Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

    আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

    এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    ৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

    সৌদিনালৈ আয়ৰ কোনো উৎস নথকা মহিলাসকলৰ আয় এতিয়া মাহিলি এক-দুই লাখ টকা

    Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Majuli : মাজুলীৰ প্ৰাথমিক শিক্ষা খণ্ডত আজৱ কাণ্ড !

লাচন চাপৰি প্ৰাথমিক বিদ্যালয় পৰিণত হৈছে মদৰ ঘাটিত, মধ্যাহ্ন ভোজনৰ চাউলেৰে আপং বনাই ভক্ষণ কৰে শিক্ষক আৰু ৰান্ধনিয়ে

publisher by publisher
December 21, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Majuli : মাজুলীৰ প্ৰাথমিক শিক্ষা খণ্ডত আজৱ কাণ্ড !
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

Majuli:মাজুলীৰ তিনি বিজেপি নেতাক কাৰাদণ্ড-জৰিমনা আদালতৰ

Majuli :

মাজুলীৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত চলিছে আজৱ কাণ্ড । বিদ্যালয়খনত অধ্যয়নৰত এগৰাকী কণমানি ছাত্ৰই শিক্ষকৰ সন্মুখতেই সাংবাদ মাধ্যমৰ আগত অকপত স্বীকাৰ কৰিছে যে, ছাৰহতে ৰান্ধনী দুৰাকীৰ স’তে মিলি একেলগে বিদ্যালয়ত মদ খায় ৷

ADVERTISEMENT

মাজুলীৰ লাচন চাপৰি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা । মধ্যাহ্ন ভোজনৰ চাউল অপ-ব্যৱহাৰ কৰি আপং তৈয়াৰ কৰি শিক্ষক আৰু ৰান্ধনীয়ে মিলি ভোগ কৰি নিচাত মচগুল হয় বিদ্যালয়তে ৷

ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ পৰিৱৰ্তে মদ খাই সময় অতিবাহিত কৰে । বিদ্যালয় নহয় যেন বিনোদনৰ এক স্থান হিচাপে প্ৰধান শিক্ষক মিন্টু সন্দিকৈ আৰু সহ শিক্ষক গৰাকীয়ে গন্য কৰে ৷ যিটো সঁচাকৈয়ে শৈক্ষিক জগতখনৰ বাবে দুৰ্ভাগ্যজনক ঘটনা ৷

যি সময়ত চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ শিশুসকলৰ শৈক্ষিক পৰিৱেশ সুন্দৰকৈ গঢ়ি, মূল্যবোধৰ শিক্ষাৰে দেশৰ এজন সুযোগ্য নাগৰিক হিচাপে গঢ়িবলৈ নামভৰ্তিকে আদি কৰি শিক্ষাৰ সকলো সামগ্ৰী বিনামুলীয়াকৈ দিয়াৰ উপৰি দুপৰীয়াৰ ভাত কেইটাও বিদ্যালয়তে যোগাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত মাজুলীৰ অতি ভিতৰুৱা লাচন চাপৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল ব্যৱহাৰ কৰি এইদৰে বিদ্যালয়তে মদ বনোৱা ৰান্ধনী কেইগৰাকী আৰু বিদ্যালয়খনৰ শিক্ষক দুজনক তৎকালীনভাৱে বৰ্খাস্ত কৰিবলৈ সচেতন মহলে শিক্ষা বিভাগক দাবী জনাইছে ।

প্ৰতিদিনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নুখুৱাই মধ্যাহ্ন ভোজন । এই অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ সচেতন অভিভাৱকে ৷

ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাউলৰে বিদ্যালয়ত তৈয়াৰ কৰা সুৰা, শিক্ষক দুজন আৰু ৰান্ধনীয়ে খোৱাৰ লগতে বিক্ৰী কৰে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে ।

প্ৰকৃততে এই বিদ্যালয়খনৰ শিক্ষক দুজন আৰু ৰান্ধনী মদৰ বেপাৰীহে বুলি ইতিকিংসূচক মন্তব্য প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, কণ কণ শিশুৰ মুখৰ ভাত কাঢ়ি মদ বনাই খোৱা শিক্ষক আৰু ৰান্ধনীৰ এই কুকৰ্মসমূহ বিদ্যালয়ৰ চিআৰচিচি গৰাকীৰ চকুত আজি পৰ্যন্ত নপৰাতো ৰহস্যজনক বিষয় বুলি বিভিন্নজনে মন্তব্য কৰি চিআৰচিচি গৰাকীৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

কণ-কণ শিশুসকলক মদ খোৱাৰ শিক্ষা দিয়া, ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শিক্ষকে মদ খোৱা এই প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক দুজনৰ ওপৰত শিক্ষা বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া সচেতন অভিভাৱকসকলৰ বাবে লক্ষ্যণীয় বিষয় ৷

সচেতন মহলে এই শিক্ষক দুজনৰ লগতে ৰান্ধনী দুগৰাকীক তৎকালে তদন্ত কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আৰু চিআৰচিচি গৰাকীকো পদচ্যুৎ কৰিবলৈ দাবী জনাইছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: liquorMAJULIStudentTeacher
publisher

publisher

Related Posts

Nagaon Bye Election Property of the candidate:নগাঁও লোকসভাৰ উপ- নিৰ্বাচনত অৱতীৰ্ণ তিনি হাই প্ৰফাইল প্ৰাৰ্থীৰ সম্পত্তি কিমান ?
Assam

September 17, 2026
জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়
Assam

জুবিনবিহীন এটা বছৰ, আজিও শূন্য অসমবাসীৰ হৃদয়

September 17, 2026
Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট
Assam

Zubeen Studio:জুবিন দিৱসৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ জোনালী ষ্টুডিঅ’ত উপস্থিত বলীউডৰ সংগীত শিল্পী ছেলিম মার্চেন্ট

September 17, 2026
আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী
India

আত্মনিৰ্ভৰ আৰু বিকশিত ভাৰত গঢ়াই লক্ষ্য, ‘ছেমিকন ইণ্ডিয়া ২০২৬’ৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদী

September 17, 2026
এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ
India

এতিয়াৰে পৰা ঔষধৰ দোকানতো বাধ্যতামূলক হ’ব CCTV? কেন্দ্ৰৰ নতুন প্ৰস্তাৱ

September 17, 2026
৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!
International

৭৯ বছৰৰ পাছত ইতিহাসৰ পুনৰাবৃত্তি!

September 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d