Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

    Guwahati:মহানগৰৰ ৰিহাব চেণ্টাৰত পুনৰ চাঞ্চল্যকৰ ঘটনা

    কৰ্ণাটকৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণক লৈ দেশজুৰি আলোড়ন

    মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভেঁকোভাওনাত পৰিণত অক্সিজেন প্লান্ট

    Guwahati Murder Case Update:মহানগৰীৰ বেলতলা বশিষ্ঠপুৰৰ পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু সন্দৰ্ভত উপ-আৰক্ষী আয়ুক্ত টাবুৰাম পেগুৰ মন্তব্য

    BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ব্যৱসায়ীৰ অজুহাত : নিৰ্বাচনী চাণ্ডা-ছিণ্ডিকেট-কেঁচামালৰ অভাৱেই মূল্যবৃদ্ধিৰ কাৰণ

publisher by publisher
March 26, 2022
in Assam, India, News
Reading Time: 1 min read
0
নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Dainik Agradoot Today’s Edition: 14Sept 2026

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition : 12Sept 2026

চৰকাৰী প্ৰকল্প বাদ দিলে, শেহতীয়াকৈ ৰাজ্যত গৃহ নিৰ্মাণ কাৰ্য প্ৰায় স্তব্ধ । সম্ভ্ৰান্ত পৰিয়ালসমূহৰ বাহিৰে মধ্যবিত্ত অথবা নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ সপোনৰ ঘৰখন বনোৱাৰ দীৰ্ঘদিনীয়া সপোন এতিয়া চূৰ্ণ-বিচূৰ্ণ হৈছে । কিয়নো নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে বৰ্তমান ব্যৱসায়ী, গৃহস্থ উভয় পক্ষকে হতভম্ব কৰি তুলিছে ‌। মাত্ৰ যোৱা এমাহত প্ৰতিদিনে নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে হৈ এই প্ৰতিবেদন যুগুতোৱা সময়লৈকে এক কুইন্টলত ৫৫০০ টকীয়া ৰডৰ মূল্য ৮,৫০০ টকা হৈছে । মাত্ৰ দুদিনমান পূৰ্বে এই মূল্য ৯,৫০০ টকা হৈছিল । প্ৰতিটন ৰডৰ মূল্য আজি ২৫ হেজাৰৰ পৰা ৩০ হেজাৰ টকালৈ বাঢ়িছে ।

ADVERTISEMENT

উদাহৰণস্বৰূপে ৰাজ্যৰ বাহিৰৰ পৰা প্ৰতিবেগ ডালমিয়া চিমেণ্টৰ দাম ৪২০ টকাৰ পৰা বৃদ্ধি হৈ ৪৫০ টকা হৈছে । তদুপৰি বিভিন্ন দোকান আৰু অঞ্চলভেদে এই মূল্যবৃদ্ধিৰ যথেষ্ট তাৰতম্য‌ও আছে । যাতায়তৰ ব্যয়ৰ বাবে এনে হয় বুলি যুক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে একাংশ ব্যৱসায়ীয়ে । আনহাতে, স্থানীয়ভাৱে উৎপাদিত চিমেণ্টৰ দামো একেদৰে বৃদ্ধি পাইছে । সেইদৰে ৬০ টকীয়া এক লিটাৰ ৰঙৰ দাম ৮৫ টকা আৰু প্ৰচিবেগ চিমেণ্টৰ দাম ৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে । অৰ্থাৎ চিমেণ্টৰ দাম বাদ দিলে ৰং আৰু ৰডৰ মূল্যবৃদ্ধি প্ৰায় ৪০ৰ পৰা ৭০ শতাংশ হৈছে ।

নিৰ্মাণ সামগ্ৰীৰ শেহতীয়া মূল্যবৃদ্ধিত অসহায় অনুভৱ কৰা ব্যৱসায়ীৰ গ্ৰাহকলৈ আহ্বান, ‘এই মুহূৰ্তত ঘৰ বনোৱাৰ পৰা দূৰত থাকক । দুদিনমান ৰৈ দিয়ক । নিৰ্বাচনী ধুমুহা আঁতৰ হ’লে হয়তো কিছু পৰিমাণে দাম কমিব পাৰে ।’ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, প্ৰতিদিনেই নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ আছে যদিও মহানগৰীৰ কোনো এজন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে মূল্যবৃদ্ধিৰ কাৰণ সম্পৰ্কত মুখ খুলিব নিবিচাৰে । নীৰৱতা অৱলম্বনৰ মূল কাৰণ হ’ল, তেওঁলোক কম্পিত । মুখ খুলিলেই পৰিণাম হ’ব পাৰে ভয়াৱহ ।

ৰাজ্যজুৰি নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায় কৰা মহানগৰীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, ‘শাসকীয় দল তথা চৰকাৰৰ অত্যধিক পুঁজি সংগ্ৰহ আৰু ডাঙৰ ডাঙৰ কাৰখানাসমূহত শেহতীয়াকৈ দেখা দিয়া কেঁচামালৰ নাটনিয়েও মূল্যবৃদ্ধিৰ প্ৰধান কাৰণ । যদিহে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে শাসকীয় দল অথবা চৰকাৰলৈ দাবী কৰা পুঁজিৰ যোগান নধৰে, তেন্তে পৰিণাম হিচাপে এনফ’ৰ্চমেন্ট সঞ্চালকালয়, আয়কৰ বিভাগৰ তালাচী, জিএছটি পৰীক্ষা আদি সকলো ব্যৱসায়ৰ পাছত লাগি যায় । গতিকে নিৰ্বাচনী পুঁজিৰ যোগান ধৰি তাৰ বিনিময়ত মূল্যবৃদ্ধি কৰা হয় । অন্য একো উপায় নাই ।’

উল্লেখ্য যে বহিঃৰাজ্যৰ বৃহৎ বৃহৎ উদ্যোগসমূহলৈ চীনৰ পৰা কেঁচামাল যোগান ধৰাত ব্যাঘাত জন্মা কাৰণেও শেহতীয়াকৈ বজাৰৰ চাহিদা অনুযায়ী উৎপাদন কৰিব নোৱাৰাত ৰঙৰ মূল্যবৃদ্ধি হোৱা বুলি মহানগৰীৰ বহু ব্যৱসায়ীয়ে ‘দৈনিক অগ্ৰদূত’ৰ আগত প্ৰকাশ কৰে ।

ৰাজ্যৰ অন্যতম নিৰ্মাণ সামগ্ৰীৰ বিপণী চেইন গুপ্তা হাৰ্ডৱেৰ প্ৰাইভেট লিমিটেডৰ এজন কৰ্মচাৰীয়ে কয়, ‘প্ৰতিদিনেই সকলো ধৰণৰ নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি হৈ আছে । আমি বিপণীলৈ অহা প্ৰতিজন গ্ৰাহকক আহ্বান জনাইছো – এই মুহূৰ্তত গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব নালাগে । নিৰ্মীয়মাণ অৱস্থাত নাথাকিলে নতুন গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰি সামগ্ৰী ক্ৰয় কৰিবলৈ অহা প্ৰতিজন গ্ৰাহকক আমি ঘূৰাই পঠাইছো । হয়তো এপ্ৰিলৰ পাছত দাম কিছু পৰিমাণে কমিব পাৰে । আমি তেতিয়ালৈ গ্ৰাহকক ৰ’বলৈ অনুৰোধ জনাইছো ।’

গুপ্তা হাৰ্ডৱেৰ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীজনে প্ৰকাশ কৰা মতে, সম্প্ৰতি প্ৰতি কুইণ্টল ১০ এম এম ৰডৰ দাম কালি ৮,১৮০ টকা হৈছে, মাত্ৰ দুদিনমান আগলৈ ৯,৩০০ টকা পৰ্যন্ত হৈছিল । একেদৰে আঠ এম এম ৰডৰ দাম কালি ৮,৩০০ টকা হৈছে । অথচ এইবিধ ৰডৰ দাম ৯,৪০০ টকা পৰ্যন্ত ঊৰ্ধ্বমুখী হৈছিল ।

ইপিনে, ১২ এম এম ৰডৰ দাম এতিয়া ৮,১২০ টকা, কিছুদিন পূৰ্বলৈ ৯,২০০ টকা পৰ্যন্ত বৃদ্ধি হৈছিল । সম্প্ৰতি ১৬ এম এম ৰডৰ দাম ৮০০০ টকা, এইবিধ ৰডৰ দামে দুদিনমান পূৰ্বলৈ ৯,১০০ টকা স্পৰ্শ কৰিছিল । বিপণীখনে প্ৰকাশ কৰা মতে আজিৰ পৰা মাত্ৰ এমাহৰ আগলৈ একেখিনি সামগ্ৰীৰ দাম আছিল খুব বেছি পাঁচ হেজাৰ পাঁচশ টকা ।

মহানগৰীৰ ফৰেষ্ট গেটস্থিত মা কামাখ্যা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ৰঞ্জিত শ‌ইকীয়াই ‘দৈনিক অগ্ৰদূত’ৰ আগত কয়, ‘বহিঃৰাজ্যৰ বৃহৎ উদ্যোগসমূহে কি কাৰণত নিৰ্মাণ সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি ঘটাইছে সঠিককৈ কোৱাটো টান; কিন্তু মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহত নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ এটা কাৰণ হ’ল ‘স্ক্ৰেপ’ সামগ্ৰীৰ বৰ্ধিত দাম । পূৰ্বে ২০ৰ পৰা ২৫ টকা মূল্যত পোৱা ‌প্ৰতি কিলোগ্ৰাম ‘স্ক্ৰেপ’ সামগ্ৰীৰ দাম সম্প্ৰতি ৪০ৰ পৰা ৪৫ টকা । গতিকে কেঁচামালৰ মূল্যবৃদ্ধিয়ে স্বাভাৱিকতে উৎপাদিত সামগ্ৰীৰ ওপৰতে দাম বৃদ্ধি কৰিব‌ই ।’

শেহতীয়াকৈ চিমেণ্টৰ মূল্যবৃদ্ধি সম্পৰ্কত শইকীয়াই আশ্চৰ্য প্ৰকাশ কৰি কয় যে অসমকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়তো বহুকেইটা চিমেণ্ট কাৰখানা আছে যদিও বহিঃৰাজ্যৰ পৰা আমদানি কৰা চিমেণ্টৰ বিপৰীতে স্থানীয় কোম্পানীৰ দাম যথেষ্ট বেছি । তেওঁ কয়, ‘যোৱা তিনি বছৰত কোনোদিন এনে মূল্যবৃদ্ধিৰ, বিশেষকৈ নিৰ্মাণ সামগ্ৰীৰ ক্ষেত্ৰত, মুখামুখি হোৱা ‌নাই । আমাৰ উত্তৰ-পূৰ্বাঞ্চলতে ষ্টাৰ চিমেণ্ট, মেঘালয় চিমেণ্ট আদি ব্ৰেণ্ড আছে; কিন্তু মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিৰ পৰা আমদানি কৰা অম্বুজা, বিৰলা, ডালমিয়া, আল্ট্ৰাটেক চিমেণ‌ট আদি ব্ৰেণ্ডৰ প্ৰতিবেগ চিমেণ্টৰ দাম স্থানীয় ষ্টাৰ আৰু মেঘালয় চিমেণ্টতকৈ ২০ৰ পৰা ৫০ টকা কম । মান কিন্তু তুলনামূলকভাৱে বহিঃৰাজ্যত প্ৰস্তুত কৰা চিমেণ্টৰ বেছিহে । তথাপি আমাৰ কাষৰীয়া পাহাৰত উৎপাদন কৰা চিমেণ্টৰ দাম বেছি কিয় ৰাইজে বিচাৰ কৰক । আমি মুখ খুলিলে চাৰিওফালে জগৰ লাগিব ।’

মন কৰিবলগীয়া যে শেহতীয়াকৈ নিৰ্মাণ সামগ্ৰীৰ ক্ষেত্ৰতো বহু পুঁজিপতিয়ে একচেটিয়া ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা কাৰণেও মূল্যবৃদ্ধি অনিয়ন্ত্ৰিত হৈ অহা বুলি প্ৰতিষ্ঠিত ব্যৱসায়ী ৰঞ্জিত শ‌ইকীয়াই প্ৰকাশ কৰে । তেওঁ কয় যে নিৰ্মাণ সামগ্ৰীৰ উদ্যোগটোও কোনোবা পুঁজিপতিৰ একচেটিয়া নিয়ন্ত্ৰণত যাব ইমানেই বজাৰত মূল্যৰ প্ৰতিযোগিতা কমি আহিব আৰু ফলস্বৰূপে বজাৰখন সকলো সময়তে ভাৰসাম্য ৰক্ষা কৰাটো অত্যন্ত কঠিন হৈ উঠিব ।

ইতিমধ্যে দেশৰ পাঁচখন ৰাজ্যৰ – উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ আৰু পঞ্জাৱৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে । আৰু প্ৰত্যাশিতভাৱেই পঞ্জাৱক বাদ দি চাৰিখন ৰাজ্যত শাসকীয় দল বিজেপিয়ে ক্ষমতালৈ ঘূৰি আহিল । পিছে, সেই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত ৰাইজে বা ব্যৱসায়ী সমাজে আশা কৰা ধৰণে‌ নিৰ্মাণ সামগ্ৰীৰ মূল্য হ্ৰাস হ’বগৈ নে নাই এয়াহে বিবেচিত হৈছে । যদিহে আশংকা কৰা ধৰণে মূল্যবৃদ্ধি ২০২৪ৰ সাধাৰণ নিৰ্বাচনলৈ এনে ধৰণেই ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকে, তেন্তে এচামৰ কাৰণে গৃহ নিৰ্মাণৰ সপোন যে সপোন হৈয়েই ৰ’ব এয়া নিশ্চিত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamDainik AgradootInflation
publisher

publisher

Related Posts

পাথৰিঘাটত বিধ্বস্ত কাঠৰ দলং, লোকনির্মাণ বিভাগৰ গাফিলতিত দুৰ্ঘটনাৰ আশংকা
Assam

September 14, 2026
মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল
Entertainment

মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

September 14, 2026
প্রতি ১০ চিকিৎসকৰ ছজন কৰ্মক্ষেত্ৰত হিংসাৰ বলি: অর্ধেকাংশ ঘটনাৰ অভিযোগ দাখিল নহয়
India

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন
Assam

শুৱালকুছি-বংশৰৰ পাহাৰত ভূ-মাফিয়াৰ খনন

September 14, 2026
Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে
Assam

Guripur:পত্নীহন্তা ৰামানুজৰ নিথৰ দেহ চমজি ল’ব পিতৃয়ে

September 14, 2026
Guwahati:মহানগৰৰ ৰিহাব চেণ্টাৰত পুনৰ চাঞ্চল্যকৰ ঘটনা
Assam

Guwahati:মহানগৰৰ ৰিহাব চেণ্টাৰত পুনৰ চাঞ্চল্যকৰ ঘটনা

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d