Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Madhusudhan Medhi :মিডিয়া পাৰ্চনেলিটি এণ্ড ইণ্টাৰনেচনেল ইকুটেৱল হিউমেন ৰাইটচ চ’চিয়েল কাউন্সিলৰ ৰাষ্ট্ৰীয় বটা প্ৰদান অনুষ্ঠান

মধুসূধন মেধিলৈ নেচনেল ইণ্টিগ্ৰেচন এক্সিলেন্স এৱাৰ্ড

publisher by publisher
July 25, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Madhusudhan Medhi :মিডিয়া পাৰ্চনেলিটি এণ্ড ইণ্টাৰনেচনেল ইকুটেৱল হিউমেন ৰাইটচ চ’চিয়েল কাউন্সিলৰ ৰাষ্ট্ৰীয় বটা প্ৰদান অনুষ্ঠান
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

NATIONAL : ৰাষ্ট্ৰীয় সেৱা যোজনাৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ বঁটা লাভ অসম কন্যা নয়না শইকীয়াৰ

Madhusudhan Medhi :

ADVERTISEMENT

সমাজৰ বিভিন্ন ক্ষেত্ৰত অতুলনীয় সেৱা আগবঢ়ায় দেশৰ তথা দহৰ কল্যাণ, শান্তি, সম্প্ৰীতি ৰক্ষাৰ অহোপুৰুষাৰ্থ কৰি অহা এগৰাকী অসমীয়া তথা গুৱাহাটী প্ৰেছ অকাডেমিৰ সভাপতি সাংবাদিক মধুসূধন মেধিক নতুন দিল্লীত ২২ জুলাইত নেচনেল ইণ্টিগ্ৰেচন এক্সিলেন্স এৱাৰ্ড-২০২৩ প্ৰদান কৰা হয় ।

অসমৰ সংবাদ জগতত প্ৰায় ২৫ বছৰে যশস্যা বুতলিবলৈ সক্ষম হোৱা বিশিষ্ট সাংবাদিক তথা আলাবৈ ৰণৰ ঐতিহ্য ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত নিৰবিচ্ছিন্ন ভাবে সাধনা কৰা স্বীকৃতি স্বৰূপে মধুসূধন মেধিক এই বঁটা প্ৰদান কৰা হয় ।

ইয়াৰ সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তৰ বহু ব্যক্তিক এনে সমাজ হিতৈষী কৰ্মৰ বাবে আগবঢ়োৱা হয় এই বঁটা। ক’ভিড পৰিস্থিতিৰ সময়ত নিজৰ জীৱনকো তুচ্চ্য জ্ঞান কৰি সহস্ৰাধিক মৃতদেহ অন্তিম সৎকাৰ কৰা জিতেন্দ্ৰ সিং সান্তি, ভাৰতীয় ৰো’প জ’প এথলিট জৰাবৰ সিংহ, চিনিওৰ নিউজ এঙ্কৰ নিডা আহমেদ, আৰ, জে ৰাহুল মকীন, পাৰা এথলিট দিব্বা গোৱেল, যোগা প্ৰশিক্ষক তথা মডেল শ্ৰেয়া ৰাথোৰ, গ্লোৱেল এডুকেটৰ ৰুপম মুখাৰ্জী, আদিৰ নিচিনা ৰাষ্ট্ৰ বৰেন্য ব্যক্তিকো এই বঁটা প্ৰদান কৰা হয় ।

২২ জুলাইত নতুন দিল্লীৰ দিন দয়াল উপাধ্যায় পথত থকা গান্ধী শান্তি সমন্বয় প্ৰেক্ষাগৃহত আয়োজন কৰা হ’ব এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানটোৰ আয়োজক মিডিয়া পাৰ্চনেলিটি এণ্ড ইণ্টাৰনেচনেল ইকুটেৱল হিউমেন ৰাইটচ চ’চিয়েল কাউন্সিলৰ চেয়াৰমেন সঞ্জয় সিনহাই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কয় যে এনে পদক্ষেপৰ জৰিয়তে এই সকল বিশিষ্ট ব্যক্তিক অধিক অনুপ্ৰেৰণা যোগাবলৈ আমাৰ সংস্থাই কাম কৰি আহিছে আৰু আগলৈও প্ৰচেষ্টা অব্যাহত ৰাখিব।

কিয়নো দেশৰ বৰ্তমান পৰিস্থিতিত যাতে জনগনৰ ঐক্য- সংহতি কোনো কাৰণতে কোনো অপশক্তিয়ে ধংস কৰিব নোৱাৰে আৰু চেষ্টা কৰা সকলক যাতে উচিত প্ৰত্যুত্তৰ দিব পৰা যায়।

উল্লেখ্য যে এই সংস্থাটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক, বংশসূত্ৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সন্তান তথা “প্ৰজ্ঞা মেল” হিন্দী সাপ্তাহিক কাকতৰ সম্পাদক অৰুণ বৰ্মনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো মানৱ অধিকাৰ বিষয়ত জনসাধাৰণক সজাগ সচেতন কৰাৰ অভিযান চলাই আহিছে আৰু এই অনুষ্ঠানক লৈ আনন্দ প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Journalist Madhusudhan MedhiNATIONAL AWARD
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d