Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজ্যৰ সৰ্বত্ৰে বানে বিভীষিকাৰ ৰূপ লোৱাৰ সময়ত অবিশ্বাস্যভাৱে শুকান ভোগদৈৰ বুকু

মেঘে চুমা দিয়া মোককচাঙত মেঘ-শূন্যৰ প্ৰভাৱ পৰিছে অসমত : ভোগদৈৰ ভৱিষ্যতক লৈ শংকা

publisher by publisher
June 22, 2022
in Assam, India, News
Reading Time: 1 min read
0
ৰাজ্যৰ সৰ্বত্ৰে বানে বিভীষিকাৰ ৰূপ লোৱাৰ সময়ত অবিশ্বাস্যভাৱে শুকান ভোগদৈৰ বুকু
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

যোৰহাট নগৰৰ মাজেৰে নিৰৱধি বৈ যোৱা ঐতিহাসিক ভোগদৈ আজি ভৰ বাৰিষাতো জীৰ্ণ-শীৰ্ণ আৰু গতিও প্ৰায় স্তিমিত । যি সময়ত ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ অধিকাংশ নদ-নদীৰ জলপৃষ্ঠ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে আৰু ৩০ খনৰো অধিক জিলাত জল-প্ৰলয়ৰ সৃষ্টি কৰিছে, তেনে সময়ত ভোগদৈৰ এই শীৰ্ণকায় অৱস্থাই যোৰহটীয়া ৰাইজক নিশ্চয়কৈ ভবাই তুলিছে ।

ADVERTISEMENT

আনকি নগালেণ্ডৰ পৰা বৈ অহা নদীখনৰ ভৱিষ্যতক লৈও শংকিত হৈ পৰিছে সচেতন ৰাইজ । অনাগত দিনত ভোগদৈৰ মৃত্যু হ’ব নেকি, সেই লৈও উদ্বেগ ঘটিছে । নদী এখনৰ মৃত্যু নতুন কথা নহয়, লাগিলে সেয়া কৃত্ৰিমভাৱে হওক অথবা প্ৰাকৃতিকভাৱেই হওক । মৰি কলং, মৰি জাঁজী, মৰা ভৰলু আদি তাৰেই উদাহৰণ । একোখন নৈৰ মৃত্যুৰ কাৰণ যিয়ে নহওক কিয় সেয়া সদায়ে বেদনাদায়ক ।

সম্প্ৰতি, ভোগদৈৰ বুকু অস্বাভাৱিক ৰূপত তৰাং হৈ পৰা আৰু সোঁতৰ গতি স্থবিৰ হৈ পৰাৰ অন্তৰালত কি ৰহস্য আছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই । বহুতে ক’ব খোজে যে নদীখনৰ উৎস নগালেণ্ডত বৰষুণ নোহোৱাৰ বাবেই ভোগদৈত পানী কমিছে । আন একাংশই আকৌ আশংকা কৰে যে উৎসতে নদীখনৰ গতিপথ সলনি কৰা হৈছে অথবা বান্ধ দিয়া হৈছে নেকি যাৰ বাবে নৈখন ক্ৰমে শুকাই যাব ধৰিছে ।

উল্লেখযোগ্য যে ভোগদৈৰ এই অৱস্থা এদিনতে হোৱা নাই । যোৱা প্ৰায় তিনি-চাৰি বছৰ ধৰি ক্ৰমে হ্ৰাস পাব ধৰিছে নৈখনৰ জলপৃষ্ঠ । কিন্তু এইবাৰ পানীৰ পৰিমাণ অত্যধিক ৰূপত হ্ৰাস পোৱাত বিষয়টো চৰ্চা হোৱা দেখা গৈছে ।

অসম-নগালেণ্ড সীমান্তৰ এক সূত্ৰই দাবী কৰা অনুসৰি, নগালেণ্ডত আন আন বছৰৰ দৰেই এইবাৰো স্বাভাৱিক ৰূপত বৰষুণ হৈ আছে । কিন্তু ভোগদৈৰ পানী বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰে । ভোগদৈৰ পানীৰ উৎস ডাৱৰ । মোককচাং পাহাৰত ঠেক খোৱা মেঘ অৰ্থাৎ ডাৱৰৰ পৰা নিগৰি অহা পানী পাহাৰৰ নিজৰাৰে তললৈ নামি আহে আৰু দুটা সুঁতিত সেই জলৰাশি মিলিত হয় । সেই সুঁতি দুটাই হ’ল জাঁজী আৰু ভোগদৈ নৈ । মোককচাং পাহাৰৰ পৰা পূব অংশৰ পৰা জাঁজী আৰু পশ্চিম অংশৰ পৰা ওলাইছে ভোগদৈ নৈ । কিন্তু আশ্চৰ্যজনকভাৱে যোৱা কেইবছৰমান ধৰি মোককচাং পাহাৰত ক্ৰমে হ্ৰাস পাইছে ডাৱৰ । সেয়ে দুয়োখন নৈতে পানীৰ পৰিমাণ হ্ৰাস পোৱা বুলি দাবী কৰি সূত্ৰটোৱে কয় যে এইবাৰ ডাৱৰ অধিক কম হোৱাত পানীৰ পৰিমাণো অধিক হ্ৰাস পাই আহিছে ।

উল্লেখযোগ্য যে স্থানীয় ভাষাত মোককচাং মানে হ’ল মেঘে চুমা দিয়া চাং অথবা মেঘে চুমা দিয়া আকাশ । এতিয়া সেই মোককচাং পাহাৰত এইবাৰ মেঘে চুমা দিয়া নাই । যাৰ বাবে অস্বাভাৱিক ৰূপত হ্ৰাস পাইছে দুয়োখন ভৈয়ামৰ নৈতে । নগালেণ্ডত অত্যধিক পৰিমাণে হোৱা বনাঞ্চল ধ্বংস কৰাৰ বাবেই হওক অথবা আন কোনো প্ৰাকৃতিক কাৰণতে অসমৰ নদীত তাৰ পৰাটো অতিকৈ চিন্তনীয় বিষয় হৈ পৰিছে । তুলনামূলকভাৱে জাঁজীতকৈ ইয়াৰ প্ৰভাৱ অধিক পৰা দেখা গৈছে ভোগদৈত । এতিয়া অৱস্থা এনে হৈছে গৈ ভোগদৈৰ উদং বুকু দেখি বুকু কঁপি উঠিব – বাৰিষা নহয় যেন খৰালিৰহে ভোগদৈ এইখন ।

নদীৰ মাজ ভাগৰ ডোঙাকেইটাৰ বাদে এই ভৰ বাৰিষাতো নদীখন প্ৰায় শুকান হৈয়ে আছে, পানী নাই । সোঁত বলাৰ প্ৰশ্নই নাই । দুয়োটা পাৰ আৰু মাজ অংশত ঘাঁহ-বন গজি সেউজীয়া দলিছা-সদৃশ হৈ আছে সমগ্ৰ নদীখন । সূত্ৰটোৱে আৰু কয় যে মোককচাং পাহাৰত এইবাৰ মেঘে চুমা দিয়া নাই বাবেই নগালেণ্ডৰ চাংকি পাহাৰত থকা জলপ্ৰপাততো এইবাৰ পানীৰ পৰিমাণ হ্ৰাস পাইছে ।

উল্লেখযোগ্য যে ভোগদৈ হ’ল ব্ৰহ্মপুত্ৰৰ দক্ষিণ বাহিনী উপনদী । ভোগদৈৰ মুঠ দৈঘ্য ১৬০ কিলোমিটাৰ । ইয়াৰে ৯৫ কিলোমিটাৰ ভৈয়ামৰ মাজেৰে আৰু ৬৫ কিলোমিটাৰ পাহাৰৰ মাজেৰে বৈ আহিছে । উৎস স্থলীৰ পৰা দিচৈ নাম লৈ নগালেণ্ডৰ চাংকি-মোকলম্বা-ইয়াক’মেন-আকাইহাটু-চুটাফলা হৈ অসমত প্ৰৱেশ কৰি পশ্চিমলৈ গতি কৰি নগাবাট-বৰহোলা স্পৰ্শ কৰিছেগৈ । কিন্তু সেই স্থানৰ পৰাই পুনৰ পূবলৈ উজাই গৈ নগালেণ্ডত প্ৰৱেশ কৰি মৰিয়নীত ওলাইছেহি । ইয়াতে দিছৈ নাম এৰি ভোগদৈ নাম লয় নৈখনে । ইয়াৰো আছে এক ইতিহাস । মৰিয়নিৰ পৰা সৰ্পিল গতিৰে অতিক্রমী যোৰহাট নগৰৰ মাজেৰে গৈ গেলাবিল নাম লৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছেগৈ ।

মৰিয়নিৰ নগালেণ্ড সীমান্তৰ পৰা ঐতিহাসিক মালৌপথাৰৰ মাজেৰে বৈ যোৱা ভোগদৈয়ে বৃহত্তৰ অঞ্চলটো জীপাল কৰি ৰাখিছিল যদিও সম্প্ৰতি ভোগদৈৰ এই বিৱৰ্ণ অৱস্থাই কেৱল নৈপৰীয়া জন জীৱনৰে নহয়, সমগ্ৰ যোৰহাট জিলাৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে । সেয়ে অনাগত দিনত নৈখনৰ অৱস্থিতি কি হয় সেই লৈ উদ্বিগ্ন হৈ পৰিছে যোৰহটীয়া ৰাইজ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBhogdoi River
publisher

publisher

Related Posts

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d