Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rangia Incident:ৰঙিয়াত অর্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নতুন মোৰ

মৃত পত্নী-কন্যাৰ সৈতে কেইবাদিনো একেলগে আছিল স্বামী- পিতৃ প্ৰবীণ আগৰৱালা, পত্নী-কন্যাৰ মৃতদেহ সন্দৰ্ভত আৰক্ষীৰ জেৰাত ভূলপথে পৰিচালিত প্রবীণ আগৰৱালাৰ, দুদিনৰ আৰক্ষীৰ জিন্মাত প্ৰবীণ আগৰৱালাক

publisher by publisher
August 16, 2023
in Assam, Crime, India, News
Reading Time: 4 mins read
0
Rangia Incident:ৰঙিয়াত অর্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নতুন মোৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Rangia:ৰে’লত নিচাজাতীয় দ্রব্য খুৱাই ৰঙিয়াত যুৱকক লুটপাত দুৰ্বৃত্তৰ

Rangia:ৰঙিয়া আদালত চৌহদত শোকাৱহ ঘটনা

Tragic incident in Rangia: ৰঙিয়াত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু মাতৃ-পুত্ৰৰ

Rangia Incident:

ৰঙিয়াত ১৪ আগষ্টৰ দিনা অর্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ মৃতদেহ। নিজ বাসগৃহ বন্ধ কোঠাত মাতৃ পিনু আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাৰ মৃত্যুৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । মৃত পত্নী-কন্যাৰ সৈতে কেইবাদিনো একেলগে আছিল স্বামী- পিতৃ প্ৰবীণ আগৰৱালা।

ADVERTISEMENT

ঘটনা পাছৰে পৰা পলাতক অৱস্থাত থকা প্ৰবীণ আগৰৱালাক অৱশেষত নগাঁৱৰ চাপৰমুখত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীৰ জেৰাত মাতৃ-কন্যাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বহু ন ন তথ্য পোহৰলৈ আহিছে ৷

চাঞ্চল্যকৰ ঘটনাই লৈছে নতুন মোৰ ৷ পত্নী–কন্যাৰ মৃত্যুৰ পিছত কেনেকৈ এই ঘটনা চাৰিদিন ধৰি লুকুৱাই ৰাখিছিল প্ৰবীণ আগৰৱালাই ৷ আনহাতে এই শোকাৱহ ঘটনা সন্দৰ্ভত কণিকা আগৰৱালাৰ এগৰাকী বান্ধৱীয়ে সদৰি কৰে যে,কণিকা আগৰৱালাই কেতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰে । মৃত্যুৰ পূৰ্বে কণিকাই জনাইছিল তেওঁলোক আৰ্থিক দুৰৱস্থাৰ কথা ।

ইয়াৰ পাছৰে পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা বিদ্যালয়লৈ যোৱা নাছিল কণিকা। বিদ্যালয়লৈ নোযোৱা সম্পৰ্কত কনিকাৰ বন্ধু–বান্ধবী আৰু তেওঁ অধ্যয়ন কৰা ইউক্লিড গ্ৰুপ অব ইনষ্টিটিউচনৰ কৰ্তৃপক্ষই ফোন কৰিছিল ৷ কিন্ত আচৰিতজনকভাৱে ফোন ৰিছিভ কৰিছিল পিতৃ প্ৰবীণ আগৰৱালাই আৰু ফোনক উল্লেখ কৰে যে খাদ্যত বিষক্ৰিয়া হৈ বৰ্তমান কণিকা অসুস্থ ৷ তাই ঘৰতে চিকিৎসা লৈ আছে ।

ৰহস্যজনক অৱস্থাত সোমবাৰে নিজৰ বাসগৃহৰ শোৱনি কোঠাত অৰ্ধ গলিত অৱস্থাত উদ্ধাৰ হয় মাতৃ পিনু আগৰৱালা আৰু কণিকা আগৰৱালাৰ মৃতদেহ । মৃতদেহ পৰি থকা স্থানত পৰি আছিল তেজৰ চেকোৰা ৷ ইতিমধ্যে আৰক্ষীৰ বিশেষ টিমে তেজৰ ডোঙাৰ চেম্পল আৰু কেতবোৰ তথ্য সংগ্ৰহ কৰাৰ পাছতে কনিকাৰ সহপাঠী আৰু শিক্ষক–শিক্ষয়িত্ৰী সকল নিশ্চিত হয় যে কনিকাৰ এইয়া আত্মহত্যা নহয় ৷ ইয়াৰ অন্তৰালত নিহিত হৈ আছে ঘন ৰহস্য৷

উল্লেখ্য যে,মৃত কণিকা আগৰৱালা ৰঙিয়াস্থ ইউকিড গ্রুপ অব্ ইনষ্টিটিউটৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী আছিল। পঢ়াশুনাত অতি মেধাৱী আৰু নম্ৰ স্বভাৱৰ কণিকা নৃত্য আৰু গীততো বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাইছিল । মৃত্যুৰ পাঁচ দিনৰ পূৰ্বে টিউচনলৈ গৈছিল ৷

ইপিনে মাতৃ- কন্যাৰ ৰহস্যজনক মৃত্যু ঘটনাক সহজভাৱে লোৱা নাই স্থানীয়লোক সকলে ৷ তেওঁলোকে উল্লেখ কৰা মতে,মৃত্যুৰ পাঁচদিনৰ পাছৰে পৰা মাতৃ- কন্যা ঘৰৰ বাহিৰলৈ ওলায় অহা নাছিল ৷ যাৰবাবে এই সন্দৰ্ভত স্থানীয় প্ৰতিবেশীয়ে পিতৃ প্রবীণ আগৰৱালাক সৌজন্যতামূলক ভাৱে সুধিছিল যদিও অতি সহজভাৱে কয় যে, খাদ্যত বিষক্ৰিয়া হৈ সম্প্ৰতি দুয়ো অসুস্থ হৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘৰৰ ভিতৰতে আছে।

আনকি পিনু আগৰৱালাৰ বায়েক-ভিনিহিয়েক ফোন কৰিলেও বেমাৰ হোৱা বুলি কৈ বিষয়টো এৰাই চ’লে প্রবীণ আগৰৱালাই ৷

একেদৰে মৃতদেহ উদ্ধাৰৰ চাৰিদিন আগতে তেওঁলোকৰ বাসগৃহত দৈনন্দিন কাম কৰা বনকৰা মহিলা গৰাকীক প্ৰবীন আগৰৱালাই শ্বিলঙলৈ যোৱাৰ অজুহাত দেখুৱাই কিছুদিন ঘৰলৈ আহিব নালাগে বুলি ফোনত কোৱাৰ উপৰিও দৈনিক গৃহত গাখীৰ দিলৈ অহা গোৱালজনৰ পৰা গাখীৰ ল’বলৈ প্ৰবীন আগৰৱালা নিজেই ওপৰ মহলাৰ পৰা তললৈ আহিছিল ৷

আনহাতে কে’বা দিনো ধৰি নিজ ভগ্নী পিনু আগৰৱালাক ফোন কৰি কোনো সুদত্তৰ নোপোৱাত সোমবাৰে বায়েক- ভিনিহিয়েক ৰঙিয়াৰ ভগ্নীৰ ভাড়াগৃহত উপস্থিত হোৱাৰ পাছতে সকলো ঘটনা পোহৰলৈ আহে ৷

বাসগৃহৰ বাহিৰৰ পৰা খোলা আৰু ভিতৰৰ শোৱনি কোঠাত মাতৃ- কন্যাৰ উৱলি যোৱা মৃতদেহ দেখি চিঞৰ- বাখৰ কৰে ৷ পাছত স্থানীয় লোকে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অৰ্ধগলিত মাতৃ- কন্যাৰ মৃতদেহ নিৰিক্ষণ কৰাৰ লগতে ক্ষীপতাৰে আৰম্ভ কৰে তদন্ত ৷ এই ঘটনা বিয়পি পৰাৰ লগে লগে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনা সদৰি হোৱাৰ পাছৰে পৰা ৰহস্যজনকভাবে নিৰুদ্দেশ হয় প্ৰৱীণ আগৰৱালা ৷ অৱশ্যে সোমবাৰেই আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি নগাঁও জিলাৰ চাপৰমুখত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ৰঙিয়া আৰক্ষীয়ে আজি  আটকাধীন প্ৰবীনক ৰ্পাঁচ দিনৰ আৰক্ষী জিন্মাত বিচাৰছিল যদিও আদালতে দুদিনৰ জিন্মাত দিয়ে ৷

ইপিনে স্থানীয় লোকৰ দাবী এয়া এক সু-পৰিকল্পিত হত্যাকাণ্ড ৷ এই হত্যাকাণ্ডৰে ওতপ্ৰোতভাবে জড়িত আছে প্ৰবীন আগৰৱালা। আৰক্ষীৰ মাৰাথন তদন্তহে সকলো দিশ উন্মোচিত কৰিব বুলি আশা কৰে সচেতন মহলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Main Accused arrestedMother-Daughter Deadbody RecoverRangiaTwo Day Police Custody
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d