Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rajya Sabha : মূল্যবৃদ্ধিৰ প্রতিবাদত সংসদ চৌহদত ৫০ ঘণ্টীয়া ধৰ্মঘট নিলম্বিত সাংসদৰ

publisher by publisher
July 27, 2022
in India, News, Politics
Reading Time: 1 min read
0
Rajya Sabha : মূল্যবৃদ্ধিৰ প্রতিবাদত সংসদ চৌহদত ৫০ ঘণ্টীয়া ধৰ্মঘট নিলম্বিত সাংসদৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

পশ্চিমবংগ আৰু অসমৰ বিধানসভা নিৰ্বাচনত মুছলমান সন্দৰ্ভত বিজেপি নেতাসকলে কৰা মন্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ

কামৰূপ মহানগৰত এনডিএৰ অগ্ৰগতি

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

নৰেন্দ্র মোদী চৰকাৰৰ ‘স্বৈৰাচাৰী আচৰণ’, মূল্যবৃদ্ধি আৰু খাদ্যপণ্যৰ জিএছটিৰ প্রতিবাদত সংসদ ভৱন চৌহদত গান্ধীমূর্তিৰ তলত ৫০ ঘণ্টীয়া অৱস্থান-ধৰ্মঘট আৰম্ভ কৰিলে নিলম্বিত ২০ জন ৰাজ্যসভা সাংসদে । বিক্ষোভকাৰী তৃণমূল সাংসদ দোলা সেনাই বুধবাৰে কয়, ‘‘শুকুৰবাৰে বিয়লি এক বজা পর্যন্ত আমাৰ অৱস্থান চলিব ।’’

ADVERTISEMENT

লোকসভাৰ চাৰি নিলম্বিত কংগ্রেছ সাংসদেও গান্ধীমূর্তিৰ তলত ধৰ্মঘটত অংশগ্ৰহণ কৰে । বিৰোধী পক্ষৰ বিক্ষোভৰ ফলত বুধবাৰেও অধিবেশন স্থগিত হৈছে । কংগ্রেছ, তৃণমূলসহ বিৰোধী দলসমূহৰ অভিযোগ, বৰ্ষাকালীন অধিবেশনৰ আৰম্ভণিৰ পৰা মূল্যবৃদ্ধিৰ বিষয়ত আলোচনাৰ দাবী জনাইছে তেওঁলোকে । গেছৰ দাম বৃদ্ধি, খাদ্যপণ্যত জিএছটি বৃদ্ধিৰ বিৰুদ্ধে বিতর্ক বিচাৰি স্থগিত প্রস্তাৱৰ জাননিও দিছে । কিন্তু মোদী চৰকাৰ আলোচনাৰ বাবে প্ৰস্তুত নহয় ।

অধিবেশন চলাকালীন বিশৃংখলতা সৃষ্টিৰ অভিযোগত মঙলবাৰে ৰাজ্যসভাৰ পৰা ২০ জন সাংসদক নিলম্বন কৰা হয় । শুকুৰবাৰ পর্যন্ত নিলম্বন হোৱা সাংসদৰ তালিকাত আছে তৃণমূলৰ সাতজন — দোলা সেন, সুস্মিতা দেৱ, মৌচম বেনজিৰ নুৰ, শান্তনু সেন, আবীৰৰঞ্জন বিশ্বাস, নাদিমূল হক আৰু শান্তা ছেত্রী । নিলম্বিত সাংসদসকলৰ ভিতৰত আছে কানিমোঝিসহ ডিএমকেৰ ছয়, তেলেংগানা ৰাষ্ট্র সমিতিৰ তিনি, চিপিএমৰ দুই, চিপিআইৰ এজন আৰু আম আদমি পার্টিৰ এজন ।

পূৰ্বে সোমবাৰে অধিবেশন চলাকালীন অভব্যতাৰ অভিযোগত কংগ্রেছৰ চাৰি সাংসদ, তামিলনাডুৰ মনিকম টেগোৰ (বিৰুধনগৰ) আৰু জ্যোতিমণি সেন্নিমালাই আৰু কেৰালাৰ টিএন প্রতাপন (ত্রিশূৰ) আৰু ৰম্য হৰিদাস (কোঝিকোড়)-ক বৰ্ষাকালীন অধিবেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন কৰে অধ্যক্ষ ওম বিড়লাই । প্রসংগত, অহা ১২ আগষ্ট পর্যন্ত সংসদৰ বৰ্ষাকালীন অধিবেশন চলিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CongressGSTLok SabhaRajya SabhaSuspensionTMC
publisher

publisher

Related Posts

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d