Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kangana VS Uddhav : কংগনাৰ ‘অভিশাপ’ লাগিল উদ্ধৱক ! ‘আজি মোৰ ঘৰ ভাঙিছে, কালি তোৰ..’, ভাইৰেল ভিডিঅ’

publisher by publisher
June 23, 2022
in Entertainment, India, News, Politics
Reading Time: 1 min read
0
Kangana VS Uddhav : কংগনাৰ ‘অভিশাপ’ লাগিল উদ্ধৱক ! ‘আজি মোৰ ঘৰ ভাঙিছে, কালি তোৰ..’, ভাইৰেল ভিডিঅ’
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

‘আজি মোৰ ঘৰ ভেঙিছে, কালি তোৰ অহংকাৰ ভাঙিব’, মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ উদ্দেশ্যি ঠিক এই কথাই কৈছিল কংগনা ৰণৌটে । ২০২০ৰ ন ছেপ্টেম্বৰত বিএমচিৰ তৰফৰ পৰা পালি হিলছত অৱস্থিত কংগনাৰ সহস্ৰাধিক কাৰ্যালয় গৃহ ভাঙি দিয়া হয় । ইয়াৰ পাছতেই ক্ষোভিত হৈছিল বিজেপি সমর্থক হিচাপে পৰিচিত কংগনা ৰণৌট ।

ADVERTISEMENT

বর্তমান মহাৰাষ্ট্রৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ । যিকোনো মুহূর্তত ভাঙি যাব পাৰে উদ্ধৱ ঠাকৰেৰ চৰকাৰ । এতিয়াও মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ নিদিলেও বুধবাৰে নিশা মুখ্যমন্ত্রীৰ আবাস এৰি নিজৰ পৈতৃক ভেটি ‘মাতশ্রী’ত গুচি গৈছে উদ্ধৱ ঠাকৰে । এনে পৰিস্থিতিত ভাইৰেল কংগনাৰ ডেৰ বছৰ আগৰ এই ভিডিঅ’ । ভিডিঅ’ত কি কৈছে কুইনে ?

সাধাৰণভাৱেই ত‌ই বুলি সম্বোধন কৰি প্রকাশ্যত উদ্ধৱ ঠাকৰেক উদ্দেশ্যি প্ৰত্যাহ্বান দি তেওঁ কৈছিল, ‘উদ্ধৱ ঠাকৰে ত‌ই কি ভাবিছ.. তই ফিল্ম মাফিয়াৰ স’তে হাত মিলাই মোৰ ঘৰ ভাঙি মোৰ পৰা প্রতিশোধ ল’লি ? সময়ৰ চকা ঘূৰিব । তই আজি মোৰ ঘৰ ভাঙিছ, কালি তোৰ অহংকাৰ ভাঙিব ।’

https://twitter.com/iambiraja/status/1539596387725152256?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1539596387725152256%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fbangla.hindustantimes.com%2F

টুইটাৰত ভাইৰেল কংগনাৰ একাধিক পুৰণি ভিডিঅ’ । ইয়াৰ উপৰি এটা ভিডিঅ’ত কংগনাক কোৱা শোনা যায়, ‘ইতিহাস সাক্ষী আছে যেতিয়াই কোনোৱে কোনো নাৰীৰ অপমান কৰিছে তেওঁৰ পতন নিশ্চিত । ৰাৱণে সীতাক অপমান কৰিছিল, কৌৰবে দ্রৌপদীৰ অস্মিতা হৰণৰ চেষ্টা কৰিছিল তেওঁলোকৰ নিমূল হৈছে । ম‌ই এই মহান নাৰীসকলৰ সমান নহয়, কিন্তু ম‌ইও নাৰী । নিজকে ৰক্ষাৰ চেষ্টাই ম‌ই কৰিছো… ম‌ই বিশ্বাস কৰো নাৰীক অসন্মান কৰিলে তোমাৰ বিনাশ আসন্ন’ ।

ইয়াৰ মাজতেই কংগ্রেছ নেতা অভিষেক সাংঘভিয়ে টুইট কৰে, ‘বোধহয় কংগানাইও বহু মহিলাক অপমান কৰিছে, সেয়ে তেওঁৰ ছবি ধাকড় ফ্লপ হৈছে’ ।

https://twitter.com/SheebaChoudhry/status/1539629504028545024?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1539629504028545024%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fbangla.hindustantimes.com%2F

উদ্ধৱ ঠাকৰৰ বাসগৃহ যে সঁচাকৈয়ে ভেঙিছে তাক লৈ সন্দেহ নাই । একনাথ শিণ্ডেসহ মুঠ ৩৫ জন শিৱসেনা বিধায়ক বর্তমান গুৱাহাটীৰ হোটেলত আছে । তেওঁলোকে বিজেপিৰ স’তে একজোঁট হৈ গদিচ্যুত কৰিব পাৰে উদ্ধৱ ঠাকৰেক । যদিও ‘বিদ্রোহী’সকলক উদ্দেশ্যি মুখ্যমন্ত্রীৰ বার্তা যিকোনো সময়ত পদত্যাগ দিবলৈ প্ৰস্তুত তেওঁ । অন্য শিৱ সৈনিকৰ বাবে মুখ্যমন্ত্রীৰ পদ এৰি দিব তেওঁ, মুখ্যমন্ত্রীৰ আবাস ইতিমধ্যে এৰি দিছে ।

সূত্রৰ খবৰ, বর্তমান শিণ্ডে গোষ্ঠীত ৩৮ শিৱসেনা বিধায়কৰ সমর্থন আছে । আনহাতে, মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেৰ সমর্থনত মাত্র ১৬ জন বিধায়ক আছে । এজন বিধায়কে এতিয়াও মনস্থিৰ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, ৫৫ বিধায়কৰ দলত একনাথৰ দলবিৰোধী আইন পৰিহাৰ কৰিবলৈ ৩৭ জন বিধায়ক প্রয়োজন আছিল । সেই সংখ্যাতকৈ এজন বিধায়ক অধিক আছে শিণ্ডে গোষ্ঠীত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMKangana RanautMaharashtraUddhav ThackerayViral Video
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d