Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sudan Clash : সুদানত আৱদ্ধ ৩৫০০ জন ভাৰতীয়

publisher by publisher
April 28, 2023
in International, News
Reading Time: 2 mins read
0
Sudan Clash : সুদানত আৱদ্ধ ৩৫০০ জন ভাৰতীয়
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Sudan Clash :

সুদানত আৱদ্ধ হৈ আছে কমেও ৩,৫০০ ভাৰতীয় আৰু ১,০০০ ভাৰতীয় বংশোদ্ভূত লোক । আজি বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এই কথা কয়। তেওঁ আশ্বাস দিয়ে যে গৃহযুদ্ধৰ ফলত বিধ্বস্ত হোৱা সুদানৰ পৰিস্থিতি ভাৰত চৰকাৰে অহৰহ নিৰীক্ষণ কৰি আছে।

ADVERTISEMENT

কোৱাট্ৰাই কয়,”আমি ইতিমধ্যে জনাইছো যে প্ৰায় ৬০০ ভাৰতীয় নাগৰিক সুদানৰ পৰা স্বদেশলৈ উভতি আহিছে। ৩৬০ জন লোক চৌদি আৰৱলৈ উভতি আহিছে।

আন ২৪৬ জন ভাৰতীয় মহাৰাষ্ট্ৰলৈ উভতি আহিছে। অতি কমেও ৪৯৫ জন ভাৰতীয় সুদানৰ পৰা জেদ্দাত উপস্থিত হৈছে।বৈদেশিক সচিবে জনাইছে যে ভাৰতীয় নৌসেনাৰ তৃতীয় খন জাহাজ সুদানত উপস্থিত হৈছে।কোৱাট্ৰাই কয়,”আমাক অৱগত কৰা হৈছে, আইএনএছ তাৰকশ্ব বন্দৰ সুদানত উপস্থিত হৈছে।”

উদ্ধাৰ অভিযানত প্ৰতমে উপস্থিত হৈছিল আইএনএছ সুমেধ । জাহাজখনে ৩০০ জন লোকক উদ্ধাৰ কৰি তেওঁলোকক জেদ্দালৈ ঘূৰাই আনে আৰু পৰৱৰ্তী দলটোক উদ্ধাৰ কৰিবলৈ জাহাজখন সুদানৰ পথত ।বিদেশ সচিবজনে কয় ,”ভাৰতীয় বায়ু সেনাৰ দুখন চি-১৩০ বিমান জেদ্দালৈ উৰা মাৰে । ই বাৰে বাৰে যাতায়ত কৰিছে।

জেদ্দা আৰু পৰ্ট সুদানত এটা নিয়ন্ত্ৰণ কক্ষ খোলা হৈছে। দূতাবাসৰ স’তে একেলগে কাম কৰা হৈছে । ” তথ্য অনুসৰি কেবাখনো দেশে ভাৰতক তেওঁলোকৰ নাগৰিকসকলক ।

এই উদ্ধাৰকাৰ্যক ভাৰত চৰকাৰে ‘কাবেৰী অভিযান’ নাম দিছে। প্ৰথম পৰ্যায়ত ৩৬০ জন লোক দেশলৈ উভতি অহাৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৃহস্পিবাৰে ছ’চিয়েল মিডিয়াত লিখিছিল, “ভাৰতে নিজৰ দেশৰ লোকসকলক আদৰণি জনাইছে।

বিগত ১৫ এপ্ৰিলৰ পৰা উত্তৰ আফ্ৰিকাৰ দেশখনত গৃহযুদ্ধ চলি আছে। সুদান সশস্ত্ৰ বাহিনী আৰু দ্ৰুত সমৰ্থন বাহিনীৰ মাজত সংঘৰ্ষ। যুদ্ধ বিৰতি মঙলবাৰে আৰম্ভ হৈছিল।

অৱশ্যে, ৰাজধানী খাৰ্তুমকে ধৰি বিভিন্ন চহৰৰ পৰা মাজে মাজে গুলীবৰ্ষণ আৰু বোমা আহি আছে। শ শ লোক নিহত হোৱাৰ লগতে চাৰি হেজাৰো অধিক লোক আহত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaSudanSudan clash
publisher

publisher

Related Posts

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d