Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iranian Women Hanged : স্বামীক হত্যা কৰাৰ শাস্তি, এদিনতে তিনি মহিলাক ফাঁচী ইৰানত !

publisher by publisher
July 30, 2022
in International, News
Reading Time: 1 min read
0
Iranian Women Hanged : স্বামীক হত্যা কৰাৰ শাস্তি, এদিনতে তিনি মহিলাক ফাঁচী ইৰানত !
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

স্বামীক হত্যা কৰাৰ অপৰাধত তিনি মহিলাক এদিনতে ফাঁচী দিয়া হ’ল ইৰানত । সংবাদসংস্থাৰ খবৰ অনুযায়ী, ইৰানৰ তিনিটা পৃথক কাৰাগাৰত শুকুৰবাৰে তেওঁলোকক ফাঁচী দিয়া হৈছে । সংবাদসংস্থাক এটা মানৱ অধিকাৰ সংগঠনৰ দাবী, চলিত বছৰ কমেও ১০ গৰাকী মহিলাক একেই অপৰাধৰ বাবে ফাঁচী দিয়া হৈছে । সংগঠনটোৱে প্রকাশ কৰা এটা প্ৰতিবেদন উদ্ধৃত কৰি সংবাদসংস্থাই জনাইছে, ২০১০ৰ পৰা ২০২১ৰ অক্টোবৰ পর্যন্ত ইৰানত মুঠ ১৬৪ গৰাকী মহিলাক ফাঁচী দিয়া হৈছিল । মানৱ অধিকাৰ কর্মচাৰীসকলৰ মতে, ২০২১ত ইৰানত ইব্রাহিম ৰাইচিৰ উত্থানৰ পাছত এই সংখ্যা বাঢ়িছে । ২০২১ৰ পৰা এই পর্যন্ত ৩০৬ গৰাকী মহিলাক ফাঁচী দিয়া হৈছে ।

ADVERTISEMENT

শুকুৰবাৰে ফাঁচী দিয়া তিনি মহিলাৰ পৰিচয় জানিব পৰা গৈছে । সেনোবাৰ জালালি নামৰ এগৰাকী মহিলাক তেহৰান অঞ্চলৰ বাহিৰত এটা কাৰাগাৰত ফাঁচী দিয়া হৈছে । তেওঁ আফগানিস্তানৰ নাগৰিক আছিল । ইৰানৰ পশ্চিমত সানন্দাজ অঞ্চলৰ এটা কাৰাগাৰত ছোহেইলা আবেদিক মৃত্যুদণ্ড দিয়া হয় । ১৫ বছৰ বয়সতে ছোহেইলা বিয়া হৈছিল । বিয়াৰ ১০ বছৰ পাছত স্বামীক হত্যা কৰিছিল ছোহেইলাই । ২০১৫ত দোষী সাব্যস্ত হৈছিল তেওঁ । ইয়াৰ উপৰি উত্তৰ-পশ্চিমত উর্মিয়া অঞ্চলত ফাঁচী দিয়া হয় ফাৰানাক বেহেস্তিক । পাঁচ বছৰ পূৰ্বে স্বামীক হত্যা কৰাৰ অপৰাধত তেওঁ দোষী সাব্যস্ত হৈছিল ।

ইৰানৰ আইন অনুযায়ী, দেশৰ মহিলাসকলে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’ব নোৱাৰে । আনকি, শাৰীৰিক বা মানসিক নির্যাতনৰ বলি হ’লেও তেওঁলোকে বিচ্ছেদ বিচাৰিব নোৱাৰে । এই প্রসংগত ইৰান চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছিল অনেকেই । চৰকাৰক সমালোচনা কৰাৰ অপৰাধত চলিত সপ্তাহত কিছুসংখ্যকক গ্রেপ্তাৰো কৰা হৈছে । তেওঁলোকৰ ভিতৰত আছে, ‘দেয়াৰ ইজ নো এভিল’ চলচ্চিত্রৰ পৰিচালক মোহাম্মদ ৰসুলফো । ইৰানত মৃত্যুদণ্ডৰ প্রতিক্রিয়াৰ ওপৰত নির্মিত তেওঁৰ চলচ্চিত্রটো ২০২০ত বার্লিন চলচ্চিত্র উৎসৱত প্ৰদৰ্শন কৰে পাছত ছবিখনে ‘গোল্ডেন বিয়াৰ’ পুৰস্কাৰো লাভ কৰে ।

প্রসংগত, এজন আৰক্ষী বিষয়াক হত্যা কৰা ঘটনাত দোষী সাব্যস্ত এজন ব্যক্তিক অপৰাধস্থলতেই জনসমক্ষে ফাঁচী দিলে ইৰান প্রশাসনে । মানৱ অধিকাৰ সংগঠনৰ দাবী, দুবছৰৰো অধিক সময় পাছত এই ‘মধ্যযুগীয় প্রথা’ উভতি আহিল ইৰানত । অভিযোগ, দেশৰ অর্থনৈতিক সংকটক লৈ সৰৱ হোৱাত বিক্ষোভকাৰীসকলক দমন কৰিবলৈ এই প্রথা ঘূৰাই আনিছে চৰকাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: IranWomen Hanged
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d