Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

TMC supremo Mamata Banerjee says her party will not change the name : নাম সলনি নকৰে তৃণমুলে

publisher by publisher
April 19, 2023
in India, News
Reading Time: 1 min read
0
TMC supremo Mamata Banerjee says her party will not change the name : নাম সলনি নকৰে তৃণমুলে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

North Bengal Flood Situation:উত্তৰ বংগৰ দুৰ্যোগত বিপৰ্যস্ত বন্যপ্ৰাণী,গড়ৰ মৃতদেহো ভাহিছে

চাৰি বছৰত ৩৮ খন দেশ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ! ব্যয় কিমান ? সংসদত তথ্য দিলে কেন্দ্রই 

TMC supremo Mamata Banerjee says her party will not change the name :

তৃণমূল কংগ্ৰেছৰ মূৰব্বী মমতা বেনাৰ্জীয়ে কয় যে তেওঁৰ দলে নাম সলনি নকৰে। তেঁও আগ্ৰাসী সুৰত কয় যে তৃণমূল অল ইণ্ডিয়া পাৰ্টি হৈয়ে থাকিব, দলৰ নাম সলনি নহ’ব। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দাবী কৰে যে তৃণমূলে নেচনেল পাৰ্টিৰ খিতাপ হেৰুৱালেও দলটো সৰ্বভাৰতীয় আছিল, আছে আৰু থাকিব। এই প্ৰসংগত তেওঁ বিজেপিকো আক্ৰমণ কৰে।

ADVERTISEMENT

বুধবাৰে সংবাদমেলত তেওঁ জনায় যে ‘অল ইণ্ডিয়া’ শব্দটো তৃণমূলৰ লগত যিদৰে আছে তেনেদৰেই থাকিব।তৃণমূল কংগ্ৰেছ এটা জাতীয় দল আছিল, আছে আৰু হ’ব। শেহতীয়াকৈ বংগৰ শাসকীয় দলে ৰাষ্ট্ৰীয় দলৰ খিতাপ হেৰুৱাই বিৰোধীৰ ঠাট্টা-মস্কৰাৰ সন্মুখীন হোৱাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

যদি কোনো এটা দলে জাতীয় দলৰ মৰ্যাদা হেৰুৱাই পেলায় তেন্তে নাম সলনি কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। কিন্তু তৃণমূলক আক্ৰমণ কৰি বিজেপিয়ে নাম সলনি কৰিলে। বিৰোধী দলপতি সুবেন্দু অধিকাৰীকে ধৰি বহুতে এআইটিচি (অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ)ক এতিয়া ‘এবিটিচি’ (অল বেংগল তৃণমূল কংগ্ৰেছ) হোৱা বুলি আক্ৰমণ কৰে।

এইবাৰ প্ৰথমবাৰৰ বাবে মুখ মেলিলে মমতাই। ক’লে- আমি কাৰো দয়াত সৰ্বভাৰতীয় দল হোৱা নাছিলো। আমি আছিলোঁ, আৰু হৈ থাকিম সৰ্বভাৰতীয় দল। দলটোৰ নাম আছিল আৰু থাকিব অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ।

কেন্দ্ৰীয় চৰকাৰক তেওঁ ক’লে, “নিৰ্বাচন আয়োগৰ মানে আপুনি যি বিচাৰে তাকে কৰিব পাৰে নেকি?” নিয়মে কি কয়? ১০ বছৰৰ পিছত পুনৰীক্ষণ কৰক। শেষবাৰৰ বাবে ২০১৬ চনত ইয়াৰ পৰ্যালোচনা কৰা হৈছিল। সেই হিচাপে আমাৰ হাতত ২০২৬ চনলৈকে সময় থকা উচিত। অন্ততঃ ২০২৪ চনলৈকে সময় থাকিব লাগিছিল।’

অৱশ্যে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা হেৰুওৱাৰ সন্দৰ্ভত অধিসূচনাত আয়োগে কয় যে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত তৃণমূল নেচনেল পাৰ্টিৰৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হৈছিল যদিও ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল। বুধবাৰে মমতাই কয় যে বিজেপিয়ে নিৰ্বাচন আয়োগক যি বিচাৰে তাকে কৰিবলৈ দিয়ক। আমি ৰাইজৰ ওচৰলৈ গৈ ন্যায় বিচাৰিম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mamata BanerjeeTMC
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d