Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

    প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

    নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

    Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

    Meghalaya:মেঘালয়ত অব্যাহত দুষ্কৃতিকাৰীৰ সন্ত্রাস

    Kamrup:কামৰূপ আৰক্ষীৰ জালত কুখ্যাত অপৰাধী দেৱজিৎ দেউৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

publisher by publisher
August 26, 2026
in International, News
Reading Time: 1 min read
0
প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

চুবুৰীয়া নেপালী-পাকিস্তানীতকৈও অসুখী ভাৰতীয়সকল

নেপালত শোকাৱহ দুৰ্ঘটনা!

ভগৱান বুদ্ধৰ শৈশৱ কালত নতুনকৈ আলোকপাত

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : প্ৰকৃতিৰ ৰুদ্ৰৰোষত নেপাল। হিমালয়ৰ কোলাত থকা দেশখনত ডাৱৰ বিস্ফোৰণজনিত বৰষুণৰ লগতে আকস্মিক বানত এতিয়ালৈকে ৩১ জনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে। ১০৫ জন ভাৰতীয়সহ ৪০০ কৈলাসযাত্ৰী সন্ধানহীন হৈ আছে।

ADVERTISEMENT

এই পৰিস্থিতিত ফোনযোগে দুৰ্যোগত মৃত্যু হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহক সহায়ৰ আশ্বাস দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক্স হেণ্ডেলত দিয়া এটা পোষ্টত মোদীয়ে লিখিছে, “প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ স’তে কথা পাতিছোঁ। নেপালত বানত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছোঁ। এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ নেপালৰ ভাই-ভনীসকলৰ কাষত আছে।”

মোদীয়ে আৰু লিখিছে, “নেপালক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সহায় আগবঢ়াবলৈ ভাৰত সাজু। উদ্ধাৰ আৰু সাহায্য অভিযানক লৈ আমাৰ দলসমূহে চুবুৰীয়া দেশখনৰ প্ৰশাসনৰ স’তে ঘনিষ্ঠভাৱে সমন্বয় সাধন কৰি আছে।”

সূত্ৰৰ খবৰ অনুসৰি, এই বিপৰ্যয়ৰ সূত্ৰপাত চীনৰ তিব্বতত। তাৰ পৰাই বানৰ পানী নেপালৰ ৰাছুৱা জিলাত প্ৰৱেশ কৰে। কাঠমাণ্ডুৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ দূৰত অৱস্থিত এই জিলাখনৰ মাজেৰে বৈ গৈছে ভোটেকোশী নদী। বুধবাৰৰ পুৱাৰে পৰা হঠাৎ নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ পাছতে চীন সীমান্তৱৰ্তী সেই জিলাখনত হঠাৎ বান আহে।

আকস্মিক ভয়ংকৰ বানৰ ফলত ৰাছুৱা জিলাত একপ্ৰকাৰ ধ্বংসলীলা চলিছে। ভোটেকোশী নদীৰ পানীত চীন সীমান্তৱৰ্তী তিমুৰ আৰু ছ্যাফ্ৰুবেছী অঞ্চল ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। তাত বহু ঘৰ-দুৱাৰ, যান-বাহন উটি গৈছে। পানীৰ সোঁতত এখন দলংও উটি গৈছে।

চীনৰ সংবাদ সংস্থা ‘ছিনহুৱা’ৰ খবৰ অনুসৰি, আকস্মিক বানত তিব্বতৰ গাইৰং প্ৰদেশকে ধৰি বহু অঞ্চল ক্ষতিগ্ৰস্ত হৈছে। হতাহতৰ সংখ্যাও বহু। কিন্তু কি কাৰণত এই হঠাৎ বান আহিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

নেপালৰ বান পূৰ্বাভাস বিভাগে জনোৱা মতে, ৰাছুৱাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই এই বিপৰ্যয় সংঘটিত হৈছে বুলি ভবাৰ সম্ভাৱনা কম। ফলত তিব্বতৰ পৰা পানী নামি অহাৰ বিষয়টোৱেই অধিক প্ৰকট হৈ পৰিছে। ইয়াৰ লগতে হিমবাহৰ জলাধাৰ ভাঙি হঠাৎ পানী নামি অহা বা ‘গ্লেচিয়েল লেক আউটবাৰ্ষ্ট ফ্লাড’-ৰ সম্ভাৱনাও পৰীক্ষা কৰি চোৱা হৈছে বুলি নেপালৰ সংবাদ মাধ্যম ‘দ্য কাঠমাণ্ডু পোষ্ট’-এ জনাইছে।

নেপাল পৰ্যটন ব’ৰ্ডৰ তথ্য অনুসৰি, বানপীড়িত অঞ্চলৰ পৰা কমেও ৩৮৪ জন পৰ্যটক সন্ধানহীন হৈ আছে। তেওঁলোকৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক। বিষয়াসকলে জনোৱা মতে, বিদেশীসকলৰ ভিতৰত ১০৫ জন ভাৰতীয় নাগৰিক আছে।

আনহাতে, ৰাছুৱা জিলাত নেপাল আৰক্ষীৰ কমেও ২৬ জন বিষয়া এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ লগতে নেপালী অৰ্ধসামৰিক বাহিনীৰ কমেও ৭জন জোৱানৰো কোনো সন্ধান পোৱা হোৱা নাই।

নদীৰ কাষৰীয়া বাসিন্দাসকলক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। মুগলিন অঞ্চলকে ধৰি ত্ৰিশূলী নদীৰ কাষৰীয়া বাসিন্দাসকলক স্থানান্তৰিত হোৱাৰ নিৰ্দেশ দিছে নেপালৰ প্ৰশাসনে। ভয়ংকৰ এই দুৰ্যোগক লৈ উদ্বিগ্ন নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহ। তেওঁ জনাইছে যে দুৰ্যোগ মোকাবিলাৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা দল, চিকিৎসকৰ দল, স্কাউট আৰু ৰেড ক্ৰছৰ কৰ্মীসকল নামি পৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ অতিৰিক্ত এম্বুলেন্স আৰু চিকিৎসাকৰ্মী প্ৰেৰণ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FloodNepal
publisher

publisher

Related Posts

তিনিচুকীয়াৰ ঔদ্যোগিক বিকাশত নতুন আশাৰ ৰেঙণি, জিএছআৰ কৰ্পোৰেট গ্ৰুপৰ বৃহৎ পৰিকল্পনা
Assam

তিনিচুকীয়াৰ ঔদ্যোগিক বিকাশত নতুন আশাৰ ৰেঙণি, জিএছআৰ কৰ্পোৰেট গ্ৰুপৰ বৃহৎ পৰিকল্পনা

August 26, 2026
ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ্চ কিকবক্সিং প্ৰতিযোগিতাত অসম দলত স্থান লাভ অসম আৰক্ষীৰ লেন্সনায়ক সোনেশ্বৰ বড়াৰ
Assam

ৰাষ্ট্ৰীয় চিনিয়ৰ আৰু মাষ্টাৰ্চ কিকবক্সিং প্ৰতিযোগিতাত অসম দলত স্থান লাভ অসম আৰক্ষীৰ লেন্সনায়ক সোনেশ্বৰ বড়াৰ

August 26, 2026
Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ
Assam

Barpeta:সাম্প্ৰতিক লোকপিয়লত চৰ চাপৰিৰ মুছলমানক মাতৃভাষা অসমীয়া লিখিবলৈ আহ্বান চৰ চাপৰি সাহিত্য পৰিষদৰ

August 26, 2026
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে
India

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ আশে পাশে থকা তিনিটা বস্তি খালী কৰিবলৈ ছয় সপ্তাহৰ সময় দিলে দিল্লী হাই ক’ৰ্টে

August 26, 2026
নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়
International

নগাঁও-হোজাইত অবৈধ শিলৰ কুৱেৰীৰ ৰমৰমীয়া ব্যৱসায়

August 26, 2026
Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Karbianglong Accident:কাৰ্বি আংলঙৰ মাঞ্জাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d