Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

NCP Spl Committee Meeting In Mumbai:সিদ্ধান্ত সলনি কৰিব নে শাৰদ পাৱাৰে !

এন চি পি পৰৱৰ্তী সভাপতি বাছনিৰ বাবে আজি বৈঠক, এনচিপিৰ নেতৃত্ব সুপ্রিয়া ছুলেৰ হাতলৈ নে অজিত পাৱাৰলৈ ,ব্যাপক চৰ্চা মুম্বাইত, কমিটিৰ মাৰাথন বৈঠকত পদত্যাগ পত্ৰ অগ্ৰাহ্য,শাৰদ পাৱাৰকে সভাপতি ৰখাৰ সিদ্ধান্ত

publisher by publisher
May 5, 2023
in India, News
Reading Time: 2 mins read
0
NCP Spl Committee Meeting In Mumbai:সিদ্ধান্ত সলনি কৰিব নে শাৰদ পাৱাৰে !
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

NCP Spl Committee Meeting In Mumbai:

 প্রবীণ ৰাজনীতিক শাৰদ পাৱাৰে এন চি পিৰ সভাপতি পদৰ পৰা নাটকীয় পদত্যাগ ঘোষণাৰ পাছত এনচিপিৰ মুৰব্বীৰ দায়িত্ব এতিয়া কাৰ হাতত ন্যস্ত হ’ব৷ইয়াকে লৈ ব্যাপক চৰ্চা লাভ কৰিছে মায়ানগৰী মুম্বাইত ৷ মুম্বাইত আজি পুৱা এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা দলীয় শীৰ্ষ বৈঠকত শাৰদ পাৱাৰৰ পদত্যাগ পত্ৰ অগ্ৰাহ্য কৰে ৷

ADVERTISEMENT

জ্যেষ্ঠ এন চি পি নেতা প্ৰফুল্ল পেটেলে শাৰদ পাৱাৰকে পুনৰ সভাপত পদৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ সভাত উদ্থাপন কৰাত সভাই সৰ্বসন্মতভাৱে গ্ৰহণ কৰি এই প্ৰস্তাৱ শাৰদ পাৱাৰৰ হাতত দিয়াৰ সিদ্ধান্ত লয় ৷ ইয়াৰ লগে লগে বৈঠকত পাৱাৰৰ উত্তৰসুৰী কোন হ’ব সেই বিষয়টো অন্ত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

উল্লেখ্য যে শাৰদ পাৱাৰে পদত্যাগৰ পাছত তেওঁৰ উত্তৰসূৰী বাছনি কৰিবলৈ পাৱাৰে গঠন কৰি দিয়া কমিটীখনৰ সদস্য ক্ৰমে প্ৰফুল্ল পেটেল ,অজিত পাৱাৰ,সুপ্ৰিয়া ছুলে আৰু আন এজন জ্যেষ্ঠসদস্যৰে গঠিত কমিটি খনে পুৱা ১১ বজাত মুম্বাইত দলীয় কার্যালয়ত মিলিত হৈছিল ৷

মনকৰিবলগীয়া যে,শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে দলত বিভাজন ঘটোৱাৰ বিভিন্ন বাতৰি চৰ্চাত থকাৰ মাজতে পাৱাৰৰ পদত্যাগ এক কৌশলী পদক্ষেপ বুলিও শেহতীয়াকৈ আলোচিত হৈছে।

মহাৰাষ্ট্ৰত বিজেপিৰ চৰকাৰ দখলৰ সস্তাৱ্য পৰিকল্পনাত আউল লগাবলৈ পাৱাৰে এনে স্থিতি গ্ৰহণ কৰা বুলি একাংশ বিশেষজ্ঞই মত প্রকাশ কৰে।

ইপিনে, পাৱাৰে বৃহস্পতিবাৰে তেওঁৰ ঘৰৰ সন্মুখত অৱস্থান কৰি পদত্যাগ ওভতাই ল’বলৈ দাবী অব্যাহত ৰখা সমৰ্থকসকলক সাক্ষাৎ কৰে। তেওঁ কয়, আপোনালোকে ঠিকেই কৈছে যে এনে সিদ্ধান্ত গ্রহণৰ পূর্বে সদস্যসকলৰ স’তে আলোচনা কৰাটো উচিত আছিল।

কিন্তু মই জানো যে আপোনালোক কেতিয়াও সম্মত নহ’ব, সেয়ে মই পোনপটীয়াকৈ সিদ্ধান্ত ল’লো। কমিটীয়ে এই বিষয়টো আলোচনা কৰিব।

এদিন বা দুদিনৰ পাছত আপোনালোকে এইদৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাথাকিব। পাৱাৰে এইদৰে কয় সমৰ্থকসকলক। আনহাতে, দলৰ জ্যেষ্ঠ নেতা চগ্গন ভুজৱালে কয়, ‘অজিত পাৱাৰে ৰাজ্যৰ দায়িত্ব গ্ৰহণ কৰা উচিত আৰু সুপ্রিয়া চুলেই ৰাষ্ট্ৰীয় ৰাজনীতি চোৱা-চিতা কৰা উচিত। শাৰদ পাৱাৰ দায়িত্বত থাকিব নিবিচাৰিলে সুপ্রিয়াই পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হোৱা উচিত।’

একেদৰে সুপ্রিয়াৰ পথ মুকলি কৰি পাৱাৰৰ আন এজন বিশ্বস্ত জয়ন্ত পার্টিলেও স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ তেওঁৰ কোনো আকাংক্ষা নাই। ইতিমধ্যে কালি প্রফুল্ল পেটেলেও এই কথা স্পষ্ট কৰিছে। পাটিলে এইদৰে কয় যে শাৰদ পাৱাৰে মুৰব্বী পদ ত্যাগৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পর্যন্ত দলৰ উত্তৰসুৰী নিৰ্বাচন কৰাটো উচিত নহ’ব।

পেটেলে কয় যে পাৱাৰে দলৰ নেতৃত্ব প্রজন্ম সলনি হ’ব লাগে বুলি কৈছে, তেওঁ বোধহয় নতুন প্রজন্মই দায়িত্ব গ্রহণ কৰাটো বিচাৰিছে। অৱশ্যে এতিয়া তেওঁ বিচৰা সময় দিয়া উচিত বুলিও পেটেলে কয়। প্রবীণ ৰাজনীতিজনক তেওঁক সিদ্ধান্ত সলনি কৰিবলৈ দলে হেঁচা দি আছে ।

পাৱাৰৰ ঘোষণাৰ পাছত কেবাজনো বিধায়ক আৰু দলীয় বিষয়ববীয়াই পদত্যাগ কৰিব বুলি ঘোষণাও কৰিছে। এই পৰিস্থিতিত আজি পাৱাৰে গঠন কৰা চাৰিজনীয়া কমিটিয়ে পুনৰ শাৰদ পাবাৰকে সভাপতি ৰূপে দায়িত্ব লোৱাৰ সিদ্ধান্ত
গ্ৰহণ কৰাৰ পাছত শাৰদ পাৱাৰে তেওঁৰ পদত্যাগৰ সিদ্ধান্ত সলনি কৰে নে তেওঁৰ কন্যাই পৰৱৰ্তী সভাপতি হয় সেয়া সম্প্রতি লক্ষ্যণীয় বিষয়ৰূপে বিবেচিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: MUMBAINcp Panel CommitteeSarad Pawer Resignation Reject
publisher

publisher

Related Posts

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d