Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

মাত্ৰ এবছৰতে কাটিলে ৩১ লাখ গছ

দেশত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত পৰিৱেশতন্ত্ৰলৈ উদ্বেগজনক ভাবুকি

publisher by publisher
March 24, 2022
in Environment, India, News
Reading Time: 1 min read
0
মাত্ৰ এবছৰতে কাটিলে ৩১ লাখ গছ
6
SHARES
64
VIEWS
ShareShareShareShare

RelatedPosts

মাৰ্ঘেৰিটাত অচিৰে কয়লাৰ মুক্ত খনন আৰম্ভ কৰিবলৈ চলিছে যুদ্ধকালীন তৎপৰতা

বায়ু প্রদূষণত বাঢ়িব পাৰে এলঝেইমাৰৰ ৰোগৰো আশংকা

বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই

উন্নয়নৰ সমান্তৰালভাৱে পৰিৱেশ সংৰক্ষণত গুৰুত্ব নিদিলে পৃথিৱী বিপদৰ সন্মুখীন হ’ব । এই দূয়োটা বিষয়কে পিছুৱাই ৰাখিলে সভ্যতাৰ অগ্ৰগতি সম্ভৱ নহয় । অথচ উন্নয়নৰ নামত আমাৰ দেশত গ্ৰহণ কৰা আন্তঃগাথঁনি নিৰ্মাণকে আদি কৰি বিভিন্ন কাম-কাজত পৰিৱেশ সংৰক্ষণৰ বিষয়টোত কিমান গুৰুত্ব দিয়া হৈছে ? এই পৰিস্থিতিতে ২০২০-২১ বৰ্ষত দেশত গছ কটাৰ পৰিসংখ্যা ফহিয়াই চাব পাৰি ।

ADVERTISEMENT

চৰকাৰী পৰিসংখ্যা মতে এই এটা বছৰত প্ৰায় ৩১ লাখ গছ কটা হৈছে । লোকসভাত সম্প্ৰতি এই তথ্য সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে । তেওঁ লগতে কয় যে জনস্বাৰ্থ জড়িত প্ৰকল্পৰ বাবেই এই গছবোৰ কটা হৈছে । এই ক্ষেত্ৰত ৰাজ্যসমূহৰ যি নিয়ম-নীতি আছে সেয়া মানি চলাৰ উপৰি আদালতৰ নিৰ্দেশনা মানি চলা হৈছে বুলি লোকসভাত সদৰী কৰা হৈছে ।

তদুপৰি বন সংৰক্ষণ আইন অনুসৰি এই ধৰণৰ কামত প্ৰয়োজনীয় অনুমতি সেয়াও আগতীয়াকৈ লোৱা হৈছে । অৰ্থাৎ সকলো পক্ষৰ অনুমোদনৰ পাছতে উন্নয়নী প্ৰকল্পৰ বাবে গছবোৰ কটা হৈছে । এই তালিকাত শীৰ্ষ স্থানত আছে মধ্যপ্ৰদেশ । ৰাজ্যখনত উল্লেখিত সময়ছোৱাত ১৬ লক্ষাধিক গছ কটা হৈছে । দ্বিতীয় স্থানত উত্তৰপ্ৰদেশত তিনি লক্ষাধিক, তৃতীয় স্থানত ওড়িছাত দুই লক্ষাধিক গছ কটা হৈছে ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে সম সংখ্যক গছ, বৃক্ষ ৰোপণ কৰা হৈছে নে ? তাৰ উত্তৰত মন্ত্ৰীয়ে কয় যে এই একে সময়ছোৱাতে ৩৬ লাখ বৃক্ষ ৰোপণ কৰা হৈছে আৰু ইয়াৰ বাবে ৩৫৯ কোটি টকা ব্যয় কৰা হয় । বনানীকৰণৰ ব্যয়ত দেশৰ ভিতৰতে শীৰ্ষত আছে গুজৰাট । উত্তৰাখণ্ড আৰু হাৰিয়ানাও এই ক্ষেত্ৰত যথেষ্ট আগুৱাই আছে । চৰকাৰীভাৱে এই তথ্য প্ৰকাশ কৰিলেও দেশজুৰি অবৈধভাৱে গছ কটাৰ তথ্য‌ও প্ৰকাশিত হয় ।

উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰত বিগত চাৰি বছৰত দুই লক্ষাধিক গছ কটা হৈছে আৰু ইয়াকে লৈ কে’বাহেজাৰ অভিযোগ ৰাজ্য চৰকাৰৰ ওচৰত জমা হৈছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অলপতে এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে । পৰিৱেশ আৰু উন্নয়ন ওতঃপ্ৰোতভাৱে জড়িত । নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে বিষয়টো মোকাবিলা কৰিলে ভাৰসাম্য ৰক্ষা হ’ব পাৰে ।

বিশ্বজুৰি প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত মানৱ সভ্যতাত জোকাৰণিৰ সৃষ্টি হৈছে । কাৰ্বন নিৰ্গমন শূণ্য কৰা প্ৰকল্প বাস্তৱায়িত কৰিবলৈ নানা চেষ্টা চলিছে । গোলকীয় উষ্ণতাৰ বাবে ইতিমধ্যে প্ৰকৃতিত নানা অভাৱনীয় ঘটনা সংঘটিত হৈছে । আগন্তুক সময়ত পৰিৱেশ যাতে ভয়াৱহ নহয় তাৰ বাবে বিশ্বজুৰি চেষ্টা চলিলেও একাংশই এনে নীতি-নিয়ম ভৰিৰে মোহাৰি পেলাবলৈ চেষ্টা চলাইছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupender YadavEnvironment
publisher

publisher

Related Posts

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d