Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

PM Election Rally in Gogamukh:গোগামুখত প্ৰায় এক লক্ষাধিক লোকক সম্বোধন কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ৰণডংকা

অসমত কংগ্ৰেছৰ পৰাজয়ৰ হেটট্ৰিক হ'ব:প্রধানমন্ত্রী মোদী

publisher by publisher
April 1, 2026
in News
Reading Time: 1 min read
0
PM Election Rally in Gogamukh:গোগামুখত প্ৰায় এক লক্ষাধিক লোকক সম্বোধন কৰি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ৰণডংকা
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

PM Care Fund:পিএম কেয়াৰ পুঁজিত অব্যৱহৃত ৮,৪৫২ কোটি

PM Narenda Modi:পহলগাম নৰসংহাৰৰ এবছৰ সম্পূৰ্ণ হোৱাত পহলগাম আক্ৰমণৰ নিহতলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

HPCL Refinery Fire Accident: প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰাৰ পূৰ্বেই জ্বলি ভস্মীভূত ৰাজস্থানৰ এইচ পি চি এল তেল শোধনাগাৰ

PM Election Rally in Gogamukh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযান অন্ত পৰিব ৭ মাৰ্চ ৷ক্ৰমাৎ ডিব্ৰুগড়ৰ নিৰ্বাচনী জ্বৰৰ উত্তাপ বৃদ্ধি পাইছে ইতিমধ্যে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ সভাত অংশ ল’বৰ বাবে আগমন ঘটিছে ৰথী- মহাৰথীৰ ৷ শাসকীয় বিজেপিৰ মিত্ৰজোঁটৰ সমান্তৰালভাৱে কংগ্ৰেছ মিত্ৰজোঁটৰ হাই প্ৰফাইল তাৰকা প্ৰচাৰকৰ আগমণ হৈছে অসমলৈ ৷

ADVERTISEMENT

বিজেপিৰ প্ৰচাৰাভিযানত নতুন মাত্ৰা প্ৰদানৰ উদ্দেশ্যৰে মঙলবাৰে বায়ু সেনাৰ বিশেষ বিমানেৰে ডিব্ৰুগড়ত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোহাৰী চাহ বাগিচাৰ ৰিৰ্জটত নিশাটো কটাই আজি পুৱাভাগত বাগিচাৰ খনৰ মহিলা চাহ শ্ৰমিকৰ এক মনবিনিময় অনুষ্ঠানতে অংশ লোৱাৰ লগতে কেঁচা পাতো চিঙে ৷ ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকী বায়ু সেনাৰ হেলিকপ্টাৰে উত্তৰ অসমত বিশাল প্ৰচাৰ সভাত অংশ ল’বৰ বাবে উৰা মাৰে ধেমাজীলৈ ৷

ধেমাজীৰ গোগামুখত অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ঃ ডা:ৰণোজ পেগু সহ বহু কেই গৰাকী নেতাই উস্ম আদৰণি জনাই ৷ ইয়াৰ পিছতে বিশাল সভাত উপস্থিত হোৱাৰ লগেলগে বিপুল হৰ্ষোল্লাসৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাই প্ৰায় এক লক্ষাধিক জনতাই ৷

বিশাল সভা খনিত ভাষণ প্ৰদানৰ আৰম্ভণিতে অসমীয়াতে অসমবাসীক আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে l কংগ্ৰেছক তীব্র কটাক্ষ কৰি প্রধানমন্ত্রীয়ে কয়, অসমত কংগ্ৰেছৰ পৰাজয়ৰ হেটট্ৰিক হ’ব | কংগ্ৰেছৰ তথাকথিত ৰাজকুমাৰৰ পৰাজয়ৰ শতক হ’ব৷ ইয়াৰ বিপৰীতে আপোনালোকৰ আশীৰ্বাদত মই প্রধানমন্ত্রী হিচাপে হেটট্ৰিক কৰিলো৷ গোগামুখৰ এই খেলপথাৰ খনলৈ মই তিনিবাৰ আহিলো৷ আজিৰ এই বৃহৎ জনতাই প্রমাণ কৰে অসমত বিজেপি চৰকাৰৰ হেটট্ৰিক হ’ব ৷

কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,কংগ্ৰেছৰ কাৰ্যকালত বন্দুক-বোমাৰ শব্দত কঁপিছিল অসম৷ অসমলৈ এতিয়া শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ বন্দুক এৰি নতুন ভৱিষ্যতৰ পথেৰে আগবাঢ়িছে বিদ্রোহী বিদ্রোহী সংগঠনৰ সদস্যই ৷ এসময়ত অসম কেৱল চাহৰ বাবে পৰিচিত আছিল ৷ কিছুদিনৰ পাছত চিপছৰ বাবেও পৰিচিত হ’ব অসম ৷ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত উৎপাদিত চিপছৰ বাবেও পৰিচিত হ’ব ।

অসমক আৰু অগ্ৰগতি দিয়াৰ গেৰাণ্টী দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় ,ক্ষমতাৰ বাবে কংগ্ৰেছে অসমক ভাগ ভাগ কৰিছে। ৬০-৬৫ বছৰে কংগ্ৰেছে ব্ৰহ্মপুত্ৰত মাথোঁ তিনিখনহে দলং নিৰ্মাণ কৰিছে। বিজেপিয়ে ৫ খনকৈ দলং উপহাৰ দিলে।অসমৰ ৩ লাখ মহিলাই লাখপতি বাইদেউৰ সুবিধা লাভ কৰিছে’৪০ লাখ মহিলাক লাখপতি বনোৱাৰ সংকল্প বিজেপিৰ ৷

কংগ্ৰেছক টাৰ্গেট কৰি মোদীয়ে কয়,কংগ্রেছে নতুন খেল খেলিবলৈ আৰম্ভ কৰিছে ৷ ভোটবেংকৰ স্বাৰ্থতে ষড়যন্ত্ৰ ৰচিছিল কংগ্রেছে ৷ সাম্প্রদায়িক বিধেয়ক সংসদত আহিবলৈ নিদিলে বিজেপিয়ে ৷ সংবিধান প্রণেতাৰ পিঠিত ছুৰী মৰাৰ খেল খেলিছিল কংগ্রেছে ৷ কংগ্রেছে অবৈধ বাংলাদেশীৰ পক্ষত ঠিয় দিছে ৷ বিজেপিয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজি যাব ৷ অসমৰ ভূমি অবৈধ বাংলাদেশীক দখল কৰিবলৈ দিয়া নহ’ব । এইক্ষেত্ৰত এখন প্ৰগতিশীলকামী চৰকাৰ গঠন কৰিবৰ বাবে বিজেপিক দিছপুৰৰ মচনদত বঢাওক আৰু উন্নয়ন তৰাম্বিত কৰিবলৈ বিজেপিক ভোট দি জয়যুক্ত কৰক ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ,ধেমাজীৰ বিজেপি প্ৰাৰ্থী ডা:ৰণোজ পেগু,উত্তৰ অসমৰ সকলো কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ক্ৰমে নৱ কুমাৰ দলে,মানৱ ডেকা,ভূৱন পেগু,ঋষিৰাজ হাজৰিকা,ভূপেন বৰা,এন গগৈ সহ বহু কেই গৰাকী জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে গোগামুখৰ সভাৰ পিছতে প্ৰধানমন্ত্ৰী গৰাকী উৰা মাৰিব বিশ্বনাথ জিলাৰ বিহালীলৈ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026bjp Election RallygogamukhPM Narendra Modi
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d