Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

AISHWARYA RAI BACHCHAN :‘’ আজিৰ বিনোদন ’’ বচ্চন পৰিয়ালৰ ওপৰত কলীয়া ডাৱৰ

বিনিদ্ৰ ৰজনী পাৰ কৰিছে পুত্ৰবধু ঐশ্বৰ্য্য ৰায়ে

publisher by publisher
October 15, 2022
in India, Environment
Reading Time: 1 min read
0
AISHWARYA RAI BACHCHAN :‘’ আজিৰ বিনোদন ’’  বচ্চন পৰিয়ালৰ ওপৰত কলীয়া ডাৱৰ
2
SHARES
16
VIEWS
ShareShareShareShare

AISHWARYA RAI BACHCHAN : বলীউদ গ্লেমাৰ ৱৰ্ল্ডত তাৰকাৰ অভিনয় দক্ষতাৰ লগতে ব্যক্তিগত জীৱনত লৈও নেটিজেনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হয় কলা-কুশলী সকল । বিশেষকৈ তাৰকাৰ বিভিন্ন ফেশ্বন ফটো-ভিডিঅ’ তথা তেওঁলোকৰ পৰিয়ালৰ না-না মুখৰোচক কাহিনী লৈ ছ’চিয়েল মিডিয়াত মাজে-সময়ে বিভিন্ন কাহিনী প্ৰকাশ হোৱা দেখা যায় । আচলতে নেটিজেনে বলীউদ তাৰকাসকলৰ কোনো কথাই এৰি নিদিয়ে ।

ADVERTISEMENT

বিশেষকৈ এই বলীউদ জগতৰ মহানায়ক অমিতাভ বচ্চন হৈছে এনে এটা ব্ৰেণ্ড যে, যি তিনিটা যুগৰ ডন, যাক চুই পোৱাটো ‘মুশকিল হ্যায় নেহি , না মুমকিন হ্যায় ।‘
সম্প্ৰতি এই মহানায়কজনৰ এনে এটা খবৰ বিয়পি পৰিছে যে , যাক লৈ হতবাক হৈছে সমগ্ৰ নেট জগত । আমি সকলোৱে জানো, অমিতাভ বচ্চনে নিজৰ অভিনয় কেৰিয়াৰত একাধিক হিট ছবি উপহাৰ দিছে । সমগ্ৰ দেশবাসীৰ হৃদয় জয় কৰা বচ্চনে বৰ্তমান এক বিলাসবহুল জীৱন-যাপন কৰি আছে । অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ দুটি সন্তান আছে শ্বেতা বচ্চন আৰু অভিষেক বচ্চন । অভিষেক বচ্চনে বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্য্য ৰায়ক বিবাহ কৰাইছে । বিগত সময়ত শহুৰেক অমিতাভ বচ্চনৰ লগত পুত্ৰবধু ঐশ্বৰ্য্য ৰায় বচ্চনৰ সম্পৰ্ক সম্পৰ্কে ব্যাপক চৰ্চা হৈছিল ইণ্টাৰনেট পৃথিৱীত ।

RelatedPosts

ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ তাৰকা দম্পতী

Aishwarya Rai Bachchan has suddenly dropped her title ‘Bachchan’ from her name: নিজৰ নামৰ পৰা হঠাৎ ‘বচ্চন’ উপাধি বাদ ঐশ্বৰ্যৰ !

Celebrity Fitness Trainer Vinod Channa:মুকেশ- নীতাৰ তনয় অনন্ত আম্বানীৰ ১০৮ কেজি ওজন কমোৱা বিখ্যাত ফিটনেছজন

এইবাৰ আকৌ ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য্য ৰায়ৰ অন্য এক খবৰে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে । সম্প্ৰতি ঐশ্বৰ্য্যক আৰক্ষীয়ে মাতি পঠাইছিল । ইণ্টাৰনেট জগতত ওলোৱা খবৰ অনুসৰি আৰক্ষীয়ে মাতি পঠোৱাত এতিয়া নিদ্ৰাহীন হৈ পৰিছে ঐশ্বৰ্য্য । অৱশ্যে ঐশ্বৰ্য্যক মাতি পঠোৱাৰ কাৰণ আছিল , ঐশ্বৰ্য্যৰ বিদেশত থকা সম্পত্তিৰ হিচাপ ল’বলৈহে এনেদৰে মাতি পঠাইছিল অভিনেত্ৰীগৰাকীক । যিহেতু এখন বিদেশৰ মেগাজিনত প্ৰকাশিত খবৰ অনুযায়ী অভিনেত্ৰীগৰাকীৰ বিদেশত আছে বিপুল সা-সম্পত্তি । সেই সূত্ৰেই অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে সম্পত্তিৰ হিচাপ ল’বলৈ মাতি পঠাইছিল। এনেকৈ বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য্যক আৰক্ষীয়ে মাতি পঠোৱাক লৈ এতিয়া ব্যাপক আলোচনা হৈছে ইণ্টাৰনেটত

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aishwarya Rai BachchanAmitabh Bachcan
publisher

publisher

Related Posts

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

April 23, 2026
বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য
News

জেইইত ৯৯ শতাংশ নম্বৰ লাভৰ পাছতো আইআইটিত পছন্দৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ নাই

পহলগাম আক্ৰমণৰ বৰ্ষপূৰ্তিত পাকিস্তানক কঠোৰ সতৰ্কবাণী ৰাজনাথ সিঙৰ 

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d