Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manisha Murder Case In Tezpar :মনীষা হত্যাৰ অভিযুক্ত দেৱাশীষে সহযোগিতা আগবঢ়োৱা নাই আৰক্ষীক

পাঁচদিনলৈ তেজপুৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত

publisher by publisher
April 19, 2023
in Assam, News
Reading Time: 2 mins read
0
Manisha Murder Case In Tezpar :মনীষা হত্যাৰ অভিযুক্ত দেৱাশীষে সহযোগিতা আগবঢ়োৱা নাই আৰক্ষীক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Justice For Zubeen:যিসকলে কৈছে জুবিন গাৰ্গৰ হত্যা হোৱা নাই তেওঁলোক অসমত থাকিব নোৱাৰিব

SIT Files Complaint :বিপদত বিধায়ক অখিল গগৈ !

Dhing:ধিঙত লোমহৰ্ষক হত্যাকাণ্ড,শুই থকা অৱস্থাত পিতৃয়ে হত্যা কৰিলে পত্নী সহ দুই কন্যাক

Manisha Murder Case In Tezpar :

তেজপুৰস্থিত পঞ্জাৱ নেচনেল বেংকৰ কৰ্মচাৰী মনীষা বড়োৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ঠেলামৰাৰ দেৱাশীষ কৰে আৰক্ষীৰ তদন্তত এই পর্যন্ত সহযোগিতা আগবঢ়োৱা নাই। উল্লেখ্য যে ১৩ এপ্ৰিলৰ নিশা ঊষানগৰৰ ভাড়াঘৰত হত্যা কৰা যুৱতীগৰাকীৰ নিথৰ দেহ ১৪ এপ্ৰিলত উদ্ধাৰ কৰা হৈছিল।

ADVERTISEMENT

ঘটনা সন্দৰ্ভত মৃত মনীষাৰ পৰিয়ালে দেৱাশীষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মনীষাৰ আন এজন সহকৰ্মী তথা মনীষাৰ ভাড়াঘৰতদেৱাশীষে প্ৰৱেশ কৰাৰ সময়ত তাতে থকা ৰিচাৰ্ড দলেক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই দেবাশীষ হত্যাকাণ্ডৰে জড়িত থকাটো নিশ্চিত হয়।

উল্লেখ্য যে আজি দিনত দুই অভিযুক্ত ৰিচাৰ্ড আৰু দেৱাশীষক তেজপুৰস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে দুয়োকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ১৩ এপ্ৰিলৰ নিশাৰ পৰা পলাতক অৱস্থাত থকা দেৱাশীষক কালি শোণিতপুৰ আৰক্ষীৰ এটা দলে শ্ৰীৰামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি আজি প্ৰকাশ কৰি আৰক্ষীয়ে জনোৱা অনুসৰি দেৱাশীষক অসমৰ সীমাৰ ভিতৰতে কৰায়ত্ত কৰা হয়।

যোৱা নিশা তেজপুৰ সদৰ আৰক্ষী থানালৈ অনা হয় দেবাশীষক; কিন্তু এই পর্যন্ত ঘটনা সন্দৰ্ভত দেৱাশীষে কোনো কথাই প্ৰকাশ কৰা নাই বুলি সদৰী কৰি আৰক্ষীৰ এক শীর্ষ সূত্রই লগতে কয় যে মূল অভিযুক্ত দেৱাশীষক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু শীঘ্ৰে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।

আনহাতে, মৃত মনীষাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰিবলৈ আৰু দুদিনমান সময় লাগিব বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্রই। উল্লেখ্য যে জঘন্য হত্যাকাণ্ডটোৰ তদন্তকাৰী আৰক্ষীয়ে ডিএনএ পৰীক্ষাৰো ব্যৱস্থা কৰিছে। আজি আদালতত হাজিৰ কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থকা মূল অভিযুক্ত দেৱাশীষৰ ভাৱভংগীত কোনো ধৰণৰ অনুসূচনাৰ ছাপ দেখা নগ’ল ।

আনকি কালিৰে পৰা আৰক্ষীৰ জেৰাতো কোনো কথাই প্ৰকাশ নকৰা দেৱাশীষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়োৱা নাই। এনে অৱস্থাত আৰক্ষীয়ে দুই অভিযুক্তক পাঁচদিনৰ বাবে জিম্মাত লাভ কৰাত এই সময়ৰ ভিতৰত হত্যাকাণ্ডটোৰ সবিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ পাছতেই আনজন অভিযুক্ত বিচাৰ্ডে তেওঁৰ স’তে মনীষাৰ সম্পৰ্ক গঢ়ি উঠা আৰু দেৱাশীষে ৰিচাৰ্ডকো ঘটনাৰ নিশা আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছিল আৰু দেৱাশীষৰ স’তে মনীষাৰ প্ৰেমৰ সম্পৰ্ক থকাৰ বিষয়ে সদৰী কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ManishaMurder CaseTezpar
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d