Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Dulal Bora:’মোক এনকাউণ্টাৰ কৰক !

বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ গড়কাপ্তানি বিভাগৰ এজন কৰ্মচাৰীৰ

publisher by publisher
May 31, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Nagaon Dulal Bora:’মোক এনকাউণ্টাৰ কৰক !
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Dulal Bora:

‘মোক এনকাউণ্টাৰ কৰক’ ৷ বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ লোক নিৰ্মাণ বিভাগৰ এজন জ্যেষ্ঠ কৰ্মচাৰীৰ ৷

ADVERTISEMENT

বিগত ৩৫ টাকৈ বছৰ চাকৰি কৰিও চাকৰি নিয়মীয়াকৰণ নোহোৱাত ক্ষোভিত হৈ আজি দুলাল বৰাই এইদৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

নগাঁও জিলা আৰক্ষী অধীক্ষকৰ নগাঁও চহৰস্থ কাৰ্যালয়ৰ সন্মুখত হাতত ত্ৰিৰংগা লৈ বুকুত উচ্চতম ন্যায়ালয়ৰ ৰায়দান আঁৰি চৰকাৰী পক্ষই বিগত দিন বিলাকত তেওঁক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ প্ৰতিবাদত আজি এইদৰে প্ৰতিবাদ বিক্ষোভ প্ৰদৰ্শন কৰে আজি শাখা সহায়ক হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা দুলাল বৰাই ৷

উল্লেখ্য যে,নগাঁৱৰ সকলোৰে বাবে শিশুবন্ধু ৰূপে জনাজাত দুলাল বৰাই ১৯৮৭ চনতেই তেতিয়াৰ গড়কাপ্তানী বিভাগত মাষ্টাৰৰোল কৰ্মী হিচাপে যোগদান কৰি পৰৱৰ্তী সময়ত ১৯৯৫ ত শাখা সহায়ক হিচাপে পদোন্নতি পাইছিল ৷

কিন্ত দুৰ্ভাগ্যজনক যে, সুদীৰ্ঘ ৩৬ টাকৈ বছৰে চৰকাৰী সেৱা আগবঢ়োৱা কৰ্মচাৰী গৰাকীয়ে পেঞ্চন সহ আন আন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হয় ৷

বুধবাৰে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী গৰাকীয়ে ইতিপূৰ্বেই পেঞ্চন সহ অন্য সুবিধা সমূহৰ বাবে নগাঁও লোক নিৰ্মাণ বিভাগৰ জৰিয়তে যাৱতীয় নথি-পত্ৰ সমূহ লোক নিৰ্মাণ বিভাগৰ গুৱাহাটীস্থ মুখ্য অভিযন্তা কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল যদিও নাহিল কোনো সুদত্তৰ ৷

নিজৰ প্ৰাপ্য পেঞ্চন আদিৰ পৰা বঞ্চিত হৈ আগন্তুক দিনত কিদৰে জীৱনৰ অৱসৰকালীন সময়ছোৱা অতিবাহিত কৰিব তাৰে আশংকাত ক্ষোভিত হৈ আজি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি দুলাল বৰাৰ নগাঁও আৰক্ষী অধীক্ষকলৈ কাতৰ আহ্বান , মোক এনকাউণ্টাৰ কৰক আৰক্ষীয়ে ৷

মনকৰিবলগীয়া যে,দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইতিপূৰ্বে এক ৰায়দানত কৈছিল যে,৩০ বছৰ অধিক কাল দেশৰ সেৱা আগবঢ়োৱা প্ৰতিজন চৰকাৰী কৰ্মচাৰী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে ৷ কিন্ত ন্যায়ালয়ৰ সেই ঐতিহাসিক ৰায়দান প্ৰযোজ্য কৰা নহ’ল দুলাল বৰাৰ ক্ষেত্ৰত ৷

নগাঁৱৰ সচেতন মহলৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান ,দুলাল বৰাক তেওঁৰ প্ৰাপ্য পেঞ্চনৰ দিহা কৰক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NagaonPwd Employed ProtestSP OFFICE
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d