publisher by publisher
March 20, 2022
in Assam, News
Reading Time: 1 min read
0
অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱনৰ আৰ্হিত ড° নিৰুপমা মহন্তৰ উপন্যাস “পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা” উন্মোচন
13
SHARES
128
VIEWS
ShareShareShareShare

আজি ৰবীন্দ্ৰ ভৱনত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ গৱেষক সাহিত্যিক ড° নিৰুপমা মহন্তৰ দ্বাৰা ৰচিত “পদ্মপ্ৰিয়া-বাঢ়ৈমৰাৰ বসন্তবীণা” নামৰ গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

ADVERTISEMENT

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে লেখিকাৰ জীৱন সম্বন্ধত আলোকপাত কৰে। পাঁচোটা সুযোগ্য সন্তানৰ মাতৃৰূপে তেখেতৰ সফলতা তথা তেখেতৰ সাহিত্য, আই পদ্মপ্ৰিয়াক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

RelatedPosts

ৰাজ্যৰ ভিতৰত প্ৰথম দৃষ্টিহীনৰ ওপৰত ৰচনা কৰা বুদ্ধিনাথ কলিতাৰ গ্ৰন্থ উন্মোচন

বিশিষ্ট উপন্যাসিক ড° ৰীতা চৌধুৰীয়ে ড° নিৰুপমা মহন্তৰ অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ জীৱন সম্বলিত এই উপন্যাসখনিৰ জৰিয়তে আই পদ্মপ্ৰিয়াৰ জীৱনৰ অনুকৰণীয় দিশসমূহৰ কথা ৰাইজে গম পাব বুলি মন্তব্য কৰে।

তেখেতে উপন্যাসিকাক এই সুন্দৰ তথ্যভিত্তিক উপন্যাসখন উপহাৰ দিয়াৰ বাবে প্ৰশংসা কৰে। বিশিষ্ট কবি-সাহিত্যিক ড° কৰবী ডেকা হাজৰিকাই অনুষ্ঠানটোত উপস্থিত থাকি লেখিকাৰ জীৱন সন্দৰ্ভত গভীৰ আলোকপাত কৰে। ইতিমধ্যে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জীৱনভিত্তিক উপন্যাস “ৰসিক সুজান”ৰ বাবে ড° মহন্ত অসম সাহিত্য সভাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত হৈছে।

তাৰ উপৰিও আই কনকলতা, অপৰাজিতা, গগণে গৰজে ঘণ, কুণ্ডিল নন্দিনী ইত্যাদি বহুকেইখন উপন্যাস তেখেতে সৃষ্টি কৰিছে। অসমৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা পাঁচোটাকৈ পুত্ৰ সন্তান জন্ম দি অসমৰ সমাজ জীৱনলৈ বৃহৎ অৱদীন, তেখেতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতি যি নিৰন্তৰ অৱদান আগবঢ়াইছে সেয়া প্ৰশংসাৰ যোগ্য বুলি মত আগবঢ়ায়।

অসম লেখিকা সন্থাৰ সভাপতি শ্ৰীমতী মৃদুলা শৰ্মাই ড° নিৰুপমা মহন্তৰ সাহিত্য কীৰ্তি সন্দৰ্ভত আলোকপাত কৰে।

লেখিকা ড° মহন্তই তেখেতৰ ভাষণ প্ৰসংগত সত্ৰীয়া পৰিৱেশে কি দৰে সৃষ্টি কৰ্মৰ প্ৰতি অনুপ্ৰাণিত কৰিছে সেই সম্পৰ্কে বাখ্যা কৰে। আই পদ্মপ্ৰিয়াই ১৬শ শতিকাতে কেনেকৈ উদাৰ মনেৰে মহিলা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আধ্যাত্মিক শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত ইতিহাস ৰচিছিল সেই প্ৰেৰণাৰে উদ্বুদ্ধ হৈ এই উপন্যাস খন সৃষ্টি কৰা বুলি ড° মহন্তই নিজা বক্তব্যত উল্লেখ কৰে।

ড° মহন্তই আৰু কয় যে তেখেতৰ জীৱনজুৰি সত্ৰীয়া সংস্কৃতিৰ সাধনা অব্যাহত ৰাখিব বিচাৰিছে। ইতিমধ্যে “শংকৰদেৱ মুভমেণ্ট” অনুষ্ঠানত ‘চোৰধৰা’ ঝুমুৰাখন দিল্লী, বাংগালোৰ, মুম্বাই ইত্যাদিত প্ৰদৰ্শন কৰাৰ উপৰিও সত্ৰীয়া নৃত্যৰ আহাৰ্য নিৰ্ধাৰণত তেখেতৰ এক বৃহৎ অৱদান। তাৰ লগতে তেখেতে সত্ৰীয়া নৃত্যৰ গৱেষণা তথা প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই ড° নিৰুপমা মহন্তৰ সৰু পুত্ৰ বিশিষ্ট নিবন্ধকাৰ-চিন্তাবিদ শ্যামকানু মহন্তই। তেখেতে উক্ত অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ জ্বাপন কৰে। আই পদ্মপ্ৰিয়াৰ জীৱন সন্দৰ্ভত আজিও উপযুক্ত প্ৰসাৰ হোৱা নাই। এইগৰাকী বিদূষী মহিলাই ১৬শ শতিকাতে পিতৃৰ মৃত্যুৰ পিছত মহিলা থানসত্ৰ প্ৰতিষ্ঠা কৰি অনন্য সাহস তথা দৃঢ়তাৰ পৰিচয় দিছিল। এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ প্ৰথমগৰাকী মহিলা কবি আই পদ্মপ্ৰিয়াৰ এই অনুপ্ৰেৰণামূলক কাহিনী সমগ্ৰ ৰাজ্যখনতে জনপ্ৰিয় হ’ব বুলি তেখেতে আশা প্ৰকাশ কৰে।

অনুষ্ঠানৰ শেষত লেখিকাৰ জ্যেষ্ঠ পুত্ৰ ভাস্কৰজ্যোতি মহন্তই আই পদ্মপ্ৰিয়া কি দৰে অসমৰ বাবে বৰেণ্য আৰু তেখেতৰ কাম-কাজ বিষয়ত আলোকপাত কৰে। লগতে আশা প্ৰকাশ কৰে যে অনাগত দিনত আই পদ্মপ্ৰিয়াৰ কামকাজৰ কথা এই উপন্যাসখনৰ জৰিয়তে বিশেষভাৱে চৰ্চালৈ আহিব আৰু মানুহে গম পাব বুলি আশা প্ৰকাশ কৰে।

কিতাপখন প্ৰকাশ কৰি উলিয়াইছে বাণী মন্দিৰে। অসমৰ বিভিন্ন কিতাপৰ দোকানত আই পদ্মপ্ৰিয়াৰ এই গ্ৰন্থখন উপলদ্ধ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Book Releases
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d