Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CM Yogi Adityanath : আদিত্যনাথৰ শিৰচ্ছেদৰ পুৰস্কাৰ দুই কোটি, আলোড়ন উত্তৰ প্রদেশত

publisher by publisher
August 21, 2022
in India, News, Politics
Reading Time: 1 min read
0
CM Yogi Adityanath : আদিত্যনাথৰ শিৰচ্ছেদৰ পুৰস্কাৰ দুই কোটি, আলোড়ন উত্তৰ প্রদেশত
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

উত্তৰ প্রদেশৰ মোৰাদাবাদৰ পৰা এক চাঞ্চল্যকৰ ঘটনা প্ৰকাশ্যত আহিছে । এটা ফেচবুক একাউন্টৰ পৰা মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ শিৰচ্ছেদ কৰিবৰ বাবে দুই কোটি টকা পুৰস্কাৰ ঘোষণা কৰি এটা প’ষ্ট কৰা হৈছে । এই ঘটনাতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । মোৰাদাবাদ আৰক্ষীৰ এটা জালি পেজৰ পৰা এই প’ষ্টটো কৰা হৈছিল । আৰএছএছ-ৰ স’তে জড়িত মহিলাকর্মী আয়ুশি মহেশ্বৰীয়ে টুইটাৰত মোৰাদাবাদ আৰক্ষীক টেগ কৰিছে । এই ঘটনাৰ কথা জনাই তেওঁ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰে । ইয়াৰ পাছতে, মোৰাদাবাদ আৰক্ষীৰ ঘটনাৰ বিষয়ে গ’ম পায় আৰু মোৰাদাবাদ আৰক্ষীয়ে টুইট কৰি চাইবাৰ চেলক তদন্ত কৰিবলৈ কয় । মোৰাদাবাদৰ জ্যেষ্ঠ বিষয়াসকলৰ নির্দেশমৰ্মে, চাইবাৰ চেলে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ADVERTISEMENT

শিৰচ্ছেদৰ বাবে দুই কোটি টকা পুৰস্কাৰ আত্মপ্রকাশ পণ্ডিত নামে এই ফেচবুক আইডিৰ কভাৰ ফটোত মোৰাদাবাদ জিলা মেজিষ্ট্ৰেট শৈলেন্দ্র কুমাৰ সিঙৰ ছবি ৰখা হয় । লগতে আন এটা প’ষ্টত পাকিস্তানৰ পতাকাও দেখা গৈছে । মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ ছবিৰ লগতে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রী ইমৰান খানৰ এটা ছবিও প’ষ্ট কৰা হৈছে এই প্র’ফাইলত । সেই প’ষ্টত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ শিৰচ্ছেদ কৰিবৰ বাবে দুই কোটি টকা পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছে ।

উল্লেখযোগ্য যে প’ষ্টত অনুপযুক্ত ভাষাও ব্যৱহাৰ কৰা হৈছে । প’ষ্টত লিখা হৈছে, মূৰ কাটি পেলাব পাৰিলে নগদ দুই কোটি টকা পুৰস্কাৰ দিয়া হ’ব ।

তদন্তত নামিছে চাইবাৰ টিম

ইয়াৰ পাছতে আত্মপ্রকাশ পণ্ডিত নামে ফেচবুক একাউন্ট বনোৱা যুৱকজনে, তেওঁৰ ফেচবুক একাউন্ট অন্য কোনোৱে ব্যৱহাৰ কৰি আছে বুলি আৰক্ষীক জনায় । তেওঁ এই ঘটনাৰ তদন্ত দাবী কৰিছে । এছপি চিটি অখিলেশ ভাদৌৰিয়াক এই বিষয়ত সোধ-পোচ কৰাত তেওঁ কয় যে বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হৈছে । তেওঁ কয় যে তদন্ত কৰি জানিব পৰা গৈছে আত্মপ্রকাশ পণ্ডিত নামে এজন ব্যক্তি সঁচাকৈয়ে আছে ।

তেওঁ কয় যে তেওঁ এটা ফেচবুক একাউন্ট তৈয়াৰ কৰিছিল, যাৰ অন্য কোনোৱে অপব্যৱহাৰ কৰিছে আৰু সেই ফেচবুকত এনে প’ষ্ট কৰিছে যি অসামাজিক । প’ষ্টত নানা ধৰণৰ কথা কোৱা হৈছে । আৰক্ষীৰ চাইবাৰ টিমে বর্তমান এয়া সন্ধান কৰিছে কোনে প্ৰকৃততে ব্যৱহাৰ কৰিছে । ব্যক্তিজনে সঁচা কথা কৈছে নে নাই, সেয়াও পৰ্যবেক্ষণ কৰা হৈছে বুলি জনাইছে তেওঁ ।

ফেচবুক পেজ তৈয়াৰ কৰা ব্যক্তি নিজেই উপস্থিত

তেওঁ আৰু কয়, ফেচবুককো অনুৰোধ কৰা হৈছে যে, এই ধৰণৰ একাউন্ট অতি শীঘ্ৰে বন্ধ কৰিব লাগিব । অতি শীঘ্ৰে সকলোবোৰ তথ্য পোহৰলৈ আহিব বুলিও তেওঁ জনাইছে । যিয়েই দোষী নহ‌ওক কিয় তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে ।

একেই সময়তে, যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল এই একাউন্টটো হেক হৈছে নেকি, তেওঁ কয় যে তেওঁলোকৰ চাইবাৰ টিমে এই বিষয়ত তদন্ত কৰিছে । যিয়ে একাউন্টটো তৈয়াৰ কৰিছে তেওঁ নিজেই আগবাঢ়ি আহিছে আৰু নিজেই কৈছে যে কোনোৱে অপব্যৱহাৰ কৰিছে । আৰক্ষীৰ চাইবাৰ বিশেষজ্ঞসকলে এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিছে । এই পেজটো মোৰাদাবাদ আৰক্ষীৰ নহয় । যিয়ে বনাইছে তেওঁ নিজে জনাইছে যে তেওঁ এইটো তৈয়াৰ কৰিছে কিন্তু অন্য কোনোৱে ভুলকৈ ব্যৱহাৰ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPMoradabadpoliceUttar PradeshYogi Adityanath
publisher

publisher

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d