Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

এটা সময়ত মিচিং যুৱ মহোৎসৱ বন্ধ কৰিছিল চৰকাৰে: পৰমানন্দ ছায়েঙ্গীয়া

publisher by publisher
February 2, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

Flying Squad Raid in dhemaji: ফ্লায়িং স্কোৱাডৰ তালাচিত ধেমাজিৰ মৰিধলত বৃহৎ পৰিমাণৰ টকা জব্দ

PM Election Rally in Gogamukh:গোগামুখত প্ৰায় এক লক্ষাধিক লোকক সম্বোধন কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ৰণডংকা

Tmpk Goldren jubilee Celebration :

‘এটা সময়ত মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত কৰাত বন্ধ ৰাখিছিল অসম চৰকাৰে। উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি লৈ পাতিব লগা হৈছিল মহোৎসৱ। সবাত্মক ৰূপত জংগী হৈ পৰিছিল মিচিং সমাজ । সেই সময়ত যুৱ সমাজক বিপদে পৰিচালিত কৰিব বিচাৰিছিল বহু ধৰনে।

ADVERTISEMENT

তৎস্বৰ্তেও সশস্ত্ৰ পন্থাৰ পৰা বহু আঁতৰত মিচিং যুৱ সমাজ। সশস্ত্ৰ বিদ্ৰোহ পৰিহাৰ আৰু শিক্ষা-সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা লোক একত্ৰিত হৈ বিশ্ব দৰবাৰত মিচিং জনগোষ্ঠীক প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য বুলি উল্লেখ মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ছায়েঙ্গীয়াই ।

উল্লেখ্য, অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ  ধেমাজি জিলাৰ গোগামুখৰ চুমনিত যৌথভাৱে আজিৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷

আজিৰ পৰা ৫  ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগা সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱলৈ আজি দূৰ-দূৰণিৰ সকলোবোৰ শিল্পী আৰু টি এম পি কেৰ প্ৰতিনিধি সকল অনুষ্ঠানস্থলীত আহি উপস্থিত হৈছে ৷

যুৱ মহোৎৱৰ বিভিন্ন সাংস্কৃতিক আৰু পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৬০০০ শিল্পী আৰু ৬০০০ টি এম পি কেৰ প্ৰতিনিধি অনুষ্ঠান স্থলীত উপস্থিত হোৱাৰ বিপৰীতে ২০০০ টি এম পি কেৰ স্বেচ্ছাসেৱকে অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ দিনে-নিশাই সেৱা আগবঢ়াই আছে ৷

শিল্পী,  টি এম পি কেৰ প্ৰতিনিধি, স্বেচ্ছাসেৱক আৰু অনুষ্ঠানস্থলীৰ জন সমাগমে সমগ্ৰ গোগামুখ মুখৰিত কৰি তুলিছে ৷ অনুষ্ঠান দুটাৰ  কাৰ্যসূচী অনুযায়ী আজি প্ৰথম দিনা পুৱা ১১ বজাত মূল আদৰণি তোৰণ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷

১১-১০ বজাত দঃঞি-পঃল’ গাংগৃং উদ্বোধন কৰে দঃঞি-পঃল’ য়েলাম কেবাঙৰ সভাপতি ড° বিদ্যেশ্বৰ দলে ৷ ১১-২৫ বজাত মৃৰং ঘৰ চাংগত বা উঠা শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ মৃৰং ঘৰ উদ্বোধন কৰি তেওঁ কয়- টি এম পি কে আৰু মিচিং যুৱ মহোৎসৱে এখন সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা নিৰ্মাণৰ বাবে ইতিমধ্যে লক্ষ্য স্থিৰ কৰি লৈছে ৷

যি সকল টি এম পি কে আৰু যুৱ মহোৎসৱ অংশগ্ৰহণ কৰিবলগা শিল্পী সকলে এই অনুষ্ঠানৰ সমাজক নতুন বাৰ্তা দিব ৷ হত্যা-হিংসা, কু-সংস্কাৰ  বৰ্জিত পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মিচিং সমাজত সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে ৷ এই সাংস্কৃতিত আমি কৃষি, ক্ৰীড়া,  হস্ততাঁত বয়নশিল্প, মীন পালন, পশুপালন আদিকো সামৰি লৈছোঁ ৷ আমি কৰ্মসংস্কৃতি সৃষ্টি কৰিলেহে সংস্কৃতিবান হ’ব পাৰিম বুলি তেওঁ দোহাৰে ৷

ইয়াৰ পাছতে আদী উকুম বা ঘৰ উদ্বোধন কৰে আদী-মিচিং বাঃনৗ কৗবাঙৰ সচিৱ প্ৰধান অকম য়চুঙে ৷ গাল’ উকুম উদ্বোধন কৰে গাল’-মিচিং সমন্বয়ক সমিতিৰ সভাপতি কেনয়ম দাবিয়ে ৷ মিচিং উকুম চাংগত কৰে মিচিং বানে  কেবাঙৰ সচিৱ ৰাজু মেদকে ৷ বয়নশিল্পৰ দ্বাৰ মুকলি কৰে পৰম্পৰাগত থলুৱা সুতাৰ বিশেষজ্ঞ অনুৰাধা কুলিয়ে ৷

১১-৪০ বজাত শিল্পী গাঁৱৰ দ্বাৰ মুকলি কৰে সোণালী জয়ন্তী আৰু যুৱ মহোৎসৱৰ কাৰ্যকৰী সভাপতি মোহন গগৈয়ে ৷ কৃষি মেলাৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ উপায়ুক্ত আছিম কুমাৰ ভট্টাচাৰ্যই।  তানি ৰেঙাম আলোচনা সত্ৰৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঁঞাই ৷

সন্ধিয়ালৈ বন্তি প্ৰজ্বলন,  আদৰণি ভাষণ আৰু পৰম্পৰাগত সংগীত বাদনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ উল্লেখনীয় যে গোগামুখ চুমনিৰ প্ৰায় ৪০০ বিঘা ভূমিত টি এম পি কেৰ সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে ৷  অনুষ্ঠান দুটাৰ সকলোবোৰ নিৰ্মাণ কাৰ্য বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ বিপৰীতে প্লাষ্টিক বৰ্জিত পৰিৱেশ তৈয়াৰ কৰিছে ৷

আজি আৰম্ভণি দিনা টি এম পি কেৰ শৃংখলাবদ্ধৰে প্ৰতিনিধিত্ব কৰা পৰিৱেশক উচ্চ প্ৰশংসা কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dhemajigogamukhjubilee CelebrationTmpk Goldren
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d