Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pathshala:চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা

কলা শাখাত আনন্দৰাম বৰুৱা একাডেমিৰ -৩, কৃষ্ণকান্ত সন্দিকৈৰ -১

publisher by publisher
June 6, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Pathshala:চাৰিটা স্থান দখলেৰে পুনৰ উজলিল শিক্ষানগৰী পাঠশালা
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Ramanujan Secondary School HS Result:উ:মা: চুড়ান্ত পৰীক্ষাত শীৰ্ষত নগাঁও

Assam HS Results:উ:মা:বাণিজ্য শাখাৰ শীৰ্ষত উজ্জ্বলি উঠিল দুগৰাকীকৈ কৃৰ্তী শিক্ষার্থী

HS Results Arts Stream :উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা, কলা শাখাৰ শীৰ্ষ দহজন শিক্ষাৰ্থী

Pathshala:

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত পাঠশালাস্থিত আনন্দৰাম বৰুনা একাডেমিৰ পৰা তিনিগৰাকী শিক্ষাৰ্থীৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ এগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি বজালীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

 উল্লেখ্য যে প্ৰতিবছৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সক্ষম হোৱা আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ তিনিগৰাকী ছাত্ৰী ক্ৰমে প্ৰতীক্ষা ভূঞা আৰু দৃষ্টি এন জি বৰ্মনে অষ্টম আৰু কাব্যশ্ৰী দাসে নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

পাঠশালাৰ প্ৰগতি নগৰ নিৱাসী তথা টিহু মহাবিদ্যালয়ৰ গণিত বিষয়ৰ আধ্যাপক ৰমা কান্ত ভূঞা আৰু মধ্য বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কবিতা তালুকদাৰৰ কন্যা প্ৰতীক্ষা ভূঞাই ইংৰাজীত ৯৪ অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৬, অৰ্থনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিভাগত ৯৭ আৰু গণিতত ৮৬ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷

পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় নাৰাখি পঢ়া শুনা কৰা প্ৰতীক্ষাই আজৰি সময়ত গান শুনি আৰু কিতাপ পঢ়ি ভাল পায়৷ ভৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি এগৰাকী ভাল প্ৰশাসনিক বিষয়া হোৱাৰ হেপাহ পুহি ৰাখিছে ৷

আনহাতে শিক্ষানুষ্ঠানখনৰ আন এগৰাকী ছাত্ৰী পাঠশালাৰ মুগুৰীয়া নিৱাসী লেবৰেটৰী টেকনিচিয়ান নৱজিৎ বৰ্মন আৰু গৃহিনী গীতিকা বৰ্মণৰ কন্যা দৃষ্টি এন জি বৰ্মনে ইংৰাজীত ৮৮, অসমীয়াত ৯৪, ৰাজনীতি বিজ্ঞানত ৯৭, শিক্ষাত ৯৯, নৃতত্ব বিভাগত ৯৮ আৰু তৰ্ক বিজ্ঞানত ১০০ নম্বৰৰে মুঠ ৪৭৯ নম্বৰ লাভ কৰে ৷

দৈনিক দহঘণ্টাকৈ পঢ়া শুনা কৰা দৃষ্টিয়ে ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মনেৰে বৰ্তমান কটন বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰম পঢ়িব৷ আজৰি সময়ত ৰূপসজ্জা কৰি, অভিনয়-নৃত্য কৰি তথা আবৃত্তি কৰি ভাল পোৱা দৃষ্টিয়ে তৰ্কশাস্ত্ৰত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ৷

শিক্ষানুষ্ঠানখনৰ আন এগৰাকী শিক্ষাৰ্থী তথা শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰদীপ কুমাৰ দাস আৰু বিষয় শিক্ষয়িত্ৰী গীতা চৌধুৰীৰ কন্যা কাব্যশ্ৰী দাসে কলা শাখাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

কাব্যশ্ৰীয়ে ইংৰাজীত ৯৩, বিকল্প ইংৰাজীত ৯৬, ৰাজনীতি বিজ্ঞানত ৯৮, নৃতত্ব বিজ্ঞানত ৯৬, বুৰঞ্জীত ৯৪ আৰু ভূগোল বিজ্ঞানত ৯২ সহ মুঠ ৪৭৭ নম্বৰ লাভ কৰে৷ দিল্লী, তেজপুৰ নাইবা হাইদৰাবাদত অধ্যয়ন কৰি ভৱিষ্যতে বুৰঞ্জী নাইবা ইংৰাজী বিষয়ৰ অধ্যাপক হোৱাৰ আশা মনত পুহি ৰখা কাব্যশ্ৰীয়ে পঢ়াৰ বাবে কোনো নিৰ্ধাৰিত সময় ৰখা নাছিল ৷

আজৰি সময়ত কিতাপ পঢ়ি আৰু গান শুনি, বিশেষকৈ টেইলৰ চুইফটৰ গান শুনি ভাল পায় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আনহাতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থী কস্মিতা শৰ্মাই ইংৰাজীত ৯১, অসমীয়াত ৯৭, অৰ্থনীতিত ৯৬, ভূগোল বিজ্ঞানত ১০০, তৰ্কশাস্ত্ৰত ৯৬ আৰু ৰাজনীতি বিজ্ঞানত ৮৭ নম্বৰৰে মুঠ ৪৮০ নম্বৰ লাভ কৰে৷ টিহু নিবাসী শিক্ষক দ্বিজেন্দ্ৰ শৰ্মা আৰু গৃহিণী কল্পনা ভাগৱতীৰ কন্যা কস্মিতাই পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট সময় ধৰি লোৱা নাছিল ৷

আজৰি সময়ত গান শুনি ভাল পোৱা কস্মিতাই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হবলৈ মন৷ আজিৰ এই ফলাফলৰ পিছতে দুইখন শিক্ষানুষ্ঠানে পাঠশালা নগৰত শোভাযাত্ৰা উলিয়াই আনন্দ প্ৰকাশ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aanandram Baruah AcademyAssam HS ResultPathshala
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d