Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Qatar World Cup 2022 : কাটাৰ বিশ্বকাপ প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহিয়ে ধন্যবাদ জনালে ফিফাৰ সভাপতিক :

publisher by publisher
December 10, 2022
in International, Sports
Reading Time: 2 mins read
0
Qatar World Cup 2022 : কাটাৰ বিশ্বকাপ প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহিয়ে ধন্যবাদ জনালে ফিফাৰ সভাপতিক :
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

Qatar World Cup 2022 :

কাটাৰ বিশ্বকাপ প্ৰত্যক্ষ কৰি বলীউডৰ অভিনেত্ৰী নোৰা ফাতেহিয়ে ধন্যবাদ জনালে ফিফাৰ সভাপতিক :
ফিফাৰ সভাপতি জান্নি ইনফান্তিনোক ধন্যবাদ জনাইছে বলীউডৰ নৃত্যশিল্পী তথা অভিনেত্ৰী ও মৰক্কোৰ বংশোদ্ভূত নোৰা ফাতেহিয়ে ।

ADVERTISEMENT

বৃহস্পতিবাৰে নোৰাই নিজৰ চ’ছিয়েল মিডিয়াৰ একাউণ্টৰ যোগেদি জান্নি ইনফান্তিনোৰ লগত উঠা একপি ফটো চেয়াৰ কৰি এটা পষ্ট কৰে । পষ্টটোত জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে কয় যে , পৰ্তুগাল বনাম উৰুগুৱেৰ মাজত হোৱা খেল উপভোগৰ বাবে তেওঁক আমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰে ।

সেইবাবেহে নোৰাক ষ্টেডিয়ামত খেল উপভোগ কৰা অৱস্থাত দেখা গৈছিল । যাৰবাবে নোৰাই ফিফাৰ সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে । এইয়া হৈছে আমাৰ বিশ্বকাপ ফুটবল চোৱাৰ প্ৰথম অভিজ্ঞতা ।

ইফালে ২০১০ চনত মৰক্কো বংশোদ্ভূত ফাতেহিৰ দেশ মৰক্কোয়ে অবিশ্বাস্যভাৱে বিশ্বকাপজয়ী স্পেইনক ট্ৰাইবেকাৰক হৰুৱাইছিল । যিটো বৰ্তমানেও বিশ্বকাপ ফুটবলৰ এক বিস্ময়কৰ ঘটনা হিচপে বিবেচিত হৈ আহিছে ।

কাটাৰ বিশ্বকাপ দৰ্শন কৰি নিজৰ আনন্দ প্ৰকাশত কোনো কৃপণালি কৰা নাই অভিনেত্ৰীগৰাকীয়ে । বেলি নৃত্যৰ যোগেদি বিশ্ববাসীৰ চিনাকি হৈ পৰা নোৰা ডাঙৰ পৰ্দাৰ পৰা টিভিৰ ৰিয়েলিটিৰ শ্ব’ৰ সৰ্বত্ৰই অতি উন্নত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে , ২০২২ বৰ্ষৰ কাটাৰ বিশ্বকাপৰ মুখ্য সংগীততো নোৰাই অংশগ্ৰহণ কৰিছে । বিশেষকৈ দিন যোৱাৰ লগে লগেই নোৰাৰ অনুৰাগীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু মৰক্কোৰ জয়ৰ কাৰণে পুনৰ বেলি ডান্স দেখাৰ সুযোগ পালে অনুৰাগীয়ে ।

মঙলবাৰে স্পেইনৰ বিৰুদ্ধে হোৱা যুঁজত মৰক্কোয়ে অনবদ্য পাৰদৰ্শিতা প্ৰদৰ্শন কৰি পেনাল্টি কিকেৰে জয়ৰ সোৱাদ লাভ কৰিছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODNora FatehiQatar World Cup
publisher

publisher

Related Posts

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d