Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

publisher by publisher
December 31, 2022
in News, Tech
Reading Time: 2 mins read
0
Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত ২০২৪-২৫ ত মাধ্যমিক পর্যায়ত বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য হ্রাস

প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট

Smart Phone :

পুৱা চাৰ্জ দিয়াৰ পাছত বহুতৰে ফোনৰ চাৰ্জ সোনকালেই শেষ হৈ যোৱা দেখা যায় । ফোনটো পুৰণা হ’লেতো কথাই নাই , বেটাৰীৰ কাৰ্যকাৰীতা কমাতো স্বাভাৱিক । আচলতে বহুকে’টা কাৰণত ফোনৰ বেটাৰী সোনকালে শেষ হয় ।

ADVERTISEMENT

১/ পৰ্দাৰ উজ্জ্বলতা বৃদ্ধি :– স্মাৰ্টফোনত ভিডিঅ’ , চিনেমা চোৱাৰ সময়ত বহুতেই পৰ্দাৰ উজ্জ্বলতা বঢ়াই লোৱা দেখা যায় । কিন্তু আমি জনা উচিত যে পৰ্দাৰ উজ্জ্বলতা বৃদ্ধি কৰিলে বেটাৰীও বেছি খৰচ হয় । তেনেক্ষেত্ৰত ফোনৰ উজ্জ্বলতা হ্ৰাস কৰি চালে ফোনৰ চাৰ্জো বহু দেৰিলৈকে থাকে ।

২/ নেটৱৰ্ক :- স্মাৰ্টফোনত ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত ৱাই-ফাই বা ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰা হয় । এই নেটৱৰ্ক ব্যৱহাৰ কৰিলেও ম’বাইলৰ বেটাৰী বেছি খৰচ হয় । কাৰণ ম’বাইল নেটৱৰ্কৰ সমস্যা হ’লে স্মাৰ্টফোনটো টাৱাৰৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰি থাকে । ফলত বেটাৰী খৰচৰ পৰিমাণো বৃদ্ধি পায় ।

৩/ জিপিএছ ব্যৱহাৰ কৰা :–স্মাৰ্টফোনত জিপিএছ বা লোকেশ্বনৰ সুবিধা আৰম্ভ কৰিলে ফোনৰ বেটাৰী দ্ৰুত গতিত কমি। আহে । ইয়াৰ ফলত বহুসময়ত ফোনটো গৰম হৈ পৰাও দেখা যায় । সেইয়েহে প্ৰয়োজন নহ’লে ফোনৰ জিপিএছ বন্ধ ৰখাই ভাল ।

৪/ বেকগ্ৰাউণ্ড এপ :– ব্যৱহাৰ নকৰিলেও ব্যৱহাৰকাৰীক ইন্টাৰনেট ব্যৱহাৰৰ ইতিহাস সংগ্ৰহৰ কাৰণে কিছুমান এপ স্মাৰ্টফোনত সকলো সময়তে এক্টিভ হৈ থাকে । এইবোৰ এপ বন্ধ কৰিব নোৱাৰে । ফলত বেটাৰীৰ খৰচ হৈ থাকে ।

৫/ নিম্নমানৰ চাৰ্জাৰ :– নিম্নমানৰ চাৰ্জাৰ ব্যৱহাৰ কৰিলেও বেটাৰীৰ কাৰ্যকাৰীতা লাহে-লাহে কমি আহে । কেতিয়াবা এই নিম্নমানৰ চাৰ্জাৰৰ কাৰণে আপোনাৰ স্মাৰ্টফোনটো নষ্টও হৈ যাব পাৰে । এনে চাৰ্জাৰত ফোন চাৰ্জ দিলেও বেছি সময় চাৰ্জ নাথাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChargerInternetSmart Phone
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d