Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

AADHAAR Card : আধাৰ কাৰ্ডৰ স’তে পেন কাৰ্ড সংযুক্ত নকৰিলে নতুন বছৰত নিষ্ক্ৰিয় হ’ব পাৰে আপোনাৰ পেন কাৰ্ড

publisher by publisher
November 22, 2022
in India, News, Tech
Reading Time: 2 mins read
0
AADHAAR Card : আধাৰ কাৰ্ডৰ স’তে পেন কাৰ্ড সংযুক্ত নকৰিলে নতুন বছৰত নিষ্ক্ৰিয় হ’ব পাৰে আপোনাৰ পেন কাৰ্ড
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

ছয় মাহতে ২.৫ কোটি মৃত ব্যক্তিৰ আধাৰ নিষ্ক্ৰিয়: কেন্দ্ৰৰ বৃহৎ অভিযান

পেন কাৰ্ডৰ ব্যৱহাৰত সতর্ক হওক, নহ’লে ভৰিব লাগিব জৰিমনা

আধাৰ-ভোটাৰ কার্ডকো পৰিচয়পত্ৰৰূপে গ্ৰহণৰ পৰামৰ্শ শীর্ষ ন্যায়ালয়ৰ

AADHAAR Card :

বৰ্তমানেও পেন-আধাৰ সংযোগ কৰা নাই নেকি ? নতুন বছৰত নিষ্ক্রিয় হ’ব পাৰে আপোনাৰ পেন কার্ড (PAN Card) । এই সকীয়নি দিলে চেন্ট্রেল বোর্ড অৱ ডিৰেক্ট টেক্সে (CBDT) ।

আয়কৰ দপ্তৰৰ তৰফৰ পৰা টুইট কৰি জনোৱা হৈছে, পেন-আধাৰ সংযুক্তিকৰণৰ অন্তিম তাৰিখ ২০২৩-ৰ ৩১ মার্চ । ইয়াৰ ভিতৰত সংযুক্তিকৰণ নহ’লে পেন কার্ড অচল হৈ পৰিব । সেয়ে পলম নকৰাকৈ দ্রুত পেন-আধাৰ (Aadhar Card) সংলগ্ন কৰক ।

ADVERTISEMENT

উল্লেখ্য, ২০২২ৰ ৩১ মার্চৰ ভিতৰত পেন-আধাৰ সংযুক্তিকৰণৰ অন্তিম দিন আছিল । এই সময়সীমাৰ ভিতৰত যিসকলে সংযোগ কৰা নাই তেওঁলোকে এহেজাৰ টকা জৰিমনা দিব লগা হৈছে । অৱশ্যে তেওঁলোকৰ পেনকার্ড নিষ্ক্রিয় হোৱা নাই । কিন্তু অহা মার্চৰ পাছত অচল হৈ পৰিব পেনকাৰ্ডসমূহ ।

ইতিপূর্বে একাধিকবাৰ পেন-আধাৰ সংযোগৰ সময়সীমা বৃদ্ধি কৰিছিল আয়কৰ বিভাগে । কিন্তু এইবাৰ সেই ম্যাদ বৃদ্ধি কৰা হোৱা নাই । অহা পাঁচ মাহৰ ভিতৰত এই দুই গুৰুত্বপূর্ণ নথি সংযুক্ত নকৰিলে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আয়কৰ বিভাগে।

কেনেদৰে পেনকার্ডৰ স’তে আধাৰ নম্বৰ সংযুক্ত কৰিব ?

আয়কৰ বিভাগৰ ৱেবছাইটত লগইন কৰক ।
ৱেবছাইটৰ কুইক লিংক অপছনত ক্লিক কৰক আৰু লিংক আধাৰ অপছনত ক্লিক কৰক ।
নতুন উইণ্ড’ খুলিব ।
তাত আধাৰ নম্বৰ, পেন নম্বৰ আৰু মোবাইল নম্বৰ দিব লাগিব ।
‘আই ভেলিডেট মাই আধাৰ ডিটেলছ’-নামে এটা অপছন খুলিব ।
মোবাইলত অ’টিপি আহিব । সেই অ’টিপি দি ভেলিডেট অপছন ক্লিক কৰক ।
জৰিমনা দিব লাগিব এহেজাৰ টকা । তাৰ পাছতেই লিংক হৈ যাব আপোনাৰ পেন আৰু আধাৰ কার্ড ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aadhaar CardCBDTlinkPAN Card
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d