Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Wife : আপুনি বাৰু ‘WIFE’ শব্দৰ প্ৰকৃত অৰ্থ জানেনে ?

জানিবলৈ হ’লে পঢ়ক এই প্ৰতিবেদন ---

publisher by publisher
November 8, 2022
in Lifestyle
Reading Time: 1 min read
0
Wife : আপুনি বাৰু ‘WIFE’ শব্দৰ প্ৰকৃত অৰ্থ জানেনে ?
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

একে দিনাই ১৫০ যোৰা দৰা-কইনাৰ সামূহিক বিবাহ

প্রাক-বিবাহ অনুষ্ঠানত আনন্দত শূণ্যলৈ গুলী !

বিয়া ভাঙিলে মান্ধনাই! সামাজিক মাধ্যমত স্মৃতি মান্ধনাৰ বিশেষ পোষ্ট

Wife :

আপোনাক যদি স্ত্ৰীৰ প্ৰকৃত সংজ্ঞা সোধে , আপোনাৰ উত্তৰ কি হ’ব ? আমাৰ বহুতেই হয়তো স্ত্ৰীৰ প্ৰকৃত অৰ্থ নেজানে । ৱাইফ এটা ইংৰাজী শব্দ , যি স্ত্ৰী শব্দৰ লগত সংযোগ হৈ থাকে । কিন্তু ইংৰাজী ৱাইফ ৰ প্ৰকৃত অভিধানিক অৰ্থ বিষয়ে বহুতেই হয়তো নেজানে !

ADVERTISEMENT

সম্প্ৰতি স্বামী শব্দৰ অৰ্থক লৈ ছ’চিয়েল মিডিয়াত কিছু বিতৰ্ক হোৱা দেখা গৈছিল । য’ত এণ্ড্ৰা ফিটজেৰাণ্ড নামৰ আমেৰিকাৰ প্ৰভাৱশালী লোকজনে তেওঁৰ টুইটাৰ একাউণ্টত এই শব্দটোক লৈ এক বিতৰ্কৰ আৰম্ভ কৰিছিল । ইয়াত উল্লেখিত মন্তব্যৰ পৰা দেখা গৈছিল যে , এই শব্দটো অত্যন্ত ৰক্ষণশীল তথা পুৰুষতান্ত্ৰিক মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ।

এই লৈ ছ’চিয়েল মিডিয়াত না-না ধৰণৰ তৰ্ক-বিতৰ্ক হৈছিল যদিও প্ৰকৃততে স্বামী শব্দটোৰ আচল অৰ্থ কি বহুতেই বুজি পোৱা নাছিল । য’তেই স্বামী শব্দৰ প্ৰসংগ আহিব , তাত কিন্তু স্ত্ৰী বা পত্নী শব্দটো বাদ দিব নোৱাৰিব । অৰ্থাৎ ইংৰাজী শব্দ ৱাইফও সমানেই গুৰুত্বপূৰ্ণ । যিটো কাৰণে ৱাইফৰ প্ৰকৃত সংজ্ঞা জনা উচিত ।

e71cd24b 85b5 4869 8082 590b345d4a05স্ত্ৰী শব্দৰ অৰ্থ কি ? অক্সফোৰ্ড অভিধানত স্ত্ৰী শব্দৰ অৰ্থ এইবুলি উল্লেখ কৰিছে যে , বিবাহিতা নাৰীক স্ত্ৰী বুলি কোৱা হয় । সংজ্ঞা অনুসৰি ,এগৰাকী নাৰী স্বামীৰ লগত বিবাহ বিচ্ছেদ হৈছে কিন্তু আইনী প্ৰক্ৰিয়া শেষ হোৱা নাই , তেওঁকো স্ত্ৰী বুলি কোৱা হয় । যদিও প্ৰাক্তন স্ত্ৰী এই শব্দটো ডিভৰ্চৰ পিছত ব্যৱহাৰ কৰা হয় । আপুনি স্ত্ৰী শব্দৰ ইতিহাস বিচাৰিলে দেখিব যে ইয়াৰ আক্ষৰিক অৰ্থ কিন্তু বিবাহৰ লগত সম্পৰ্কিত নহয় ।

তেন্তে এই শব্দ ক’ৰ পৰা অনা হৈছে ? আচলতে স্ত্ৰী শব্দটো জাৰ্মান ভাষাৰ পৰা অনা হৈছে । যিটো প্ৰোটো-জাৰ্মানিক ( আধুনিক জাৰ্মানৰ আগত কথিত তথা ইন্দো-ইউৰোপীয় ভাষাৰ মাজৰ এটা ভাষা ) ভাষাৰ Wibam শব্দৰ পৰা আহিছে । যাৰ অৰ্থ মহিলা । পিছত আধুনিক জাৰ্মান শব্দ Weib লগত মিহলি হৈ পৰে , যাৰ অৰ্থ নাৰী বা মহিলা । অৰ্থাৎ এই শব্দটো বিবাহৰ লগত সম্পৰ্কিত নহয় অথবা স্বামীৰ সৈতেও সম্পৰ্কিত নহয় । কিন্তু পিছলৈ এই শব্দটো এনেধৰণে ব্যৱহাৰ হয় যে , বিবাহৰ লগত সংযোগ হৈ পৰি ইংৰাজী ভাষাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MarriageWife
publisher

publisher

Related Posts

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d