Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

এটা খনিজ দ্রব্যতে লুকাই আছে সকলো উত্তৰ

আপুনি খিংখিঙীয়া হৈছে নেকি? মনো যিকোনো সময়তে বেয়া হৈ থাকে নেকি?

publisher by publisher
July 21, 2025
in Lifestyle
Reading Time: 1 min read
0
এটা খনিজ দ্রব্যতে লুকাই আছে সকলো উত্তৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Angry : সামান্য কথাতে অত্যধিক খং উঠে ? হব পাৰে বিপদ … পঢ়ক এই প্ৰতিবেদন

খং নিয়ন্ত্রণ কৰিবলৈ কেনে খাদ্য খাব ?

Annoying :✒️পুৱা শুই উঠাৰ পাছতে অকাৰণতে খং উঠে নেকি? গা-মন সকলো সময়তে বেয়া লাগি থাকে নেকি বা আপুনি খিংখিঙীয়া হৈছে নেকি? সম্ভৱতঃ আগতে আপুনি এনে নেতিবাচক কাৰক অনুভৱ কৰা নাছিল।

ADVERTISEMENT

আপোনাৰ এনে পৰিৱৰ্তনৰ মাথোঁ এটাই কাৰক আছে। সেয়া হ’ল আপোনাৰ শৰীৰত মেগনেচিয়ামৰ অভাৱ ঘটিছে। শৰীৰত বিভিন্ন খনিজ পদার্থই বিভিন্ন কার্য সম্পাদন কৰে। এনে এবিধ খনিজ পদার্থ হ’ল মেগনেচিয়াম।

মেগনেচিয়ামৰ অভাৱত গা-মন ভাগৰুৱা হৈ পৰে। দিনটোৰ অধিকাংশ সময়তে মন বেয়া লাগি থাকিব পাৰে। ‘পাবমেড’ত প্রকাশিত শেহতীয়া এক গৱেষণাপত্র অনুসৰি, শৰীৰত মেগনেচিয়ামে বিশেষ ভূমিকা পালন কৰে।

এই খনিজ পদার্থই ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাৰ লগতে হৃদযন্ত্রও সুস্থ-সবল কৰি ৰাখে। শৰীৰত প্ৰয়োজনীয় পৰিমাণত মেগনেচিয়াম থাকিলে হার্টফেইলৰ সম্ভাৱনা হ্রাস পায়। আনকি মেগনেচিয়ামে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণো নিয়ন্ত্ৰণত ৰাখে।

মহিলাসকলৰ ক্ষেত্ৰত ঋতুচক্র স্বাভাৱিক ৰখাটো মেগনেচিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অর্থাৎ কেলচিয়ামে যিদৰে হাড় সবল কৰি ৰাখে, তেনে গুৰুত্বপূর্ণ ভূমিকা মেগনেচিয়ামে পালন কৰে।

আনকি মেগনেচিয়ামে হাড় আৰু দাঁত ভালে ৰখাতো সহায় কৰে। তদুপৰি মেগনেচিয়ামৰ অভাৱত পেশী দুর্বল হয়। শৰীৰত ভিটামিন ডি হ্রাস পোৱাৰ কাৰণো মেগনেচিয়াম হ’ব পাৰে। সেয়েহে ভিটামিন ডি ছাপ্লিমেন্টৰ স’তে চিকিৎসকে মেগনেচিয়াম গ্রহণৰো পৰামৰ্শ দিয়ে।

বিশেষজ্ঞসকলৰ মতে, মানুহে সহজে মেগনেচিয়ামযুক্ত আহাৰ গ্ৰহণ কৰিব পাৰে। তাৰ বাবে বিশেষ টকা-পইচা খৰচ কৰাৰ প্রয়োজন নাই। বিশেষজ্ঞসকলৰ মতে, প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থকা এবিধ শাক হ’ল পালেং শাক।

একাপ সিজোৱা পালেং শাকত কমেও ৭৮ মিলিগ্রাম মেগনেচিয়াম থাকে। কেতবোৰ বীজ আৰু বাদামতো মেগনেচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। উদাহৰণ স্বৰূপে একাপ মটৰত কমেও ৬০ মিলিগ্রাম মেগনেচিয়াম পোৱা যায়। একেদৰে কল, কাজু আদিতো মেগনেচিয়াম থাকে।

শৰীৰত উপযুক্ত পৰিমাণত মেগনেচিয়াম থাকিলে দেহ-মনলৈ সহজে ক্লান্তি নাহে। পেশী, হৃদযন্ত্র আদি সবল হৈ থাকে। দেহত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকিলে অকাৰণতে মনো বেয়া নালাগে। গতিকে ছডিয়াম, পটাছিয়াম, কেলচিয়ামৰ দৰে মন-শৰীৰৰ বাবে মেগনেচিয়ামো অত্যন্ত প্রয়োজন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AngryAnnoying
publisher

publisher

Related Posts

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d