Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

দিল্লীৰ উপমুখ্যমন্ত্রীৰ বাসগৃহত তালাচী চিবিআই-ৰ

publisher by publisher
August 19, 2022
in India, News, Politics
Reading Time: 1 min read
0
দিল্লীৰ উপমুখ্যমন্ত্রীৰ বাসগৃহত তালাচী চিবিআই-ৰ
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

মানুহ চাই চাইহে গ্ৰেপ্তাৰ কৰা হৈছে নেকি? প্রশ্ন আদালতত

দিল্লীৰ উপমুখ্যমন্ত্রী মণীশ ছিছ’ডিয়াৰ (Manish Sisodia) বাসগৃহত তালাচী অভিযান চলায় চিবিআই (CBI)য়ে । শুকুৰবাৰে পুৱা ৰাজধানী দিল্লী আৰু সংলগ্ন অঞ্চলৰ ২০টা স্থানত তালাচী চলাইছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই । ইয়াৰ ভিতৰত অন্যতম ছিছ’ডিয়াৰ বাসগৃহ । তথ্য অনুসৰি, দিল্লী আবকাৰী নীতিত অনিয়মৰ অভিযোগত আৰম্ভ হোৱা তদন্তৰ বাবে এই তালাচী ।

ADVERTISEMENT

মণীশ ছিছ’ডিয়াই টুইটাৰত লিখে, ‘চিবিআই আহিছে । তেওঁলোকক স্বাগত । ম‌ই অত্যন্ত সৎ । লক্ষাধিক শিশুৰ ভৱিষ্যৎ গঢ়িছো । এইটো অত্যন্ত দুর্ভাগ্যজনক যে, যিয়ে ভাল কাম কৰে তেওঁলোককেই এইদৰে বিৰক্ত কৰা হয় । সেয়ে আমাৰ দেশে এক নম্বৰ হ’ব পৰা নাই ।’

सीबीआई आई है. उनका स्वागत है. हम कट्टर ईमानदार हैं . लाखों बच्चों का भविष्य बना रहे हैं.

बहुत ही दुर्भाग्यपूर्ण है कि हमारे देश में जो अच्छा काम करता है उसे इसी तरह परेशान किया जाता है. इसीलिए हमारा देश अभी तक नम्बर-1 नहीं बन पाया.

— Manish Sisodia (@msisodia) August 19, 2022

চিবিআইক স্বাগত জনাইছে দিল্লীৰ মুখ্যমন্ত্রী আৰু আপৰ প্ৰধান অৰবিন্দ কেজৰিৱালেও । তেওঁ টুইটাৰত লিখে, ‘যিদিনাখন আমেৰিকাৰ সৰ্ববৃহৎ সংবাদপত্র ‘নিউইয়র্ক টাইমছ’ত দিল্লীৰ শিক্ষা মডেলৰ প্রশংসা আৰু মণীশ ছিছ’ডিয়াৰ ছবি প্রকাশিত হ’ল, সেইদিনাই মণীশৰ বাসগৃহত চিবিআই প্ৰেৰণ কৰা হ’ল । চিবিআইক স্বাগত । সম্পূর্ণ সহযোগিতা কৰা হ’ব । ইয়াৰ আগতেও বহু তদন্ত/ তালাচী হৈছে । একো পোৱা নাই । এইবাৰো একো নাপায় ।’

जिस दिन अमेरिका के सबसे बड़े अख़बार NYT के फ़्रंट पेज पर दिल्ली शिक्षा मॉडल की तारीफ़ और मनीष सिसोदिया की तस्वीर छपी, उसी दिन मनीष के घर केंद्र ने CBI भेजी

CBI का स्वागत है। पूरा cooperate करेंगे। पहले भी कई जाँच/रेड हुईं। कुछ नहीं निकला। अब भी कुछ नहीं निकलेगा https://t.co/oQXitimbYZ

— Arvind Kejriwal (@ArvindKejriwal) August 19, 2022

প্রসংগত, বিগত বছৰৰ নৱেম্বৰত কাৰ্যকৰ কৰা দিল্লী আবকাৰী নীতি প্রণয়ন আৰু কার্যকৰ কৰাৰ ক্ষেত্রত অনিয়মৰ অভিযোগ তুলিছে বিৰোধী পক্ষ‌ই । এই অভিযোগৰ ভিত্তিতেই চিবিআই-য়ে এফআইআৰ দাখিল কৰিছে । তদন্ত আৰম্ভ হোৱাৰ পাছতেই এইবাৰ বিভিন্ন স্থানত তালাচী অভিযান আৰম্ভ কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থা‌ই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPArvind KejriwalCBIManish Sisodia
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d